কাতি: অসমীয়া বৰ্ষৰ সপ্তম মাহ

কাতি অসমীয়া বৰ্ষপঞ্জীৰ সপ্তম মাহ। এই সময়ত সূৰ্যই কৰ্কট ক্ৰান্তিৰপৰা লাহে লাহেকৈ দক্ষিণলৈ গতি কৰে। কৃত্তিকা নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম কাৰ্তিক বা কাতি হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। কাতি মাহত ৩০ দিন থাকে। কাতি মাহত শৰৎ ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়। আহিন আৰু কাতি মাহৰ সংক্ৰাতিৰ দিনা অসমীয়া লোক সকলে কাতি বিহু উদযাপন কৰে।

০১
19
০২
20
০৩
21
০৪
22
০৫
23
০৬
24
০৭
25
০৮
26
০৯
27
১০
28
১১
29
১২
30
১৩
31
১৪
01
১৫
02
১৬
03
১৭
04
১৮
05
১৯
06
২০
07
২১
08
২২
09
২৩
10
২৪
11
২৫
12
২৬
13
২৭
14
২৮
15
২৯
16
৩০
17
১৪৩০ ভাস্কৰাব্দ

অন্য পঞ্জিকাত কাতিৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত আহিন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাঅক্টোবৰ আৰু নৱেম্বৰ হয়। কাতি অক্টোবৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু নৱেম্বৰৰ মধ্যলৈকে থাকে। কাতি মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত আশ্বিন মাহ চলি থাকে।

উৎসৱ পৰ্ব, দিৱস আদি

তথ্য সংগ্ৰহ

Tags:

অসমীয়াআঘোণআহাৰআহিনকৰ্কট ক্ৰান্তিচ'তজেঠপুহফাগুনব'হাগভাদমাঘশাওণশৰৎ

🔥 Trending searches on Wiki অসমীয়া:

ভাষাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)কীৰ্তন-ঘোষামণিৰাম দেৱান (চলচ্চিত্ৰ)মণিৰাম দেৱানচুটিগল্পভূমিদান প্ৰথাকামৰূপ ৰাজ্যফ্ৰান্সচুতীয়া ৰাজ্যপিঠানাহৰব্ৰিটিছ ভাৰতৰ মুদ্ৰাপঞ্জাৱ নেচনেল বেংকদশাৱতাৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাঊষাকমতা ৰাজ্যবুৰঞ্জীদৈনিক অসমআনন্দৰাম বৰুৱাপ্ৰকৃতিFale sootagaলেছবিয়ানবিজ্ঞানভাৰতহীৰেন গোহাঁইঅসম বৈভৱ বঁটাৰুবুল মাউতহেমচন্দ্ৰ গোস্বামীশ্বজিবু নোংমা পানবাচ্যু-কা-ফাবনলতা সেন (কবিতা)অভিধানঅম্বুবাচীবৃশ্চিক (ৰাশি)ভাৰতত বাল্য বিবাহডাকৰ বচনসাঁচিপাতবিয়া নামশামুকঅসমীয়া কবিতাৰ ইতিহাসশ্ৰীনিবাস ৰামানুজনঅসমৰ চিত্ৰকলাৰ ইতিহাসঅসমীয়া গালি-গালাজমহা মৃত্যুঞ্জয় মন্দিৰস্বাস্থ্যহোমেন বৰগোহাঞি২৭ মাৰ্চউমানন্দকয়লাফলৰ তালিকাঅসমৰ বনৌষধিনেপালভাৰতৰ নিৰ্বাচন আয়োগঅসমীয়া বিখ্যাত সাহিত্যিকসকলৰ তালিকাদেউৰী জনগোষ্ঠীফুটবলঅংকীয়া নাটনগাঁও কুইজ ফ'ৰামভাৰত-ইউৰোপীয় ভাষা পৰিয়ালজিজিয়ালাক্সেমবাৰ্গহাঁচতিদিহানামভাৰতীয় সংবিধানবুঢ়ী আইৰ সাধুহিমালয়ওজাপালিঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাৰংঘৰঅৰ্থনীতিআৱাহন (আলোচনী)গণৰাজ্য দিৱস (ভাৰত)ইউক্লিডকল্পনা সাহিত্যমাটি🡆 More