मैक्सिको

মেক্সিকো (खाँचा:Lang-es), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (खाँचा:Lang-es), হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত। প্ৰায় ২০,০০,০০০ বৰ্গ কিলোমিটাৰ (৭,৭০,০০০ বৰ্গ মাইল) মাটিকালিৰে মেক্সিকো হৈছে বৃহত্তৰ আমেৰিকা মহাদেশৰ পঞ্চম বৃহৎ ৰাষ্ট্ৰ আৰু পৃথিৱীৰ ভিতৰত ১৩তম বৃহৎ স্বাধীন ৰাষ্ট্ৰ। আনুমানিক প্ৰায় ১২.৯ কোটি জনসংখ্যাৰে মেক্সিকো হৈছে পৃথিৱীৰ ভিতৰত দশম সৰ্বাধিক জনবহুল দেশ আৰু পৃথিৱীৰ ভিতৰত সৰ্বাধিক স্পেনীছ ভাষী লোকৰ দেশ। ইয়াৰ লগতে ব্ৰাজিলৰ পাছতে ই লেটিন আমেৰিকাৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ। মেক্সিকো এখন সংসদীয় সাংবিধানিক গণতন্ত্ৰ। ই ৩১খন ৰাজ্য আৰু এখন বিশেষ ৰাজধানী অঞ্চলেৰে গঠিত।

তথ্য সংগ্ৰহ

শ্ৰেণী:উত্তৰ আমেৰিকাৰ দেশ

Tags:

🔥 Trending searches on Wiki अवधी:

दर्शनलंकाकाण्डकिफाइर जिलाअंटार्कटिकाआंधी (बुलेटिन) (पत्रिका)ट्रैक्टरशुबमन गिलशार्दुल ठाकुरमङगलवारमुहम्मद रफीक तराड़सिन्धी भाषाचेतन शर्मापुदुचेरी कय जिलेरबूपुराह्यारी पोटर अउर् पारस पत्थरउत्तराखण्डनई बाजार (भदोही)उत्तर अमेरिकाकाइरोसुनसरी जिलाप्रादेशिक भूगोललण्डनजवाहरलाल नेहरू विश्वविद्यालयकंप्युटरभद्राद्री कोठागुडम जिलाआभासी मुद्राअसमकरूणा (पत्रिका)रोमानियाकथाक्रमडिसेम्बरगणगौरक़सूरहिन्द महासागरभारतीय उपमहाद्वीपआयुर्वेदमनईपाकिस्तानभारतेन्दु मिश्रगौतम बुद्धबेनितो मुसोलिनीइस्लामाबादओमकर प्रसाद बाइड्याउद्योगयिमचुंगरु भाषागोहूँमंगल ग्रहकञ्चनरूप नगरपालिकामछली शहरआविष्कारकराष्ट्र संघद्रौपदी मुर्मूनेपाल कम्युनिष्ट पार्टी (माओवादी केन्द्र)फ़िनलैण्डभुवनेश्वर कुमारकैलेण्डरअमेजन नदीअल्बानियाबोब्रवालिङ भाषाकपिलवस्तु नगरपालिकागोरखपुरसिद्दिपेट जिलाएंडोवर🡆 More