ৰেচন তন্ত্ৰ

ৰেচন তন্ত্ৰ (ইংৰাজী: Excretory system) হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ। ৰেচন তন্ত্ৰ দুটা বৃক্ক, দুডাল বৃক্ক নলী, এটা মুত্ৰ থলী, আৰু এডাল মুত্ৰ নলীৰে গঠিত হয়। প্ৰতিটো বৃক্কত অসংখ্য ক্ষুদ্ৰ ক্ষদ্ৰ নেফ্ৰন থাকে। পুং আৰু স্ত্ৰী ৰেচন তন্ত্ৰৰ গঠন প্ৰায় একে, মাত্ৰ মুত্ৰ নলীৰ দৈঘ্যৰ পাৰ্থক্য আছে।

ৰেচন তন্ত্ৰ
ৰেচন তন্ত্ৰ
1. মানুহৰ ৰেচন তন্ত্ৰ: 2. বৃক্ক, 3. ৰেনেল পেলভিছ, 4. বৃক্ক নলী, 5. মুত্ৰ থলী, 6. মুত্ৰ নলী,
7. এড্ৰেনেল গ্ৰন্থী (বিৱচ্ছেদত)
ৰক্তবাহিকা: 8. ৰেচন ধমনী আৰু ৰেচন সিৰা, 9. পূৰ্ব মহাসিৰা, 10. উদৰীয় সিৰা, 11. সাধাৰণ ইলিয়াক ধমনী আৰু সাধাৰণ ইলিয়াক সিৰা
পৃষ্ঠীয় দৃশ্যত: 12. যকৃৎ, 13. বৃহদীন্ত্ৰ, 14. পেলভিছ
সবিশেষ
চিনাক্তকাৰক
লেটিন ছিষ্টেমা ইউৰিনেৰিয়াম
TA98 A08.0.00.000
দেহতাত্ত্বিক পৰিভাষা

বৃক্কত তেজৰ পৰিস্ৰাৱনৰ ফলত মুত্ৰৰ সৃষ্টি হয়। এই মুত্ৰ বৃক্ক নলীৰে গৈ মুত্ৰ থলীত জমা হয় আৰু শেষত মুত্ৰ নলীয়েদি দেহৰ বাহিৰ হৈ যায়।

এজন সুস্থ ব্যক্তিৰ বৃক্কত দৈনিক ১-২ লিটাৰ মুত্ৰৰ উৎপাদন হয়।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকালুৰিন জ্যোতি গগৈঅৰ্থব্যৱস্থাশকুন্তলাত্ৰিপুৰাবৃত্তবাঁহীভগদত্ততথ্য জনাৰ অধিকাৰ আইন, ২০০৫মৃত্যুঞ্জয়নেপালী জনগোষ্ঠীজোনাকী (আলোচনী)সত্যনাথ বৰাইউনিক’ডচীনডিফু চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ঋণাত্মক অখণ্ড সংখ্যাঅসমীয়া ব্যাকৰণজলবায়ুশিৱসাগৰজেতুকাডিগবৈ তেল শোধনাগাৰকামাখ্যা মন্দিৰকোচ ৰাজবংশফুলগুৰি ধেৱাঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅভিযাত্ৰীপোৱামক্কাৰংজ্যামিতিৰাজিয়া চুলতানাবৰাক উপত্যকাবেলিমাৰ (নাটক)সৰ্বেপল্লী ৰাধাকৃষ্ণণশকুন্তলা (চলচ্চিত্ৰ)অসম সাহিত্য সভামৰিগাঁও জিলাযোগেশ দাসনাঙলঅসমৰ পৰম্পৰাগত সাজ- পাৰগঙ্গা নদীঅসমীয়া ভাষাৰ ব্যাকৰণ (হেমচন্দ্ৰ বৰুৱা)যৌন নিৰ্যাতনবিপন্ন প্ৰজাতিমানৰ অসম আক্ৰমণহেপাটাইটিছ বিমুদ্ৰাবতৰনীলপৱন বৰুৱাৰাম বিজয়গায়ন-বায়নপাইথাগোৰাছৰ উপপাদ্যবনফুলমহামায়া ধামমনালিছাচিৰ চেনেহী মোৰ ভাষা জননীত্ৰিভুজবিল গেট্‌ছউৎসৱ২৫ এপ্ৰিলৰুদ্ৰেশ্বৰ দেৱালয়সমাজশালস্তম্ভ ৰাজবংশকবিতাচক্ৰধ্বজ সিংহ (নাটক)ভাৰতৰ সংৰক্ষণ ব্যৱস্থাশ্ৰী শ্ৰী বটদ্ৰৱা থানআকবৰঅসমৰ চিত্ৰকলাৰ ইতিহাসসৌৰভ কুমাৰ চলিহামানুহৰ কংকালশিক্ষাৰ অধিকাৰবংগ বিভাজন (১৯০৫)হিন্দু ধৰ্মঅসহযোগ আন্দোলনবৰ্মণ ৰাজবংশৰজনীগন্ধাএ পি জে আব্দুল কালাম🡆 More