ফাগুন: অসমীয়া, বাংলা চনৰ একাদশ মাহ

ফাগুন অসমীয়া বৰ্ষপঞ্জীৰ একাদশ মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম। ফাগুনত ৩০ দিন থাকে। ১ ফাগুন হ'ল এই মাহৰ প্ৰথম দিন।


অনুৰাগ

অন্য পঞ্জিকাত ফাগুনৰ সমসাময়িক মাহ

অসমীয়া পঞ্জিকাত ফাগুন মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাফেব্ৰুৱাৰী আৰু মাৰ্চ হয়। ফাগুন ১৪ বা ১৫ ফেব্ৰুৱাৰীত আৰম্ভ হয় আৰু মাৰ্চৰ মধ্যলৈকে থাকে। ব'হাগ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত মাঘা মাহ চলি থাকে ভাৰতীয় অন্যান্য প্ৰান্তত ফাগুন মাহক দ্বাদশ মাহ বুলি ধৰা হয়। আনহাতে গুজৰাটকাতি মাহক বছৰৰ প্ৰথম মাহ বুলি ধৰা হয় বাবে ফাগুন পঞ্চম মাহ। মাগুন মাহৰ উৎসৱ সমূহৰ ভিতৰত মহা শিৱৰাত্ৰি আৰু ফাকুৱা উল্লেখযোগ্য। ফাকুৱা সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। বৈষ্ণৱ কেলেণ্ডাৰৰ মতে ফাগুন মাহটো গোবিন্দৰ দ্বাৰা পৰিচালিত হয়। ভাৰতৰ কোনো কোনো প্ৰান্তৰ লোকে এই মাহত গৌড় পূৰ্ণিমা উদযাপন কৰে। গোৱাৰ লোক সকলে এই মাহত শিগমো উৎসৱ পালন কৰে।

ফাগুন: অন্য পঞ্জিকাত ফাগুনৰ সমসাময়িক মাহ, উৎসৱ পাৰ্বন, প্ৰাকৃতিক পৰিৱৰ্তন 
ফাগুন মাহত ফুলা পলাশ ফুল

উৎসৱ পাৰ্বন

ফাগুন: অন্য পঞ্জিকাত ফাগুনৰ সমসাময়িক মাহ, উৎসৱ পাৰ্বন, প্ৰাকৃতিক পৰিৱৰ্তন 
ফাকুৱাৰ দিনা গাঁৱত গোসাঁই ফুৰোৱা দৃশ্য।

(ইংৰাজী ২০২০ বৰ্ষৰ মতে)

প্ৰাকৃতিক পৰিৱৰ্তন

ফাগুন: অন্য পঞ্জিকাত ফাগুনৰ সমসাময়িক মাহ, উৎসৱ পাৰ্বন, প্ৰাকৃতিক পৰিৱৰ্তন 
শিমলু ফুল

ফাগুন মাহৰ সময়ত বতৰৰ উষ্ণতা ভাৰসাম্য অৱস্থাত থাকে। এই সময়ত বৰষুণ প্ৰায় নোহোৱাৰ বাবে বতৰ শুকান আৰু ধূলিময় হয়। এই সময়ত অসমৰ হাবিত মদাৰ, শিমলু আৰু পলাশ ফুল ফুলা দেখা যায় আৰু হেটুলুকা চৰাইৰ মাত সঘনাই শুনিবলৈ পোৱা যায়। এই সময়ত নদ-নদী, পুখুৰী ইত্যাদিৰ পানী শুকাবলৈ আৰম্ভ কৰে। এই সময়ত দ-মাটিৰ বাবে বাওঁ ধান সিঁচা হয়।

তথ্য সূত্ৰ

Tags:

ফাগুন অন্য পঞ্জিকাত ৰ সমসাময়িক মাহফাগুন উৎসৱ পাৰ্বনফাগুন প্ৰাকৃতিক পৰিৱৰ্তনফাগুন তথ্য সূত্ৰফাগুনআঘোণআহাৰআহিনকাতিচ'তজেঠপুহব'হাগভাদমাঘশাওন

🔥 Trending searches on Wiki অসমীয়া:

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যসূৰ্যপাৰিপাৰ্শ্বিক সংঘাতকথা কবিতাভেঁকুৰমহা মৃত্যুঞ্জয় মন্দিৰমানুহৰ কংকালভাৰতীয় ৰেলকেশৱ মহন্তহলায়ুধমোৱামৰীয়া বিদ্ৰোহগৰু বিহুশিক্ষা মনোবিজ্ঞানগড়মূৰ সত্ৰনাটকপ্ৰথম বিশ্বযুদ্ধপদ (ব্যাকৰণ)যোগেশ দাসজাতি লাউকমলাকান্ত ভট্টাচাৰ্য্যচামগুৰি সত্ৰম’বাইল ফোনশ্ৰীনিবাস ৰামানুজনসপ্তকাণ্ড ৰামায়ণবাঁহীপ্ৰাচীন গ্ৰীচৰংদুৰ্গাঅসমত দেখা পোৱা মাছৰ তালিকাচৰিত পুথিমহাসাগৰগুৱাহাটী বিশ্ববিদ্যালয়মূলা গাভৰুশ্ৰী শ্ৰী বটদ্ৰৱা থানমধ্যাহ্ন ভোজন আঁচনিসংগীতঅম্বুবাচীভূমিকম্পভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানপূৰবী বৰমুদৈহেম বৰুৱা (ত্যাগবীৰ)গুৱাহাটী (লোকসভা সমষ্টি)মুদ্ৰাপৃথিৱীমোগল সাম্ৰাজ্যমৃত্যুৰাম বিজয়বানপানীফলৰ তালিকাচাহকুলিএহাত ডাবাজল সংৰক্ষণহাড়নগাঁও জিলাদেওপাহাৰনৱগ্ৰহ মন্দিৰ, গুৱাহাটী২৩ এপ্ৰিলকনকলতা বৰুৱাসাঁচিপাতআহোম বিবাহ পৰম্পৰাদৌল গোবিন্দ মন্দিৰঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিদশৰথধৰিত্ৰী দিৱসক্ষশচীন তেণ্ডুলকাৰজৈৱ বৈচিত্ৰ্যব'হাগ বিহুকললক্ষ্মীধৰ শৰ্মাবৰ্মণ ৰাজবংশ🡆 More