বুকাৰ বঁটা: সাহিত্যিক বঁটা

বুকাৰ বঁটা (ইংৰাজী: Booker Prize), পূৰ্বৰ নাম কল্প-সাহিত্যৰ বুকাৰ বঁটা (১৯৬৯–২০০১) আৰু মেন বুকাৰ বঁটা (২০০২–২০১৯), হৈছে ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা। ইয়াক ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ পৰা প্ৰদান কৰা হয়। আৰম্ভণিতে কেৱল কমনৱেলথ ৰাষ্ট্ৰসমূহ, আয়াৰলেণ্ড, আৰু দক্ষিণ আফ্ৰিকাৰ (আৰু পিছলৈ জিম্বাৱৱে) নাগৰিকসকলে লিখা উপন্যাসসমূহে এই বঁটা লাভ কৰিবলৈ যোগ্য আছিল; পিছে ২০১৪ চনত ইয়াক যিকোনো ইংৰাজী ভাষাৰ উপন্যাসলৈ প্ৰসাৰিত কৰা হৈছিল— এই পৰিৱৰ্তনে বিতৰ্কৰ সূচনাও কৰে।

বুকাৰ বঁটা
বিৱৰণ ইংৰাজী ভাষাত লিখা আৰু যুক্তৰাজ্য বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাস
অৱস্থান লণ্ডন, ইংলেণ্ড
দেশ যুক্তৰাজ্য frameless |text-top |10px |alt=Edit this on Wikidata|link=https://www.wikidata.org/wiki/Q160082?uselang=as#P17|Edit this on Wikidata
প্ৰদান কৰোঁতা Booker Prize Foundation frameless |text-top |10px |alt=Edit this on Wikidata|link=https://www.wikidata.org/wiki/Q160082?uselang=as#P1027|Edit this on Wikidata
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল ১৯৬৯
ৱেবচাইট www.thebookerprizes.com

মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয়। এই বঁটাৰ বাবে উপন্যাসসমূহ যুক্তৰাজ্য বা আয়াৰলেণ্ডৰ প্ৰকাশকে প্ৰকাশ কৰা হ’ব লাগে আৰু লগতে আৰু কিছুমান চৰ্ত থাকে। এই বঁটাত প্ৰদান কৰা ধনৰ পৰিমাণ ৫০,০০০ ব্ৰিটিছ পাউণ্ড। চূড়ান্ত তালিকালৈ নিৰ্বাচিত উপন্যাসৰ লেখকসকলক ২,৫০০ ব্ৰিটিছ পাউণ্ডকৈ প্ৰদান কৰা হয়।

বিচাৰ পদ্ধতি

পুৰস্কাৰ বিজয়ীৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় এখন পৰামৰ্শদাতা সমিতি গঠন কৰি, য’ত এজন লেখক, দুজন প্ৰকাশক, এজন সাহিত্যিক এজেণ্ট, এজন গ্ৰন্থ বিক্ৰেতা, এজন লাইব্ৰেৰিয়ান, আৰু বুকাৰ প্ৰাইজ ফাউণ্ডেচনে নিযুক্ত এগৰাকী অধ্যক্ষ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পিছত পৰামৰ্শদাতা সমিতিয়ে বিচাৰক পেনেল নিৰ্বাচন কৰে, যাৰ সদস্য সংখ্যা প্ৰতি বছৰে সলনি হয়, যদিও বিৰল সময়ত দ্বিতীয়বাৰৰ বাবে বিচাৰক বাছনি কৰিব পাৰি। বিচাৰকসকলক আগশাৰীৰ সাহিত্য সমালোচক, লেখক, শিক্ষাবিদ আৰু আগশাৰীৰ জনসাধাৰণৰ মাজৰ পৰা নিৰ্বাচিত কৰা হয়।

