থাইলেচিন

থাইলেচিন​ (ইংৰাজী: Thylacine) আধুনিক যুগৰ জনাৰ ভিতৰত আটাইতকৈ ডাঙৰ মাংসখোৱা মাৰ্চুপিয়েল আছিল। পিঠিত থকা আঁচবোৰৰ বাবে ইয়াক টাস্মানিয়াৰ বাঘ (Tasmanian tiger)-ও বোলা হয়। ইহঁত অষ্ট্ৰেলিয়া দ্বীপ, টাস্মানিয়া দ্বীপ আৰু নিউ গিনি দ্বীপত থাকিছিল। কিন্তু বিছ শতিকাত ইহঁত বিলুপ্ত হৈ গৈছিল। ইহঁত 'থাইলেচিনিডায়' (Thylacinidae) পৰিয়ালৰ শেষ প্ৰজাতি আছিল কাৰণ বাকী গোটেইবিলাক প্ৰজাতি ৫০ লাখমান বছৰ আগতেই বিলুপ্ত হৈ গৈছিল।

থাইলেচিন​
Thylacine
A Tasmanian devil with a white horizontal stripe under its neck, standing in scrub and dead leaves, with its jaw wide open and head tilted slightly upwards
১৯০৬ চনত আমেৰিকাৰ চিৰিয়াখানা এখনত দুটা থাইলেচিন​
সংৰক্ষণ স্থিতি
থাইলেচিন
বিলুপ্ত  (১৯৩৬) (IUCN 3.1)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: animalia
পৰ্ব: ক’ৰডাটা (Chordata)
শ্ৰেণী: স্তন্যপায়ী (Mammalia)
অনুশ্ৰেণী: মাৰ্চুপিয়েল (Marsupialia)
বৰ্গ: ডেচিউৰ’ম’ৰ্ফিয়া (Dasyuromorphia)
পৰিয়াল: †থাইলেচিনিডায় (Thylacinidae)
গণ: †থাইলেচিনাচ (Thylacinus)
প্ৰজাতি: †থাইলেচিনাচ চাইন’চেফালুচ
বৈজ্ঞানিক নাম
Thylacinus cynocephalus
(হেৰিচ, ১৮০৮)
সমাৰ্থক
  • Didelphis cynocephala হেৰিচ, ১৮০৮
  • Dasyurus cynocephalus জেফ্ৰী, ১৮১০

তথ্য সংগ্ৰহ

Tags:

অষ্ট্ৰেলিয়াইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

অসম আৰক্ষীবাইখো পূজাচৰাইঅসমৰ শাক-পাচলিৰ তালিকাজুবিন গাৰ্গমহাভাৰতঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলচ্যু-কা-ফাভাৰতীয় জাতীয় কংগ্ৰেছঅসম চাহগঙ্গা নদীনাগৰিকত্বযৌতুকস্বাস্থ্যবেদডাকৰ বচনদুৰ্গাবৰ কায়স্থবেণুধৰ শৰ্মাসাধুজেং বিহুলখিমপুৰ জিলাবেংক অৱ মহাৰাষ্ট্ৰভূপেন্দ্ৰ সংগীতজোনবিৰি (অলংকাৰ)অৰ্থনীতিৰঘুনাথ দাস মহন্তআমেৰিকা যুক্তৰাষ্ট্ৰৰাজনীতিভূপেন হাজৰিকানিৰ্মলপ্ৰভা বৰদলৈচৰ্যাপদদাণ্ডী যাত্ৰাশ্ৰী সূৰ্য পাহাৰচিৰাং জিলাভাৰত ৰত্নসংগীতভাৰত-আৰ্য ভাষা পৰিয়ালজাতীয়তাবাদঅসমীয়া ভাষাৰ শব্দসম্ভাৰআৱাহন (আলোচনী)গোলাঘাটনগাঁও জিলাসূৰ্যমৌখিক সাহিত্যচন্দ্ৰপ্ৰভা শইকীয়ানীউদাৰনৈতিকতাবাদFale sootagaৰজনীকান্ত বৰদলৈযোগেশ দাসৰামধেনু (আলোচনী)মাৰ্ক্সবাদৰুক্মিণী হৰণ নাটসমাজআনন্দৰাম বৰুৱাঅজন্তা গুহাসমূহমোৱামৰীয়া বিদ্ৰোহভগ্নাংশঅসমৰ ৰাজ্যিক প্ৰতীকসমূহঅসমীয়া লোক-সংস্কৃতিহাঁচতিভিয়েটনামৱাশ্বিংটন ডি.চি.বৃত্তভিটামিনৰোগৰ আন্তৰ্জাতিক শ্ৰেণীবিভাগস্বৰাজঅসমৰ ইতিহাসঁ (চন্দ্ৰবিন্দু)মাঘ বিহুপঞ্জাবী ভাষাপাইক প্ৰথাজাহ্নু বৰুৱাভাৰতত বাল্য বিবাহ🡆 More