পাল নাম

পালনামৰ অৰ্থ হৈছে নিৰৱচ্ছিন্নভাৱে পালে পালে কৰা নাম-কীৰ্তন। ইতিহাসপ্ৰসিদ্ধ গড়মূৰ সত্ৰ, দক্ষিণপাট সত্ৰ, নতুন কমলাবাৰী সত্ৰ, বেঙেনাআটী সত্ৰ, বিহিমপুৰ সত্ৰ আদিত নিজস্ব পৰম্পৰাৰে পালনাম অনুষ্ঠিত হয়। আউনীআটী সত্ৰত অনুষ্ঠিত হোৱা পালনামৰ এক সুকীয়া বৈশিষ্ট্য আছে। ঐতিহ্যমণ্ডিত এই উত্সৱ কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ অনুষ্ঠিত হয়। আউনীআটী সত্ৰৰ পালনাম সত্ৰৰ দ্বিতীয়গৰাকী অধিকাৰ কেশৱদেৱৰ দিনৰ পৰা প্ৰচলন হৈছে। মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত নামঘোষা পালনামৰ প্ৰধান সম্পদ। পাঁচদিন ধৰি আয়োজিত পালনামত পূব, পশ্চিম আৰু উত্তৰ হাটীৰ ভকতসকলে পাল পাতি নাম গায়। নামৰূপী নৌকাৰ সন্মুখত ভাগৱত স্থাপন কৰি এই নাম গোৱা হয়।

তথ্য সংগ্ৰহ

  • মাজুলীৰ ঐতিহ্য, সংকলন আৰু সম্পাদনা -জয়ন্ত কুমাৰ বৰা,অনন্ত কলিতা ।

Tags:

আউনীআটী সত্ৰগড়মূৰ সত্ৰদক্ষিণপাট সত্ৰনামঘোষাবেঙেনাআটী সত্ৰমাধৱদেৱ

🔥 Trending searches on Wiki অসমীয়া:

চৰ্যাপদপলাশীৰ যুদ্ধবকুলভাৰতৰ সংসদ ভৱনপৰিৱেশ তন্ত্ৰআত্মজীৱনীআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰগৰু বিহুঠেঙ্গাল কছাৰী জনগোষ্ঠীপ্ৰতিমা বৰুৱা পাণ্ডেনাগাৰাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতএৰিষ্ট'টলচ্যু-কা-ফাপবিতৰা অভয়াৰণ্যপ্ৰথম বিশ্বযুদ্ধপদাৰ্থ বিজ্ঞানপ্ৰাকৃতিক দুৰ্যোগপদ (ব্যাকৰণ)লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানহাগা গেন্দেৰাপাঠ পৰিকল্পনাবুলু ফিল্মঈদ-উল-জুহাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)মোগল সাম্ৰাজ্যঊৰুমৈথুনসুবাসনা দত্তজয়মতী কুঁৱৰীচকলংচিলাৰায়চিৰ চেনেহী মোৰ ভাষা জননীপাটবাউসী সত্ৰগোৱালপাৰাবসন্ত ৰোগঅসমৰ বাঁহ-বেতৰ শিল্পলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীবিহুৰ বাদ্যযন্ত্ৰমানচিত্ৰকালিদাসভাৰত ৰত্নঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা১৯৫১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনআনন্দ চন্দ্ৰ আগৰৱালাফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাৱিকিপিডিয়াআনন্দৰাম বৰুৱাধেমাজি জিলাদ্বিতীয় বিশ্বযুদ্ধশৰ্কৰাভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানলখিমপুৰ (লোকসভা সমষ্টি)সাত বিহুউত্তৰ গুৱাহাটীঅষ্টাংগিক আৰ্য মাৰ্গমাইলছ ব্ৰনছনকামাখ্যা মন্দিৰপ্লেটোকাছসুঁৱৰিচৰকাৰপাৰিপাৰ্শ্বিক সংঘাতভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনমিচিং জনগোষ্ঠীৰ সাজপাৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহমাজুলীমিডিয়াৱিকিমূলা গাভৰুকাতি বিহুঅসমৰ সত্ৰসমূহৰ তালিকাঅসমৰ পৰম্পৰাগত সাজ- পাৰলেছবিয়ানশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ🡆 More