বুকাৰৰ বিচাৰ প্ৰক্ৰিয়া আৰু কম সংখ্যক সাহিত্যিক অন্তৰ্দৃষ্টিসম্পন্ন লোকে বাছি লোৱা "শ্ৰেষ্ঠ কিতাপ"ৰ ধাৰণাটোৱেই বহুতৰে বাবে বিতৰ্কিত। গাৰ্ডিয়ানে ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে আংশিকভাৱে পাঠকসকলে ভোট দিয়া "নট দ্য বুকাৰ প্ৰাইজ" প্ৰৱৰ্তন কৰে।লেখক অমিত চৌধুৰীয়ে লিখিছে- “এটা ‘বছৰৰ কিতাপ’ এখন বছৰি এজাক মানুহে – দিনটোত প্ৰায় এখন কিতাপ পঢ়িবলগীয়া হোৱা বিচাৰকসকলে – মূল্যায়ন কৰিব পাৰে বুলি ধাৰণাটো অৰ্থহীন, লগতে এইটোও যে এইটো যিকোনো উপায়” লেখকক সন্মান জনোৱা।"

সাধাৰণতে অক্টোবৰৰ আৰম্ভণিতে লণ্ডনৰ গিল্ডহলত অনুষ্ঠিত হোৱা আনুষ্ঠানিক ৰাতিৰ আহাৰত বিজয়ীক ঘোষণা কৰা হয়। কিন্তু ২০২০ চনত ক’ভিড-১৯ মহামাৰীৰ নিষেধাজ্ঞা আৰোপ কৰি নৱেম্বৰ মাহত বিবিচিৰ সৈতে অংশীদাৰিত্বৰে দ্য ৰাউণ্ডহাউছৰ পৰা বিজয়ী অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈছিল।

