সমধ্বনি

সমধ্বনি বা হোমোফোন (ইংৰাজী: Homophone) হৈছে এনে এটি শব্দ যাৰ বৰ্ণ বা আখৰ একে নহয়। ইয়াৰ উচ্চাৰণ অন্য শব্দৰ দৰে একেই হয় যদিও ইয়াৰ অৰ্থবোৰ ভিন্ন হয়। দুটা শব্দৰ বানান কেতিয়াবা একে হ'ব পাৰে, যেনে- Rose (ফুল) আৰু Rose (Rise ৰ অতীত কালৰ ৰূপ) বা অন্য ধৰণে- rain, reign, rein ইত্যাদি৷

সমধ্বনি
ভেনচিত্ৰত সমধ্বনি (নীলা) আৰু সম্পৰ্কিত ভাষাগত ধাৰণাৰ মাজৰ সম্পৰ্ক দেখুওৱা হৈছে।

অন্য ধৰণে বানান কৰা সমধ্বনিবোৰক হেটেৰোগ্ৰাফ বুলিও কোৱা হয়৷ যেনে- to, too আৰু two ইত্যাদি৷

ব্যুৎপত্তি

"Homophone" (হোমোফোন) শব্দটো গ্ৰীক শব্দ homo- (ὁμο‑), 'সম', আৰু phōnḗ (φωνή), 'ধ্বনি'ৰ পৰা উদ্ভৱ হৈছে।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ভটিমাৰোজাবাঁহীঢোলঅসমআহোম ৰাজ্যশীতল যুদ্ধমৰাণ জনগোষ্ঠীপ্ৰাক-ইতিহাসপ্ৰজ্ঞাতাৰাজাৰ্মানীৰোমান সাম্ৰাজ্যসূৰ্যসাঁচিগছহিমবাহউপভাষাচাৰ্বাক দৰ্শনদেউলপৰিসংখ্যাযীশুআব্ৰাহামিক ধৰ্মহেমকোষধোদৰ আলিশিৱসাগৰ জিলাখেৰাইপ্লেটোসাধাৰণ আপেক্ষিকতাবাদইংৰাজী ভাষাম’বাইল ফোনমানৰ অসম আক্ৰমণনিমাতী কইনাৰবীন্দ্ৰনাথ ঠাকুৰবিশ্ব সিংহৰজনীকান্ত বৰদলৈকাঞ্চন (উপন্যাস)মহেশ্বৰ নেওগডিম্পু বৰুৱাসংস্কৃত ভাষাকামৰূপী উপভাষাবসন্ত ৰোগতোলনি বিয়ানুমলীগড় তেল শোধনাগাৰপ্ৰফুল্ল দত্ত গোস্বামীলখিমপুৰ (লোকসভা সমষ্টি)ভাৰতৰ স্বাধীনতা আন্দোলনমণিকুন্তলা ভট্টাচাৰ্যব্যক্তিত্বমহা মৃত্যুঞ্জয় মন্দিৰপ্ৰেমচন্দগুণাভিৰাম বৰুৱাতাজমহলভাৰত-আৰ্য ভাষা পৰিয়ালমইনা পাৰিজাতপাঁচালীনৱবিধা ভক্তিভাৰতৰ শাস্ত্ৰীয় নৃত্যনিৰ্মলপ্ৰভা বৰদলৈএ পি জে আব্দুল কালামভূমিকম্পস্বাধীনতা দিৱস (ভাৰত)স্বামী বিবেকানন্দগামখাৰুঅসমৰ পুৰণি স্থাপত্যনাৰীবাদী তত্ত্বলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানঅসীমত যাৰ হেৰাল সীমাশিৱসাগৰকৃষ্ণঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাপৰিৱেশ তন্ত্ৰকাৰ্ল মাৰ্ক্সব্ৰাহ্ম সমাজপুথিভঁৰালনাথ-যোগী সম্প্ৰদায়বুৰঞ্জী🡆 More