ফল

উদ্ভিদবিজ্ঞানৰ মতে ফল হৈছে সপুষ্পক উদ্ভিদৰ ফুল ফুলাৰ পিছত গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা বীজ-বহনকাৰী গঠন।

ফল
কিছুমান ফল

সপুষ্পক উদ্ভিদে ফলৰ দ্বাৰা বীজৰ বিস্তাৰ কৰে। খোৱা ফলসমূহৰ বাবে মানুহ আৰু অন্য জীৱ-জন্তু উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। বিশ্বৰ বিভিন্ন প্ৰান্তত বহুল ভিত্তিক ফলৰ খেতি কৰা হয়। কিছুমান ফলৰ সাংস্কৃতিক আৰু সাংকতিক মূল্য উল্লেখনীয়।

সাধাৰণ ভাষাত, "ফল" বুলিলে উদ্ভিদৰ বীজ-যুক্ত মিঠা বা টেঙা আৰু কেঁচাকৈ খাব পৰা গঠনক বুজায়, যেনে আপেল, কল, আঙুৰ, নেমু, কমলা, আৰু মাটিকঁঠাল আদি। আনহাতে, উদ্ভিদবিদ্যাৰ মত, "ফল" বুলিলে সাধাৰণতে ফলৰ ভিতৰত নধৰা, যেনে বিন, ধান, আলু, আৰু গম আদিকো বুজায়। ভেঁকুৰৰ ৰেণু সৃষ্টি কৰা অংগকো উদ্ভিদবিদ্যাত ফলৰ ভিতৰত ধৰা হয়।

বীজহীন ফল

ফল 
কিছুমান বীজহীন ফল

তথ্য সংগ্ৰহ

Tags:

উদ্ভিদবিজ্ঞানসপুষ্পক উদ্ভিদ

🔥 Trending searches on Wiki অসমীয়া:

দুৰ্গাকলিতা জনগোষ্ঠীকেশৱ মহন্তঅসমৰ লোকগীতদ-পৰ্বতীয়াৰ শিলৰ দুৱাৰস্বদেশী আন্দোলনবিশ্বনাথ ঘাটকেতেকী ফুলঅন্তৰীপ (উপন্যাস)নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পবিজ্ঞাপনগাঁও পঞ্চায়তআহোম-মোগলৰ সংঘৰ্ষনামঘোষামানৰ অসম আক্ৰমণবহল ব্যাকৰণপদ্মধৰ চলিহামানুহৰ কংকালআনন্দৰাম ঢেকিয়াল ফুকনজৈৱ বৈচিত্ৰ্যৰাম বিজয়সংঘাতদীৰ্ঘেশ্বৰী দেৱালয়অসমীয়া লোক-সংস্কৃতিবচন (ব্যাকৰণ)কাৰ্বি জনগোষ্ঠীধাতু আৰু অধাতুচক্ৰধ্বজ সিংহ (নাটক)যোগ দৰ্শনযোৰানামগদ্যচান্দ সদাগৰভাৰতীয় জনতা পাৰ্টিঅসমীয়া বৰ্ণমালাখামটি ভাষাঅসমৰ কাঁহ শিল্পনীলমণি ফুকন (কনিষ্ঠ)অসমৰ তেল শোধনাগাৰবেণুধৰ শৰ্মাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাফকৰা যোজনাঅন্নপ্ৰাশনশব্দচন্দ্ৰকুমাৰ আগৰৱালাঋতুঅসম আৰক্ষীজেতুকাগোৱালপাৰাআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰব-দ্বীপনিৰোদ চৌধুৰীদ্বিতীয় বিশ্বযুদ্ধচামগুৰি সত্ৰআহোম ভাষাঅসমৰ নদীসমূহৰ তালিকাহেমচন্দ্ৰ বৰুৱাউদ্ভিদমণিৰাম দেৱানঅৰ্থব্যৱস্থাঅসম বৈভৱ বঁটাশ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয়লক্ষ্মীধৰ শৰ্মাজামুগুৰিহাটঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকালিংগ (জৈৱিক)শক্তিনিৰ্মলপ্ৰভা বৰদলৈগঙ্গা নদীভাৰতৰ উপৰাষ্ট্ৰপতিকৰ'নাভাইৰাছ ৰোগ ২০১৯গুগলখোললক্ষ্যধৰ চৌধুৰীসমাজতত্ত্বঅসমৰ চাহ জনগোষ্ঠীৰাজিয়া চুলতানাভাৰতীয় ভাষাপাইথাগোৰাছৰ উপপাদ্য🡆 More