বুকাৰ বিজয়ীসকল

বছৰ বঁটা বিজয়ী সকল উপন্যাসৰ নাম ৰাষ্ট্ৰ
১৯৬৯ পি এইচ্. নিউবাই ছামথিং টু এন্সাৰ ফৰ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৭০ বাৰ্নিচ্ ৰুবেনছ্ দ্যা ইলেকটেড মেম্বাৰ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৭১ ভি. এছ. নাইপল ইন এ ফ্ৰী ষ্টেট বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  ট্ৰিনিদাদ আৰু ট'বেগ'‎/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৭২ জন বাৰ্গাৰ জি বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৭৩ জে. জি. ফাৰেৰেল দ্যা ছ্যীজ অব্ কৃষ্ণাপুৰ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৭৪ নাডিন গাৰ্ডিমাৰ ষ্টেনলী মিডলটন দ্যা কনজাৰভেছনিষ্ট হলিডে’ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  দক্ষিণ আফ্ৰিকা/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৭৫ ৰুথ প্ৰৱেৰ ঝাবভালা হিট এণ্ডডাষ্ট বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  জাৰ্মানী
১৯৭৬ ডেভিড ষ্ট’ৰী ছেভিল বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৭৭ প’ল স্কট ষ্টেয়ীং অন বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৭৮ আইৰিছ মাৰ্ডক দ্যা ছী, দ্যা ছী বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৭৯ পেনেল’প ফিটজাৰেল্ড অফশ্বোৰ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৮০ উইলিয়াম গল্ডিং ৰাটছ অব্ পেছেজ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৮১ চলমান ৰুশ্বদি মিডনাইটছ চিলড্ৰেন বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  ভাৰত
১৯৮২ টমাছ কেনিয়ালী ছিল্ডলাৰ্ছ্ আৰ্ক্ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  অষ্ট্ৰেলিয়া
১৯৮৩ জে. এম. কয়েৎজে লাইফ এণ্ড টাইমছ অব্ মাইকেল কে বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  দক্ষিণ আফ্ৰিকা/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  অষ্ট্ৰেলিয়া
১৯৮৪ অনিতা ব্ৰুকনাৰ হোটেল ডু লাক বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৮৫ কেৰি হাম দ্যা ব’ন পিপুল বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  নিউজিলেণ্ড
১৯৮৬ কিংছলী এমিজ দ্যা অল্ড ডেভিলছ্ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৮৭ পেনেলপ লাইভলী মুন টাইগাৰ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৮৮ পিটাৰ কেৰী অস্কাৰ এণ্ড লুচিণ্ডা বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  অষ্ট্ৰেলিয়া
১৯৮৯ কাজুঅ’ইছিগুৰু দ্যা ৰিমেইনছ অব্ দ্যা ডে বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  জাপান
১৯৯০ এ. এছ. ব্যাট পজেছন বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৯১ বেন ওকৰি দ্যা ফেমিছড ৰ’ড বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  নাইজেৰিয়া
১৯৯২ মাইকেল অ’ণ্ডাটজে দ্যা ইংলিছ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  কানাডা/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  শ্ৰীলংকা
বেৰী আনছৱৰ্থ পেছেণ্ট ছেক্ৰেড হাংগাৰ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৯৩ ৰ’ড্ৰি ডয়াল পেড্ডি ক্লাৰ্ক হা হা হা বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  আয়াৰলেণ্ড
১৯৯৪ জেমছ্ কেলমান হাউ লেট ইট ৱাজ, হাউ লেট বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৯৫ পেট বাৰ্কাৰ দ্যা ঘষ্ট ৰ’ড বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৯৬ গ্ৰাহাম ছুইফট্ লাষ্ট অৰ্ডাৰ্ছ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৯৭ অৰুন্ধতী ৰায় দ্য গড অৱ স্মল থিংছ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  ভাৰত
১৯৯৮ ইয়ান মেকএৱান আমষ্টাৰডাম বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
১৯৯৯ জে. এম. কয়েৎজে ডিছগ্ৰেচ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  দক্ষিণ আফ্ৰিকা/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  অষ্ট্ৰেলিয়া
২০০০ মাৰ্গাৰেট এটউড দ্যা ব্লাইণ্ড এছাছিন বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  কানাডা
২০০১ পিটাৰ কেৰী ট্ৰু হিষ্ট’ৰী অব্ দ্যা কেলী গেং বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  অষ্ট্ৰেলিয়া
২০০২ য়ান মাৰ্টেল লাইফ অব্ পি বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  কানাডা
২০০৩ ডি. বি. চি. পিয়েৰি ভাৰ্নন গড্ লিটিল বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  অষ্ট্ৰেলিয়া/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  মেক্সিকো
২০০৪ এলান হলিঙহাৰ্ষ্ট দা লাইন অফ বিউটি বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
২০০৫ জন বেনভিল্লে দা চি বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  আয়াৰলেণ্ড
২০০৬ কিৰণ দেশাই দা ইনহেৰিটেঞ্চ অফ ল'ছ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  ভাৰত
২০০৭ এন এনৰাইট দা গেদাৰিঙ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
২০০৮ অৰবিন্দ অডিগ' দা হোৱাইট টাইগাৰ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  ভাৰত
২০০৯ হিলাৰী মণ্টেল ৱল্ফ হ'ল বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
২০১০ হৱাৰ্ড জেকবচন দা ফিঙ্কলাৰ কুৱেশ্বন বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
২০১১ জুলিয়ান বাৰ্ণছ দা ছেঞ্চ অফ এন এডিটিঙ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
২০১২ হিলাৰী মণ্টেল ব্ৰিং আপ দ্যা বডিচ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
২০১৩ এলেনৰ কেটন দ্য লুমিনেৰিজ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  নিউজিলেণ্ড
২০১৪ ৰিচাৰ্ড ফ্লেনেগান দ্য নেৰ' ৰ'ড টু দ্য ডীপ নৰ্থ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  অষ্ট্ৰেলিয়া
২০১৫ মাৰ্লন জেইমছ এ ব্ৰিফ হিষ্ট্ৰি অফ চেভেন কিলিংচ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  জামাইকা
২০১৬ পৌল বিটি দ্য ছেলআউট বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  আমেৰিকা যুক্তৰাষ্ট্ৰ
২০১৭ জৰ্জ চৌণ্ডাৰ্চ লিংকন ইন দ্য বাৰ্ড' বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  আমেৰিকা যুক্তৰাষ্ট্ৰ
২০১৮ আনা বাৰ্ণছ্ মিল্কমেন বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
২০১৯ মৰ্গৰেট এটৱুড দ্য টেষ্টিমেণ্ট বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  কানাডা
বাৰ্ণাডিন এভাৰিষ্ট' গাৰ্ল, ৱুমেন, আডাৰ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
২০২০ ডগলাছ ষ্টুৱাৰ্ট শ্বাগি বেইন বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  আমেৰিকা যুক্তৰাষ্ট্ৰ/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য
২০২১ ডেমন গালগুট দ্য প্ৰমিজ বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  দক্ষিণ আফ্ৰিকা/বুকাৰ বঁটা: বিচাৰ পদ্ধতি, বুকাৰ বিজয়ীসকল, তথ্য সংগ্ৰহ  যুক্তৰাজ্য

