ভোৰতাল

অসমৰ লোকবাদ্যসমূহৰ মাজত কাহ ধাতুৰে তৈয়াৰী ধন বাদ্যবোৰৰ ভিতৰত ভোৰতাল অন্যতম। এই বাদ্য দুখন সমান বৃত্তাকাৰ কাঁহেৰে সজা হয় য’ত মাজ অংশ অৱতল কৰি ক্ষূদ্ৰ আকাৰৰ এডাল ৰছী লগোৱোৰ সুবিধা থাকে। ভোৰতালৰ ওজন সাধাৰণতে ২.৫ কিলোগ্ৰামৰ পৰা ৬.৫ কিলোগ্ৰাম পৰ্যন্ত হয় আৰু বহলে প্ৰায় ৪৫ ছেমিৰ পৰা ৬০ ছেমিলৈ থাকে। বিভিন্ন প্ৰকাৰৰ তাল যেনে খঞ্জৰী বা খঞ্জৰীকা, খুটি তাল, পাতি তাল, মন্দিৰা তাল, ৰামতাল আদিৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ হয়। এই তালক সেয়ে বৰতাল বা ব্ৰহ্মতাল বুলিও জনা যায়। ভূট তাল ভোৰতালৰ আন এক নাম। ভূটান, তিব্বত আদিত বৌদ্ধসংগীতত ভোৰতালৰ লেখীয়া বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখি অনুমান কৰা হয় যে এই বাদ্য ভূটানৰ পৰা আমদানি কৰা হৈছিল।

ভোৰতাল
ভোৰতাল
আনুষঙ্গিক বাদ্য
তাল
ভোৰতাল
নামঘৰত গায়ন-বায়নৰ দ্বাৰা ভোৰতাল বজোৱা দৃশ্য

ব্যৱহাৰ

বৈষ্ণৱৰ নাম-কীৰ্তন, ওজাপালি, থিয় নাম, পাল নাম, চেওঁ চাপৰি নাম প্ৰভৃতি পৰিৱেশনত ভোৰ তাল আৱশ্যকীয় অংগ। থিয় অথবা পাল নামত একোজনা বাদকে কেইবাজোৰো ভোৰ তাল একেলগে বজায়।

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ভোৰতাল ব্যৱহাৰভোৰতাল লগতে চাওকভোৰতাল তথ্য সংগ্ৰহভোৰতাল বাহ্যিক সংযোগভোৰতাল

🔥 Trending searches on Wiki অসমীয়া:

বীৰবলৰাষ্ট্ৰসংঘৰামবাঁহঅসমৰ মন্ত্ৰ-সাহিত্যএলবাৰ্ট আইনষ্টাইনআউনীআটী সত্ৰবিজ্ঞানমইনা পাৰিজাতঝুমুৰজৈৱ বৈচিত্ৰ্যদেওধাই অসম বুৰঞ্জীচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবাৰেচহৰীয়া ভাওনা মহোৎসৱম’বাইল ফোনঅসমত দেখা পোৱা মাছৰ তালিকাচিৰাং জিলাপাইথাগোৰাছৰ উপপাদ্যমৌলানা আব্দুল হামিদ খান ভাসানীগৱেষণানাথ-যোগী সম্প্ৰদায়ৰামধেনুবায়ু প্ৰদূষণচাহমণিৰাম দেৱানপৰিৱেশবাদমণিৰাম দেৱান (চলচ্চিত্ৰ)ডালিমী৯ জুনঈয়াৰুইঙ্গমতেজবৰপেটাঅসমীয়া ভাষাৰ শব্দসম্ভাৰশৰাইঘাট দলংঅসমৰ চিত্ৰকলাৰ ইতিহাসবুৰঞ্জী সাহিত্যবৰদৈচিলাপ্ৰথম বিশ্বযুদ্ধবজ্ৰাংগী আইলভিতাযোৰহাটউৎসৱপাল ৰাজবংশব্ৰহ্মগুপ্তমৌলিক সংখ্যাগোৱালপৰীয়া লোকগীতনৰনাৰায়ণ সেতুচিপাহী বিদ্ৰোহ ১৮৫৭ভাৰত ৰত্নবুলু ফিল্মঅভিধানদিহানামমৌৰ্য সাম্ৰাজ্যগৌতম বুদ্ধঅসমৰ কুঁহিলা শিল্প২০২২ ফিফা বিশ্বকাপমহাযানকাছঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাঅসমীয়া উপন্যাসজিজিয়াদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাৰাভা জনগোষ্ঠীহিচাপবিদ্যাবাঁহী (আলোচনী)শীতল যুদ্ধলখিমী সবাহবৌদ্ধ ধৰ্মআহোম ৰাজবংশস্বামী বিবেকানন্দফলহাজং জনগোষ্ঠীশ্বজিবু নোংমা পানবাএলক'হল🡆 More