মেক্সিকো

মেক্সিকো (স্পেনীছ: México), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (স্পেনীছ: Estados Unidos Mexicanos), হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত। প্ৰায় ২০,০০,০০০ বৰ্গ কিলোমিটাৰ (৭,৭০,০০০ বৰ্গ মাইল) মাটিকালিৰে মেক্সিকো হৈছে বৃহত্তৰ আমেৰিকা মহাদেশৰ পঞ্চম বৃহৎ ৰাষ্ট্ৰ আৰু পৃথিৱীৰ ভিতৰত ১৩তম বৃহৎ স্বাধীন ৰাষ্ট্ৰ। আনুমানিক প্ৰায় ১২.৯ কোটি জনসংখ্যাৰে মেক্সিকো হৈছে পৃথিৱীৰ ভিতৰত দশম সৰ্বাধিক জনবহুল দেশ আৰু পৃথিৱীৰ ভিতৰত সৰ্বাধিক স্পেনীছ ভাষী লোকৰ দেশ। ইয়াৰ লগতে ব্ৰাজিলৰ পাছতে ই লেটিন আমেৰিকাৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ। মেক্সিকো এখন সংসদীয় সাংবিধানিক গণতন্ত্ৰ। ই ৩১খন ৰাজ্য আৰু এখন বিশেষ ৰাজধানী অঞ্চলেৰে গঠিত।

মেক্সিকান যুক্তৰাজ্য
Estados Unidos Mexicanos
মেক্সিকো মেক্সিকো
ৰাষ্ট্ৰীয় সঙ্গীত
Himno Nacional Mexicano
মেক্সিকো-ৰ অৱস্থান
মেক্সিকো-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
মেক্সিকো সিটি
19°03′N 99°22′W / 19.05°N 99.367°W / 19.05; -99.367
ৰাষ্ট্ৰভাষা (সমূহ) স্পেনিছ (কাৰ্যত)
জাতীয়তাসূচক বিশেষণ মেক্সিকান
চৰকাৰ ৰাষ্ট্ৰপতিশাসিত যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ
 -  ৰাষ্ট্ৰপতি আন্দ্ৰেজ ম্যানুয়েল লোপেজ
(PRI party)
স্বাধীনতা স্পেনেৰ থেকে 
 -  ঘোষিত ১৬ চেপ্তেম্বৰ ১৮১০ 
 -  স্বীকৃত ২৭ চেপ্তেম্বৰ ১৮২১ 
মাটিকালি
 -  মুঠ ১৯,৭২,৫৫০ বৰ্গ কিমি (১৫তম)
৭,৬১,৬০৬ বৰ্গ মাইল 
 -  জলভাগ (%) ২.৫ (৪৯,৩১৪ বৰ্গ কিমি)
জনসংখ্যা
 -  2007 আনুমানিক ১০,৮৭,০০,৮৯১ (১১th)
 -  ২০০৫ লোকপিয়ল ১০,৩২,৬৩,৩৮৮ 
জিডিপি (পিপিপি) ২০০৬ আনুমানিক
 -  মুঠ $1.149 trillion (12th)
 -  জনমুৰি $11,249 (৬৩তম)
জিডিপি (নামমাত্ৰ) ২০০৬ আনুমানিক
 -  মুঠ $840.012 billion (short scale) (14th)
 -  জনমুৰি $8,066 (৫৫তম)
জিনি সহগ? (২০০৬) ৪৭.৩ (high
মানৱ উন্নয়ন সূচক (২০৪) বৃদ্ধি০.৮২৯ (high) (৫২তম)
মুদ্ৰা পেসো (MXN)
সময় অঞ্চল (ইউটিচি-8 to -6)
ইণ্টাৰনেট টিএলডি .mx
কলিং ক'ড +52
1 See languages note (below):

তথ্য সংগ্ৰহ

Tags:

আমেৰিকা (মহাদেশ)আমেৰিকা যুক্তৰাষ্ট্ৰউত্তৰ আমেৰিকাকেৰিবিয়ান সাগৰপ্ৰশান্ত মহাসাগৰব্ৰাজিল

🔥 Trending searches on Wiki অসমীয়া:

সাহিত্য সমালোচনাসৌৰ শক্তিজলবিদ্যুৎঅখণ্ড সংখ্যাগান্ধীবাদসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাঁ (চন্দ্ৰবিন্দু)নিৰ্মলপ্ৰভা বৰদলৈঅশ্বত্থামাবৰগীতজৈৱিক কৃষিমহাসাগৰকথা কবিতা২০২৩ জি-২০ নতুন দিল্লী সন্মিলনবিহুৰ সাজ-পোচাক আৰু অলংকাৰঅসমৰ মুখা শিল্পখিলঞ্জীয়া লোকনামদাঙৰ শিলৰ সাঁকোযোগাসনচি এছ এছঅসমৰ মহকুমাসমূহৰ তালিকাপৰিয়ালঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগআল্লাহৰতিঅসম সাহিত্য সভামৌৰ্য সাম্ৰাজ্যচৰাইঅসম বিধানসভাকম্পিউটাৰতামোলআহোম ৰাজ্যমালিনী থানমণিপুৰকোচ ৰাজবংশীভ্ৰাম্যমাণ থিয়েটাৰঅসমীয়া ভাষা আন্দোলনব'হাগ বিহুসত্ৰীয়া নৃত্যমাধৱ কন্দলিঅসমৰ জিলাসমূহৰূপালীমএৰিষ্ট'টলমনোমতীঅসমৰ লোকবাদ্যবেদসেউজ গৃহ প্ৰভাৱ২৬ এপ্ৰিলঢোলবিজ্ঞানইষ্ট ইণ্ডিয়া কোম্পানীঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাউদাৰনৈতিকতাবাদবুৰঞ্জীনৱবিধা ভক্তিপৰ্যটনকাৰেংঘৰপায়ু সংগমগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাপদ্মনাথ গোহাঞি বৰুৱাসিন্ধু সভ্যতামেকুৰীহেম বৰুৱাকম্পিউটাৰ হাৰ্ডৱেৰলিংগ (জৈৱিক)হেমচন্দ্ৰ গোস্বামীনাহৰৰ গীতজয়মতী কুঁৱৰীনৱকান্ত বৰুৱাআজান পীৰঅম্বিকাগিৰি ৰায়চৌধুৰীফকৰা যোজনাকল🡆 More