বাগৰুম্বা

বাগৰুম্বা (বড়ো: बागुरुम्बा) হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়। 'বগ্ৰুম বাগ্ৰুম মৌছাদে' বাক্যাংশৰ অৰ্থ হ'ল দেও দি নাচা। লগ-সমনীয়াৰ লগত নৈসৰ্গিক পৰিৱেশত নিৰিবিলি ঠাইত গৈ চৰাই-চিৰিকতি বা পখিলা আদি উৰি ফুৰাৰ অংগী-ভংগীক অনুকৰণ কৰি নচা হয় বাবে এই নৃত্য-গীত বাগ্ৰুম্বা > বাগৰুম্বা নামেৰে জনাজাত।

বাগৰুম্বা নৃত্য
বাগৰুম্বা
শৈলী লোক-নৃত্য

গীতৰ ভাৱ-ভাষা

বাগৰুম্বা নৃত্যৰ লগত জড়িত গীতৰ ভাৱ-ভাষা অতি সৰল-

"জিৰ্‌ জিৰ্‌কৈ বৈ যোৱা পানী যুঁৱলিত (দৈ জিৰি জিৰি) লানি নিছিগা শিকলি সদৃশ (ছোনানি জিঞ্জিৰি) নেগুৰীয়া শামুকৰ (ছাবো খিংখিৰি) দৰে আহা সমনীয়া আমিও উলাহতে নাচোহঁক। আমাৰ নৃত্য দেখি উলুৱনিত থকা সৰু চৰাইটি (থুৰি বাৰীনি দাওছেন) তুমিও ভয় নাখাবা। তুমি আমাৰ একে জাত-কুলৰ (প্ৰজাতিৰ) নহ'লা; নহ'লে তোমাকো বুকুত সাৱটি লৈ, সমনীয়া (লৌগৌ) আমিও প্ৰাণ খুলি নাচিলোঁহেতেন। "

বৰ্তমানৰ বাগৰুম্বা

বাগৰুম্বা নৃত্য নাৰীকেন্দ্ৰিক যদিও বৰ্তমান মঞ্চত পৰিৱেশনৰ সময়ত কেইবাজনো পুৰুষ বাদকে খান, ছিফুং, জথা, ছেৰজা আদি লোকবাদ্যৰে গীতৰ সুৰ তুলি বাদ্য সংগত কৰে।

তথ্যসূত্ৰ

Tags:

বড়োবড়ো ভাষা

🔥 Trending searches on Wiki অসমীয়া:

চুতীয়া ৰাজ্যবসন্ত ৰোগঅসমত দেখা চৰাইবোৰকাৰেঙৰ লিগিৰীতোলনি বিয়াভলিবলবুৰঞ্জীবিশ্বকোষগমধৰ কোঁৱৰচিত্ৰা মণ্ডলআইজাক নিউটনবিজ্ঞাপনকৰ্কট ক্ৰান্তিবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবতৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাসুশোভন সোনু ৰায়অসমীয়া সাহিত্যৰ অৰুণোদয় যুগশালস্তম্ভ ৰাজবংশজাভামৃত্যুমৌখিক পৰম্পৰাসৌৰভ কুমাৰ চলিহাঔষধি উদ্ভিদভাৰতৰ নিৰ্বাচন আয়োগজামুগুৰিহাটঅসমীয়া সাহিত্যত মালিতাঅসমীয়া ভাষাযাদৱ পায়েংভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাপ্ৰথম বিশ্বযুদ্ধবায়ু প্ৰদূষণআনন্দৰাম ঢেকিয়াল ফুকনঅণুবীক্ষণ যন্ত্ৰহিন্দী ভাষাঅংকইন্দ্ৰগ্ৰহৰামধেনুসাপগড়গাঁওকিতাপপৃথিৱীকাৰ্বি আংলং জিলাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাবিপন্ন প্ৰজাতিআয়ুৰ্বেদতৎসমদ্বিতীয় বিশ্বযুদ্ধভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীৰসায়ন বিজ্ঞানমেঘালয়ৰ মাতৃবংশীয় সমাজদৰং জিলাসম্পাদনাইজৰাইল২৬ এপ্ৰিলডিগবৈভাৰতত মহিলাৰ স্বাস্থ্যচ্যু-কা-ফাছ'ভিয়েট সংঘনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাবিশ্ব বেংকপ্ৰাকৃতিক দুৰ্যোগপুঁজিবাদসংযুক্ত মুক্তি বাহিনী, অসমভাৰতত মহিলা শিক্ষাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনইণ্ডোনেছিয়া২৫ এপ্ৰিলভূগোলজীৱনীপদাৰ্থৰ অৱস্থা🡆 More