ডগলাছ ষ্টুৱাৰ্ট

ডগলাছ ষ্টুৱাৰ্ট (ইংৰাজী: Douglas Stuart; জন্ম: ১৯৭৬)এজন স্কটিছ-আমেৰিকান লেখক আৰু ফেশ্বন ডিজাইনাৰ। তেওঁৰ প্ৰথমখন উপন্যাস শ্বাগি বেইন হৈছে ২০২০ চনত বুকাৰ বঁটা লাভ কৰা গ্ৰন্থ।

ডগলাছ ষ্টুৱাৰ্ট
জন্ম ১৯৭৬ (বয়স ৪৭–৪৮)
চাইটহিল, গ্লাছগ্ল, স্কটলেণ্ড
নাগৰিকত্ব
  • ব্ৰিটিছ
  • আমেৰিকান
শিক্ষা
  • Scottish College of Textiles (কলাৰ স্নাতক)
  • Royal College of Art (কলাৰ স্নাতকোত্তৰ)
পেচা
  • ঔপন্যাসিক
  • ফেশ্বন ডিজাইনাৰ
উল্লেখযোগ্য কৰ্ম শ্বাগি বেইন (২০২০)
বঁটা, সন্মান, পুৰস্কাৰ আদি ২০২০ চনৰ বুকাৰ বঁটা
ৱেবছাইট
www.douglasdstuart.com

প্ৰাৰম্ভিক জীৱন

ষ্টুৱাৰ্টৰ জন্ম হৈছিল ছাইটহিল, স্কটলেণ্ডৰ গ্লাছগোৰ এটা হাউছিং এষ্টেটত। তিনিজন ভাই-ভনীৰ ভিতৰত তেওঁৱেই সকলোতকৈ সৰু আছিল। তেওঁ সৰু হৈ থাকোঁতেই দেউতাকে পৰিয়ালটোক এৰি যায় আৰু তেওঁক সুৰাপান আৰু আসক্তিৰ সৈতে যুঁজ দি থকা একক মাতৃয়ে তেওঁক ডাঙৰ-দীঘল কৰে।

কৰ্মজীৱন

ফেশ্বন ডিজাইনিঙত কেৰিয়াৰ আৰম্ভ কৰিবলৈ ২৪ বছৰ বয়সত ষ্টুৱাৰ্ট নিউয়ৰ্ক চহৰলৈ যায়। ২০ বছৰ ধৰি তেওঁ কেলভিন ক্লেইন, ৰাল্ফ ল'ৰেন, বানানা ৰিপাব্লিক আৰু জেক স্পেডকে ধৰি কেইবাটাও ব্ৰেণ্ডত কাম কৰে। ডিজাইনিঙৰ কামৰ মাজে মাজে তেওঁ লিখা-মেলাৰ কামো কৰিছিল। উল্লেখযোগ্য যে তেওঁ তেওঁৰ প্ৰথমখন উপন্যাস লিখিবলৈ আৰম্ভ কৰিছিল বানানা ৰিপাব্লিকত জেষ্ঠ্য নিৰ্দেশক হিচাপে বাৰঘণ্টীয়া চিফ্ট কৰি থকাৰ সময়ত।

প্ৰথমখন উপন্যাস প্ৰকাশ হোৱাৰ আগতে তেওঁৰ বিভিন্ন লেখা দ্য নিউ ইয়ৰ্কাৰ আৰু লিটহাবত প্ৰকাশ হৈছিল।

তেওঁৰ প্ৰথমখন উপন্যাস ছুঘী বেইনৰ বাবে মাৰ্গাৰেট বাছবি, লী চাইল্ড,সমীৰ ৰহিম, লেম চিচে আৰু ইমিলি উইলছনেৰে গঠিত এখন বিচাৰালয়ৰ দ্বাৰা ২০২০ চনৰ বুকাৰ বঁটা লাভ কৰে।

