কিফিৰে জিলা

কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ডৰ টুৱেনছাং জিলাৰ একাংশ সামৰি নতুনকৈ সৃষ্টি কৰা নাগালেণ্ডৰ নৱমখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি কিফিৰে, লংলেং জিলাৰ পিছতে নাগালেণ্ডৰ এঘাৰখন জিলাৰ ভিতৰত দ্বিতীয় জনবহুল জিলা৷

কিফিৰে জিলা
—  নাগালেণ্ডৰ জিলা  —
কিফিৰে জিলা
নাগালেণ্ডত কিফিৰেৰ অৱস্থান
নাগালেণ্ডত কিফিৰেৰ অৱস্থান
দেশ কিফিৰে জিলা ভাৰত
ৰাজ্য নাগালেণ্ড
চৰকাৰ
 - লোকসভা সমষ্টি নাগালেণ্ড
জনসংখ্যা (২০১১)
 - মুঠ ৭৮,০৩৩ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 25°54′N 94°47′E / 25.9°N 94.783°E / 25.9; 94.783 94°47′E / 25.9°N 94.783°E / 25.9; 94.783
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

ভৌগোলিক অৱস্থান

কিফিৰে জিলাৰ উত্তৰে টুৱেনছাং জিলা, পশ্চিমে ফেক জিলা আৰু পূবে ম্যানমাৰ অৱস্থিত৷ এই জিলাৰ মূলকেন্দ্ৰ কিফিৰে চহৰত, যি সাগৰ পৃষ্ঠৰ পৰা ৮৯৬ মিটাৰ উচ্চতাত অৱস্থিত৷ কিফিৰে জিলাৰ মূখ্য টাউনসমূহ হৈছে, চেয়’চুং (Seyochung), চিটিমি (Sitimi), পুংৰ’ (Pungro) আৰু কিফিৰে৷ সাগৰ পৃষ্ঠৰ পৰা ৩৮৪১ মিটাৰ উচ্চতাৰে নাগালেণ্ডৰ সৰ্বোচ্ছ শিখৰ ’মাউন্ট চাৰামাটি’ (Saramati), এইখন জিলাতে অৱস্থিত৷

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি কিফিৰে জিলাৰ মুঠ জনসংখ্যা ৭৪,০৩৩ জন৷ গতিকে ভাৰতৰ জিলাসমূহৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা এই জিলাৰ স্থান ৬২৫তম (মুঠ ৬৪০ খনৰ ভিতৰত)৷ কিফিৰেৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬১ গৰাকী৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭১.১%

জিলাখনৰ মূল জনজাতিসমূহ হৈছে চাংটাম (Sangtam), ইমচুংগাৰ (Yimchunger) আৰু ছেমা (Sema)৷

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

কিফিৰে জিলা ভৌগোলিক অৱস্থানকিফিৰে জিলা জনসংখ্যাকিফিৰে জিলা তথ্যসূত্ৰকিফিৰে জিলা বাহ্যিক সংযোগকিফিৰে জিলা

🔥 Trending searches on Wiki অসমীয়া:

বিবাহপৰিৱেশ বিজ্ঞানঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাবৃত্তশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯চিপাহী বিদ্ৰোহ ১৮৫৭বাৰেচহৰীয়া ভাওনা মহোৎসৱমৌলিক সংখ্যাবাংলাদেশপাঠ পৰিকল্পনামৌখিক ইতিহাসবড়ো জনগোষ্ঠীঅন্তৰীপ (উপন্যাস)প্ৰাকৃতিক পৰিৱেশসিংহযৌগিক সংখ্যাঅসমীয়া জাতিগোৱালপৰীয়া লোকগীতচৰকাৰমহেঞ্জোদাৰোফুলজৱাহৰলাল নেহৰুভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাঅণুবীক্ষণ যন্ত্ৰপ্ৰাক-ইতিহাসসমাজতত্ত্বপৰম্পৰাওজাপালিনৱকান্ত বৰুৱাজামুগুৰিহাটদশাৱতাৰg987zশৰৎচন্দ্ৰ গোস্বামীৰাইমনা ৰাষ্ট্ৰীয় উদ্যানঅসমীয়া গালি-গালাজএলবাৰ্ট আইনষ্টাইনবহনক্ষম ভূমি ব্যৱস্থাপনাভাৰতীয় জাতীয় কংগ্ৰেছৰঘুনাথ চৌধাৰীবাগ্‌ধ্বনিঅসমৰ গামোচাপানীদক্ষিণপাট সত্ৰদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানভাৰতীয় জনতা পাৰ্টিলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীতলাতল ঘৰশিৱসাগৰৰ শিৱদৌলজীৱমণিৰাম দেৱানজেং বিহুকম্পিউটাৰফকৰা যোজনামাধৱদেৱবহনক্ষম উন্নয়নৰ লক্ষ্যঅসমৰ চিত্ৰকলাৰ ইতিহাসমুগা (ৰেচম)ভাৰতৰ স্বাধীনতা আন্দোলনআহোম ৰাজবংশবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যগণতন্ত্ৰঅসমৰ বাঁহ-বেতৰ শিল্পহেমচন্দ্ৰ বৰুৱাআধা লেখা দস্তাবেজমিচিং জনগোষ্ঠীৰ সাজপাৰনিমাতী কইনামালিতাপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যযুগ্ম সংখ্যাতেজবিহুৰ সাজ-পোচাক আৰু অলংকাৰডুবি তাম্ৰলিপি আৰু ছীলনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাগোলকীকৰণ🡆 More