যীশু

যীশু (প্ৰায় ৪ খ্ৰীষ্টপূৰ্ব – খ্ৰীষ্টাব্দ ৩০ / ৩৩), যাক নাজাৰথৰ যীশু বা যীশু খ্ৰীষ্ট বুলিও কোৱা হয়, এজন প্ৰথম শতাব্দীৰ ইহুদী প্ৰচাৰক (ধৰ্মীয় মতবাদ) আৰু ধৰ্মীয় নেতা আছিল। তেওঁ হৈছে বিশ্বৰ সৰ্ববৃহৎ ধৰ্ম; খ্ৰীষ্টান ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তি। বেছিভাগ খ্ৰীষ্টান ধৰ্মীয় লোকে বিশ্বাস কৰে যে তেওঁ ঈশ্বৰৰ অৱতাৰ পুত্ৰ আৰু প্ৰতীক্ষিত মচীহ (খ্ৰীষ্ট); যাৰ বিষয়ে হিব্ৰু (ইহুদী) বাইবেলত ভৱিষ্যতবাণী কৰা আছে।

উল্লেখনীয় যে, প্ৰায় সকলো আধুনিক পণ্ডিতে সন্মত হয় যে যীশু ঐতিহাসিকভাৱে বিদ্যমান আছিল। ঐতিহাসিক যীশুৰ অন্বেষণে গছপেল (Gospel) ৰ ঐতিহাসিক নিৰ্ভৰযোগ্যতাৰ ওপৰত আৰু নিউ টেষ্টামেণ্ট ( New Testament) ত যীশুক কিমান নিবিড়ভাৱে চিত্ৰিত কৰিছে সেই বিষয়ে কিছু অনিশ্চয়তা সৃষ্টি কৰিছে, যিহেতু যীচুৰ জীৱনৰ একমাত্ৰ অভিলেখ বোৰ গছপেল (Gospel)-ত অন্তৰ্ভুক্ত আছে। যীশু এজন গালিলান ইহুদী আছিল, যাক জন দ্য বেপ্টিষ্টে বেপ্টিজ্কৰন কৰিছিল আৰু তেওঁ নিজৰ পৰিচৰ্য্যা আৰম্ভ কৰিছিল। প্ৰথমতে মৌখিকভৱে তেওঁৰ শিক্ষাসমূহ সংৰক্ষণ কৰা হৈছিল আৰু তেওঁক প্ৰায়ে "ৰাব্বি" বুলি কোৱা হৈছিল।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

নাগালেণ্ডফাকুৱানাগৰিকত্বভাৰতত মহিলা শিক্ষাশামুকমৃণাল কলিতাঅব্যয় পদজাতি লাউবাজেটসোণোৱাল কছাৰীকথা-ভাগৱতপৰিৱেশ অধ্যয়নসংঘাতলোক-সংগীতপৃথিৱীউমাচল শিলালিপিশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহআলাবৈৰ ৰণমৃত্যুক্ৰা দাদি জিলানাৰীথমাছ আলভা এডিচনছক্ৰেটিছবহনক্ষম ভূমি ব্যৱস্থাপনামিচিং ভাষাঅংগৰাগ মহন্তঅসমৰ পৰম্পৰাগত সাজ-পাৰৰুক্মিণী হৰণ নাটমানৱ উন্নয়ন সূচকবৰ্মণ ৰাজবংশকনকলতা বৰুৱাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫চ্যু-লিক-ফানিৰুপমা বৰগোহাঞিবব্ৰুবাহনৰ যুদ্ধশ্ৰীমন্ত শংকৰদেৱভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫অসমৰ পুৰণি স্থাপত্যবায়ু প্ৰদূষণপ্ৰাক-ইতিহাসধৰিত্ৰী দিৱসকলদীনেশ চন্দ্ৰ গোস্বামীশোণিত কুঁৱৰীপৰিৱেশ বিজ্ঞানদেউৰী জনগোষ্ঠীগায়ন-বায়নগণিতঅণুবীক্ষণ যন্ত্ৰমাধৱদেৱঅসমৰ লোকবাদ্যমাৰ্ক্সবাদশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাটুক্ৰেশ্বৰী দেৱালয়জ্যোতিপ্ৰসাদ আগৰৱালাভাইৰাছঅসম বিধানসভাঅখণ্ড সংখ্যাঅসমৰ কাঁহ শিল্পঅসমৰ তেল শোধনাগাৰবগেজাৰী গীতওজাপালিভাৰতৰ জাতীয় পতাকাকাল সংহতিবিহুৰ বাদ্যযন্ত্ৰভাৰতপথেৰ পাঁচালীশক্তিঅসহযোগ আন্দোলনশৰৎচন্দ্ৰ চট্টোপাধ্যায়পুৰুষোত্তম দাসঅসমীয়া জাতিভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাভট্টদেৱৰ গদ্যশৈলী🡆 More