ব্যক্তিগত জীৱন

ষ্টুৱাৰ্টৰ দ্বৈত ব্ৰিটিছ আৰু আমেৰিকান নাগৰিকত্ব আছে। তেওঁ মানহাটনাৰ ইষ্ট ভিলেজত তেওঁৰ স্বামী মাইকেল কেৰি, যি হৈছে এগৰাকী গাগোচিয়ান গেলেৰীৰ কলা কিউৰেটৰ, লগত বাস কৰে।

গ্ৰন্থপঞ্জী

  • Shuggie Bain: A Novel. প্ৰকাশক New York: Grove Press. 2020. ISBN 978-0-8021-4804-9. . UK, Picador.

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ডগলাছ ষ্টুৱাৰ্ট প্ৰাৰম্ভিক জীৱনডগলাছ ষ্টুৱাৰ্ট কৰ্মজীৱনডগলাছ ষ্টুৱাৰ্ট ব্যক্তিগত জীৱনডগলাছ ষ্টুৱাৰ্ট গ্ৰন্থপঞ্জীডগলাছ ষ্টুৱাৰ্ট তথ্য সংগ্ৰহডগলাছ ষ্টুৱাৰ্ট বাহ্যিক সংযোগডগলাছ ষ্টুৱাৰ্টইংৰাজী ভাষাবুকাৰ বঁটা

🔥 Trending searches on Wiki অসমীয়া:

অংকীয়া নাটঅসমৰ পৰম্পৰাগত সাজ-পাৰসাগৰ দেখিছা (কবিতা সংকলন)বিশেষ্য পদঅসম সাহিত্য সভানিৰ্মলপ্ৰভা বৰদলৈজুবিন গাৰ্গভূপেন হাজৰিকা সেতুআছ-ছাফাতপ্ৰাকৃতিক দুৰ্যোগবুলু ফিল্মঅসমীয়া গালি-গালাজশ্ৰীমন্ত শংকৰদেৱসন্ধিযক্ষ্মাৰাসোৎসৱবিশ্বনাথ ঘাটপৰিমেয় সংখ্যামুঠিখাৰুঅভিমন্যুঅসমৰ বাঁহ-বেতৰ শিল্পমোৰ জীৱন সোঁৱৰণঅৰ্জুনত্ৰৈলোক্য নাথ গোস্বামীচন্দ্ৰধৰ বৰুৱামিয়া খলিফামেষ সংক্ৰান্তিকৰিমগঞ্জ (লোকসভা সমষ্টি)ঋতুইজৰাইলৰাজনীতিঅসমৰ ইতিহাসআজান পীৰৰাম সৰস্বতীআশ-শু’আৰাগৰীয়সীঅসমীয়া উপন্যাসউদ্যোগত্ৰিভুজঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাঅসমীয়া যুক্তাক্ষৰগোলকীকৰণঅসমৰ সমস্যাবৃহস্পতি গ্ৰহৰংঘৰতুলসী পূজন দিৱসবিত্তীয় ব্যৱস্থাৰাজনৈতিক দলউত্তৰ-পূব ভাৰতৰজনীকান্ত বৰদলৈআমআৰ্যভট্টনিঃসঙ্গতাকাল সংহতিবৰহমথুৰিভাস্কৰাব্দধঁপাতমাকামভাৰতৰ উপৰাষ্ট্ৰপতিৰামধেনু (আলোচনী)অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাঅসমত দেখা পোৱা মাছৰ তালিকাএ পি জে আব্দুল কালামকৃষ্ণৰাজস্থানসাহিত্য সমালোচনাবেংকবেঙেনাআটী সত্ৰবিদ্যালয়বাত বিষকানাই বৰশী বোৱা শিলালিপিবিল গেট্‌ছপাঠ্যক্ৰমব্ৰহ্মপুত্ৰ উপত্যকাবিজ্ঞান🡆 More