আহিন: অসমীয়া বৰ্ষৰ ষষ্ঠ মাহ

আহিন অসমীয়া বৰ্ষপঞ্জীৰ ষষ্ঠ মাহ। অশ্বিনী নক্ষত্ৰৰ নামেৰে এই মাহৰ নাম আশ্বিন বা আহিন হৈছে। অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। আহিন মাহত ৩০ দিন থাকে। আহিন মাহত শৰৎ ঋতুৰ সমাপ্তি হৈ হেমন্ত ঋতুৰ আৰম্ভ হয়।

০১
19
০২
20
০৩
21
০৪
22
০৫
23
০৬
24
০৭
25
০৮
26
০৯
27
১০
28
১১
29
১২
30
১৩
01
১৪
02
১৫
03
১৬
04
১৭
05
১৮
06
১৯
07
২০
08
২১
09
২২
10
২৩
11
২৪
12
২৫
13
২৬
14
২৭
15
২৮
16
২৯
17
৩০
18
১৪৩০ ভাস্কৰাব্দ

অন্য পঞ্জিকাত আহিনৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত আহিন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাছেপ্টেম্বৰ আৰু অক্টোবৰ হয়। আহিন ছেপ্টেম্বৰৰ ১৮ বা ১৯ তাৰিখত আৰম্ভ হয় আৰু অক্টোবৰৰ মধ্যলৈকে থাকে। আহিন মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত ভাদ্ৰপদ মাহ চলি থাকে।

আহিন: অসমীয়া বৰ্ষৰ ষষ্ঠ মাহ 
শৰৎ ঋতুৰ বিশেষ ফুল শেৱালি

উৎসৱ পৰ্ব, দিৱস আদি

  1. ২ আহিন: শ্বহীদ কনকলতা বৰুৱা, কুমলী দেৱী, ভোগেশ্বৰী ফুকননীৰ স্মৃতি দিৱস,ৰাধানাথ ফুকন, জয়ন্ত হাজৰিকাৰ জন্ম দিৱস।
  2. ৩ আহিন: আন্তৰ্জাতিক শান্তি দিৱস
  3. ৬ আহিন: আব্দুল মজিদ স্মৃতি দিৱস।
  4. ৮ আহিন: ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন্ম দিৱস।
  5. ৯ আহিন: বিশ্ব পৰ্যটন দিৱস
  6. ১০ আহিন: মহালয়া
  7. ১১ আহিন: দেবেন্দ্ৰ নাথ আচাৰ্য স্মৃতি দিৱস।
  8. ১৪ আহিন: গান্ধী জয়ন্তী
  9. ১৫ আহিন: তিলক হাজৰিকা, কমলেশ্বৰ বৰা, প্ৰতিমা বৰুৱা পাণ্ডেৰ জন্ম দিৱস।
  10. ১৬ আহিন: বিশ্ব প্ৰাণী দিৱস
  11. ১৭ আহিন: স্নেহ দেৱী স্মৃতি দিৱস, শ্ৰী শ্ৰী দুৰ্গাপূজা (মহাসপ্তমী)
  12. ১৮ আহিন: মহা অষ্টমী
  13. ১৯ আহিন: মহা নৱমী, পুষ্পা ভূঞাৰ স্মৃতি দিৱস।
  14. ২০ আহিন: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি, সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম দিৱস, বিজয়া দশমী
  15. ২১ আহিন: বিশ্ব ডাক দিৱস
  16. ২২ আহিন: বিশ্ব মানসিক স্বাস্থ্য দিৱস, বিশ্ব দৃষ্টি দিৱস
  17. ২৩ আহিন: আন্তৰ্জাতিক কন্যা শিশু দিৱস, জহৰুল হক জন্ম দিৱস।
  18. ২৫ আহিন: শ্ৰী শ্ৰী লক্ষ্মীপূজা।
  19. ২৬ আহিন: বিশ্ব মান দিৱস, শোভা ব্ৰহ্ম, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, লক্ষ্যধৰ চৌধুৰী, লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম দিৱস।
  20. ২৭ আহিন: এ পি জে আব্দুল কালাম, চন্দ্ৰধৰ বৰুৱাৰ জন্ম দিৱস, জয়ন্ত হাজৰিকাৰ স্মৃতি দিৱস।
  21. ২৮ আহিন: বিৰিঞ্চি কুমাৰ বৰুৱা, তফজ্জুল আলীৰ জন্ম দিৱস।
  22. ২৯ আহিন: ৰাধাগোবিন্দ বৰুৱাৰ জন্ম দিৱস।
  23. ৩১ আহিন: কাতি বিহু, কালিৰাম মেধিৰ জন্ম দিৱস।

তথ্য সংগ্ৰহ

Tags:

অসমীয়াআঘোণআহাৰকাতিচ'তজেঠপুহফাগুনব'হাগভাদমাঘশাওণশৰৎ

🔥 Trending searches on Wiki অসমীয়া:

শ্ৰী সূৰ্য পাহাৰবৈচাগুআয়ুৰ্বেদব’হাগমিৰি জীয়ৰীভলিবলঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫মণিৰাম দেৱান (চলচ্চিত্ৰ)পাঁচালীআনন্দৰাম বৰুৱাভবেন্দ্ৰ নাথ শইকীয়াকোষ (জীৱবিজ্ঞান)কছাৰী ৰাজ্যশালস্তম্ভ ৰাজবংশদৈনিক বাতৰিদিল্লীজয়মতী কুঁৱৰীযোগ দৰ্শনকামাখ্যা মন্দিৰঅসমৰ সাহিত্যিকসকলৰ তালিকাৰাতি বিহুঅসমীয়া গালি-গালাজঅসমৰ নদীসমূহৰ তালিকাকৃষিআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিঅপৰিমেয় সংখ্যানাৰী সবলীকৰণভাৰতীয় নাগৰিকত্ব আইনপৃথিৱীবাৰেচহৰীয়া ভাওনা মহোৎসৱপ্ৰাকৃতিক দুৰ্যোগমনোবিজ্ঞানতিৱা জনগোষ্ঠীকলা২৫ এপ্ৰিলবিত্তীয় ব্যৱস্থাইংলেণ্ডমূলা গাভৰুঅতুল চন্দ্ৰ হাজৰিকাস্বৰাজউপন্যাসপথেৰ পাঁচালীজন গণ মনযোগাসনশৰাইঘাট দলংহীৰেন গোহাঁইশ্বিলংবিষুৱ ৰেখাগোৱালপাৰা জিলাউত্তৰ-পূব সীমান্ত ৰেলৱেপদুমমংগোলিয়াচৰাইদেউ জিলাবিপন্ন প্ৰজাতিনেপোলিয়ন বোনাপাৰ্টহেম বৰুৱাবেলিমাৰ (নাটক)এৰিষ্ট'টলভোলানাথ দাসবিহুৰ বাদ্যযন্ত্ৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীবাথৌ পূজাগাঁও পঞ্চায়তধৰ্মব'হাগ বিহুপিঠাবেণুধৰ শৰ্মাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলআহোম জনগোষ্ঠীঅসম আৰক্ষীবিজ্ঞাপনশক্তিঅসমীয়া কবিতা🡆 More