ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

উদ্ভিদবিজ্ঞানৰ সংজ্ঞা অনুসৰি বীজ বহন কৰা উদ্ভিদৰ বিশেষ মঙহাল বা মঙহহীন অংশকে ফল বুলি কোৱা হয়। এই ফলৰ বিকাশ হয় স্ত্ৰীকেশৰৰ গৰ্ভাশয় নাম অংশটোৰ পৰা। সকলো গুপ্তবীজী উদ্ভিদৰ ফল গঠন হয়। অসমৰ থলুৱা ফলৰ ভিতৰত লেটেকু, পনিয়ল, থেৰেজু, অমৰা, মিৰিকাটেঙা, বনপিঠা, নগাটেঙা, ডালিম, মধুৰিআম, বিভিন্ন প্ৰকাৰৰ জামু, আম, নাচপতি, আতলচ, মাটিকঁঠাল, কঁঠাল, তেঁতেলী, লিচু, আহোমবগৰী, নৰাবগৰী, থেকেৰা, কল, কৰ্দ্দৈ, ৰহদৈ, বেল আদি প্ৰধান।

অসমীয়া নাম ইংৰাজী নাম বৈজ্ঞানিক নাম চিত্ৰ
ডালিম Pomegranate Punica granatum
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
নৰাবগৰী Plum Prunus domestica
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
নগা টেঙা Rhus semialata
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
বেত গুটি Cane fruit Calamus flagellum
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
লতা বেল Passion fruit Passiflora edulis
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
কঁঠাল Jack Fruit Artocarpus heterophyllus
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
আম Mango Mangifera indica
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
অমিতা Papaya Carica papaya
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
চপেটা/চিকু sapodilla Manilkara zapota
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ষ্ট্ৰবেৰী/বাৰীখিছ Garden strawberry Fragaria ananassa
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ৰবাব টেঙা Pomalo Citrus maxima
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
আহোম বগৰী Peach Prunus persica
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
কমলা/সুমথিৰা টেঙা Orange Citrus reticulata
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
আটলাচ Custard Apple Annona squamosa
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
আমলখি Indian gooseberry Emblica officinalis Gaertn
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
বগৰী Indian Jujube Zizyphus mauritiana
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
মধুৰীআম Guava Psidium guajava
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
অনাৰস/মাটি-কঁঠাল Pineapple Ananas comosus
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
আপেল Apple Malus domestica
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ক'লা জামু Berry Syzygium cumini
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
অমৰা Ambarella Spondias dulcis
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ভোমোৰা Bastard myrobalan Terminalia bellerica
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
বকুল Bullet wood Mimusops elengi
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ডেৱা Monkey Jack Artocarpus lakoocha
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
কৰ্জা টেঙা Karonda Fruit Carissa carandas
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
কুজি থেকেৰা Garcinia cowa Roxb
কৰ্দ্দৈ Starfruit Averrhoa carambola
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
কাজিনেমু Lemon Citrus aurantifolia
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
কুঁহিয়াৰ Sugarcane Saccharum spontaneum
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
শিলিখা Black Myrobalan Terminalia chebula
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
ঔটেঙা Elephant apple Dillenia indica
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
জলফাই Ceylon-olive Elaeocarpus serratus
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি
তেঁতেলী Tamarind Tamarindus indica
ফলৰ তালিকা: ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ


Tags:

🔥 Trending searches on Wiki অসমীয়া:

উমাচল শিলালিপিমিডিয়াৱিকিমৌখিক লোকসাহিত্যশব্দ প্ৰদূষণবাজেটপুথিভঁৰালতথ্যচুটিগল্পব্যৱস্থাপনাআৰৱ সাগৰআমাৰ অসমঅসমীয়া ভাষাৰ শব্দসম্ভাৰপ্ৰাকৃতিক সম্পদঅসমত দেখা চৰাইবোৰকৰম পূজাকমলাকান্ত ভট্টাচাৰ্য্যবাণীকান্ত কাকতিউপন্যাসবৰগীতঅসমীয়া যুক্তাক্ষৰউপেন্দ্ৰনাথ গোস্বামীকিতাপ পঢ়াৰ আনন্দস্বামী বিবেকানন্দভাওনাজাপানঘৰ শালিকাপ্ৰাক-ইতিহাসসাক্ষৰতাসমাজসূৰ্যকুমাৰ ভূঞাকথা-ভাগৱতজোনাকী (আলোচনী)দৰ্শনদীপলিনা ডেকাৰাভা জনগোষ্ঠীআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডডাকৰ বচনতৰল পদাৰ্থঅসমৰ মহকুমাসমূহৰ তালিকাৱেবছাইটবৰহমথুৰিতলাতল ঘৰসত্যাগ্ৰহমুগা (ৰেচম)ধেমাজি জিলাডিব্ৰুগড়জয়মতী কুঁৱৰীজয়সাগৰ পুখুৰীথমাছ আলভা এডিচনবিহুৰ খাদ্যপূৰ্ণ স্বৰাজমহেশ্বৰ নেওগমহো-হো উৎসৱঈয়াৰুইঙ্গমআহোম জনগোষ্ঠীলক্ষ্মীনাথ বেজবৰুৱাআহোম ধৰ্মপাঁচালীশিৱসাগৰৰ শিৱদৌলশকুন্তলা (চলচ্চিত্ৰ)২০২৩ জি-২০ নতুন দিল্লী সন্মিলনহৰপ্পাৱিকিখ্ৰীষ্টান ধৰ্মৰামধেনু (আলোচনী)মঙ্গলদৈ (লোকসভা সমষ্টি)চলচ্চিত্ৰহয়গ্ৰীৱ মাধৱ মন্দিৰবহুভাষাবাদপৃথিৱীনিগনিঅনুবাদমুখমৈথুনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানহিমন্ত বিশ্ব শৰ্মা🡆 More