বড়ো

এই পৃষ্ঠাটো আন ভাষাত উপলব্ধ নহয়।

এই ৱিকিত "বড়ো" নামৰ এটা পৃষ্ঠা আছে। আন সন্ধান ফলাফলবোৰ চাওক।

(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক
  • Thumbnail for বড়ো জনগোষ্ঠী
    বড়ো জনগোষ্ঠী (ইংৰাজী: Bodo) হৈছে অসমৰ ভৈয়ামৰ চীনা তিব্বতীয় জনগোষ্ঠী। অসমৰ ভৈয়ামত বাস কৰা জনগোষ্ঠীসকলৰ ভিতৰত এওঁলোক সংখ্যাগৰিষ্ঠ। বড়ো সকলৰ মাতৃভাষা...
  • Thumbnail for বড়ো সাহিত্য সভা
    বড়ো সাহিত্য সভা (ইংৰাজী: Bodo Sahitya Sabha, বড়ো: बर' थुनलाइ आफाद), হৈছে অসমৰ দ্বিতীয় বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান। বড়ো সাহিত্য-সংস্কৃতিৰ...
  • বড়ো ভাষা (দেৱনাগৰী: बर’ राव) বড়ো জনগোষ্ঠীৰ মাতৃভাষা। বড়ো ভাষী লোক অসমৰ উপৰিও পশ্চিমবংগ, নেপাল, ভূটান আৰু বাংলাদেশ পৰ্য্যন্ত ব্যাপ্ত বুলি জনা যায়।...
  • বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদ (ইংৰাজী: Bodo Kachari Welfare Autonomous Council) বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীয়...
  • দুৰ্গা বড়ো (ইংৰাজী: Durga Boro) হ'ল ১৯৮৭ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ কোকৰাঝাৰত জন্মগ্ৰহণ কৰা এজন ফুটবল খেলুৱৈ। তেওঁ ইণ্ডিয়ান ছুপাৰ লীগত নৰ্থ ইষ্ট ইউনাইটেড...
  • বড়ো-কছাৰী হৈছে অসমৰ চীনা তিব্বতীয় ভাষাগোষ্ঠীৰ বড়ো-গাৰো ভাষা কোৱা কেইবাটাও জনগোষ্ঠীক সামগ্ৰিকভাৱে বুজাবলৈ ব্যৱহাৰ কৰা নাম। পূৰ্বতে এই জনগোষ্ঠী সমূহৰ...
  • প্ৰমোদ বড়ো (ইংৰাজী: Pramod Boro, জন্ম: ১ মাৰ্চ ১৯৭৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। ২০২০...
  • বিহুৰাম বড়ো (বড়ো: बिहुराम बर') ওৰফে বিছৰাম বড়ো এগৰাকী সাহিত্যিক, শিক্ষাবিদ, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক। ১৯৪১ চনত দৰং জিলাৰ ৰৌতাৰ নিকটবৰ্তি...
  • মধুৰাম বড়ো অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সম্পাদক তথা শিক্ষাবিদ৷ তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ভাষা বিজ্ঞানৰ প্ৰথম স্নাতকোত্তৰ। তেওঁ ২০০২ চনৰ সাহিত্য অকাডেমি...
  • বড়ো ৰোমান লিপি আন্দোলন (ইংৰাজী: Bodo Roman Script Movement) বড়ো ভাষা লিখিবলৈ ৰোমান লিপিৰ স্বীকৃতি বিচাৰি সংঘটিত হোৱা এক ভাষিক আন্দোলন। বড়ো সাহিত্য...
  • ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো চুক্তি স্বাক্ষৰিত হয়। ভাৰত চৰকাৰৰ ফালৰ...
  • অঙ্কুশিতা বড়ো (ইংৰাজী: Ankushita Boro; জন্ম ২০০০ চন) এগৰাকী ভাৰতীয় বক্সাৰ তথা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ বিজয়ী। ২০১৭ চনৰ বিশ্ব যুৱ মহিলা বক্সিং...
  • Thumbnail for দখনা
    দখনা (শ্ৰেণী বড়ো জনগোষ্ঠী)
    দখনা (বড়ো: दख'ना; ইংৰাজী: Dokhona) বড়ো মহিলাই কঁকালত মেখেলাৰ দৰে মেৰাই বুকু-পিঠি আৱৰি পিন্ধা এবিধ পাৰম্পৰিক জনজাতীয় কাপোৰ। বড়ো তিৰোতাই বুকুত দখনা মাৰি...
  • Thumbnail for বড়োলেণ্ড
    বড়োলেণ্ড (ইংৰাজী: Bodoland, বড়ো: बर'लेन्द), আনুষ্ঠানিক নাম বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (চমুকৈ বিটিআৰ), হৈছে অসমৰ এখন স্বায়ত্তশাসিত অঞ্চল। ভূটান আৰু...
  • মদৰাম ব্ৰহ্ম (শ্ৰেণী বড়ো জনগোষ্ঠীৰ ব্যক্তি)
    ব্ৰহ্ম (১৯০৩ – ১৯৯০) এগৰাকী ভাৰতীয় কবি তথা নাট্যকাৰ। তেওঁ বড়ো ভাষাত সাহিত্য ৰচনা কৰিছিল আৰু বড়ো সাহিত্যৰ উন্নয়নৰ বাবে অৰিহণা আগবঢ়াইছিল। ১৯৮৮ চনত ভাৰত...
  • মংগলসিং হাজোৱাৰী (শ্ৰেণী বড়ো ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী)
    মংগলসিং হাজোৱাৰী এগৰাকী ভাৰতীয় বড়ো ভাষাৰ কবি। তেখেতে জিওনি মৗগঠাংগ বিসম্বি আৰৗ অৰোজ নামৰ কবিতা পুথিখনৰ বাবে ২০০৫ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।...
  • কামেশ্বৰ ব্ৰহ্ম (শ্ৰেণী বড়ো জনগোষ্ঠীৰ ব্যক্তি)
    ১৯৪০) এগৰাকী ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৭ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি আছিল। তেওঁ অসমৰ গোঁসাইগাঁও মহাবিদ্যালয়ৰ প্ৰাপ্তন অধ্যক্ষ...
  • Thumbnail for ওদালগুৰি জিলা
    ওদালগুৰি জিলা (বড়ো: उदालगुड़ी जिला) ভাৰতৰ অংগৰাজ্য অসমৰ ৩৫ খন জিলাৰ ভিতৰত এখন। ওদালগুৰি জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত। ওদালগুৰি নগৰ...
  • Thumbnail for যমুনা বড়ো
    যমুনা বড়ো (ইংৰাজী: Jamuna Boro; জন্ম: ৭ মে' ১৯৯৭) এগৰাকী ভাৰতীয় অপেছাদাৰী মহিলা বক্সাৰ। তেওঁ ৰাছিয়াৰ উলান-উড়েত অনুষ্ঠিত ২০১৯ চনৰ এআইবিএ মহিলা বিশ্ব...
  • Thumbnail for বাথৌ পূজা
    বাথৌ পূজা (শ্ৰেণী বড়ো জনগোষ্ঠী)
    বাথৌ পূজা বা বাথৌ উৎসৱ বড়ো আৰু কছাৰী জনগোষ্ঠীসকলৰ ধৰ্মীয় কৃত্যৰ অন্যতম অনুষ্ঠান। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। সাধাৰণতে বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত...
(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক

