কিফিৰে

কিফিৰে (Pron:/ˈkɪfɑɪə/) নাগালেণ্ড ৰাজ্যৰ কিফিৰে জিলাত অৱস্থিত এখন সৰু নগৰ৷ এই নগৰখন কিফিৰে জিলাৰ সদৰঠাই৷ নগৰখন সাগৰ পৃষ্ঠৰ পৰা গড় ৮৯৬ মিটাৰ (২৯৪০ ফুট) উচ্চতাত অৱস্থিত৷

কিফিৰে
—  নগৰ  —
কিফিৰে
কিফিৰে
কিফিৰে
কিফিৰে
কিফিৰেৰ অৱস্থান
নাগালেণ্ড আৰু ভাৰত
স্থানাঙ্ক 25°53′57″N 94°46′51″E / 25.8992°N 94.7808°E / 25.8992; 94.7808
দেশ কিফিৰে ভাৰত
ৰাজ্য নাগালেণ্ড
জিলা কিফিৰে
জনসংখ্যা

• ঘনত্ব

11,799 (2011)

1,311 /কিমি (3,395 /বৰ্গ মাইল)

সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

• উচ্চতা

>9 km2 (3 sq mi)

896 m (2,940 ft)

ক'ড
  • • যান-বাহনৰ নম্বৰ • NL
ৱেবছাইট http://kiphire.nic.in

ভৌগোলিক অৱস্থান

কিফিৰে জিলাখন নাগালেণ্ডৰ টুৱেনচাং জিলাৰ পৰা পৃথক কৰাৰ পিছত কিফিৰে নগৰ জিলাখনৰ সদৰঠাই হিচাপে স্বীকৃত হয়৷ এই নগৰখন নাগালেণ্ডৰ ৰাজধানী ক’হিমাৰ পৰা ২৫৪ কিমি দুৰত্বত অৱস্থিত৷ এই জিলাতে নাগালেণ্ড ৰাজ্যৰ সৰ্বোচ্চ পৰ্বত মাউন্ট চাৰামাটি অৱস্থিত৷

জনসংখ্যা

কিফিৰে নগৰৰ অধিকাংশ লোকেই চাংটাম (Sangtam), ইমচুংগাৰ (Yimchunger) আৰু চেমা (Sema) নগা জনজাতিৰ লোক৷

তথ্যসূত্ৰ

Tags:

কিফিৰে জিলানাগালেণ্ড

🔥 Trending searches on Wiki অসমীয়া:

আকবৰসম্ৰাট অশোকহিমন্ত বিশ্ব শৰ্মাপদুমআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডবায়ু প্ৰদূষণদিল্লীমৌলিক সংখ্যাডিগবৈযোৰহাটমূৰাৰা, ৰঙিয়ামানৱ শৰীৰমাইলছ ব্ৰনছনস্বদেশী আন্দোলনকৃষ্ণচন্দ্ৰ নেপালী পোখৰেল২৪ এপ্ৰিলঅৰ্জুন ভঞ্জনকৰতল কমল কমল দল নয়নসংখ্যামৈদামবতৰগুৱাহাটী (লোকসভা সমষ্টি)পদ্মধৰ চলিহাবিজ্ঞানবিশ্ব পৰিৱেশ দিৱসবেক্টেৰিয়াভাৰতীয় ভাষাহৰণ (গণিত)উপন্যাসচিত্ৰা মণ্ডলঅসমীয়া গীতি সাহিত্যমৃণাল কলিতানুৰ জাহান (মোগল সম্ৰাজ্ঞী)ধৰ্মঅনুৰাধা শৰ্মা পূজাৰীবাণীকান্ত কাকতিজাতীয়তাবাদফুলউত্তৰ গুৱাহাটীজ্ঞানপীঠ বঁটাদশাৱতাৰমামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰাজ্যসভাআনন্দৰাম বৰুৱাশৰৎ ঋতুপূৰ্ণ স্বৰাজচিপাহী বিদ্ৰোহ ১৮৫৭অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিমৌখিক ইতিহাসইণ্ডোনেছিয়াজন গণ মনপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰপৰ্যটনভীমৰাও ৰামজী আম্বেদকাৰপৰ্যাবৃত্ত তালিকাজোনাকী (আলোচনী)পৰিসংখ্যাকপৌ ফুলভাৰতীয় জাতীয় কংগ্ৰেছম'হৰ শিঙৰ পেঁপাভাৰতৰ শিক্ষাবিহুৰ বাদ্যযন্ত্ৰভাওনাহিন্দী ভাষাসদৌ অসম ছাত্ৰ সন্থাখ্ৰীষ্টান ধৰ্মহিমবাহভলিবলব্যক্তিত্বশিৱসাগৰ পুখুৰীপথৰুঘাটৰ ৰণকমলাবাৰী সত্ৰভাৰত-চীন যুদ্ধচৰ্যাপদমংগোলিয়াগুৰু আসন🡆 More