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

বুকাৰ বঁটা বিচাৰ পদ্ধতিবুকাৰ বঁটা বুকাৰ বিজয়ীসকলবুকাৰ বঁটা তথ্য সংগ্ৰহবুকাৰ বঁটা বাহ্যিক সংযোগবুকাৰ বঁটাইংৰাজী ভাষাদক্ষিণ আফ্ৰিকাযুক্তৰাজ্য

🔥 Trending searches on Wiki অসমীয়া:

ডিম্বেশ্বৰ নেওগদেৱদাৰুঅসমৰ চিত্ৰকলাৰ ইতিহাসশিঙি মাছৰাজনৈতিক দলঢ়কম্পিউটাৰব্ৰহ্মপুত্ৰ উপত্যকাদন্দুৱা দ্ৰোহঅৰূপা পটংগীয়া কলিতাঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅসমীয়া সাহিত্যদীনবন্ধু (চলচ্চিত্ৰ)লভিতাৰুবুল মাউতবিজয় (অভিনেতা)সোণোৱাল কছাৰীমানস ৰাষ্ট্ৰীয় উদ্যানবহনক্ষম উন্নয়নৰ লক্ষ্যমানৱ শৰীৰতেজফেইচবুকভেঁকুৰঅসমীয়া প্ৰতিদিনৰাষ্ট্ৰসংঘৰাসোৎসৱভীমৰাও ৰামজী আম্বেদকাৰমেদবহুলতাওচেনিয়াকামৰূপী প্ৰাকৃতভাৰতৰ ৰাষ্ট্ৰপতিআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিকোচ ৰাজবংশশব্দচিৰিং ফুকনতগৰবৰ্মণ ৰাজবংশবৰ্ণালী কলিতাকুলধৰ শইকীয়ানলবাৰী জিলাঅসম বিধানসভাপাচন তন্ত্ৰঅসমৰ সাধুকথাজোনাকী (আলোচনী)অসমৰ নদীসমূহৰ তালিকাশ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰগুৰু আসনসাঁথৰষড়ভুজগাঁঠিয়ন খুন্দাবৃন্দাবনী বস্ত্ৰঅলিম্পিকঅসমীয়া সাহিত্যত মালিতাপীতাম্বৰ দেৱ গোস্বামী (আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ)দেৱালীৰাতি বিহুশিৱসাগৰৰ শিৱদৌলভাৰত ৰত্নগদ্যসপ্তকাণ্ড ৰামায়ণঅণুবীক্ষণ যন্ত্ৰঅসমীয়া লোকসাহিত্যগাখীৰমামণি ৰয়ছম গোস্বামীৰ উপন্যাসপঞ্চভুজভৌতিক সংস্কৃতিনগাঁওপৰীক্ষামূলক মনোবিজ্ঞানসূত্ৰধাৰ নৃত্যঘৰচৰ্যাপদবাঁহ🡆 More