🔥 Trending searches on Wiki অসমীয়া:

সংঘাতমাটিমানুহপ্লেটোনগাঁও (লোকসভা সমষ্টি)ৰঘুনাথ চৌধাৰীআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰঢেঁকীমাধৱ কন্দলিকলিতা জনগোষ্ঠীবহনক্ষম ভূমি ব্যৱস্থাপনাসংযুক্ত মুক্তি বাহিনী, অসমচৈয়দ আব্দুল মালিকপথৰুঘাটৰ ৰণনামচিংৰাতি বিহুশ্ৰীমদ্ভগৱতগীতাকৃত্ৰিম বুদ্ধিমত্তামাধৱী লতাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাৰংঘৰভাৰতৰ নিৰ্বাচন আয়োগপদুমবিহুশিক্ষাপাণিনিভগদত্তশৰৎ ঋতুমাৰ্ঘেৰিটা মহকুমামানৰ অসম আক্ৰমণপালি ভাষাপাণবাৰী মছজিদজিকিৰহুঁচৰিযোৰহাটঅসমৰ ৰাজ্যিক প্ৰতীকসমূহপ্ৰাকৃতিক পৰিৱেশএকলব্যঅসমৰ কুঁহিলা শিল্পৰেখাশ্ৰী সূৰ্য পাহাৰৰামবাজেটকাৰ্বি আংলং জিলাঅসমৰ চাহ জনগোষ্ঠীপদাৰ্থৰ অৱস্থাকামৰূপী উপভাষাজন গণ মনকোণবসন্ত ৰোগঅৰ্জুন ভঞ্জননৰনাৰায়ণউত্তৰ গুৱাহাটীপৰিৱেশ তন্ত্ৰমূৰাৰা, ৰঙিয়াঅসমীয়া ভাষাসাপনেপোলিয়ন বোনাপাৰ্টব'হাগ বিহুপানীমৌখিক ইতিহাসসাম্যবাদহাজোনৰকাসুৰদিল্লীবিয়া নামপ্ৰশান্ত মহাসাগৰকৃষ্ণপাৰ চৰাইঅসমৰ পৰম্পৰাগত সাজ-পাৰঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫গোলকীয় উষ্ণতা বৃদ্ধি🡆 More