বৰ্মণ ৰাজবংশ

বৰ্মণ বংশ (ইংৰাজী: Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে। এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।

কামৰূপ ৰাজ্য
বৰ্মণ বংশ
৩৫০ খ্ৰীষ্টাব্দ–৬৫৫ খ্ৰীষ্টাব্দ বৰ্মণ ৰাজবংশ
ৰাজধানী প্ৰাগজ্যোতিষপুৰ (বৰ্তমানৰ গুৱাহাটী)
ভাষা(সমূহ) Kamarupi Prakrit, সংস্কৃত
ধৰ্ম হিন্দু ধৰ্ম
চৰকাৰ Monarchy
মহাৰাজাধিৰাজ
 - ৩৫০ - ৩৭৪ খ্ৰীষ্টাব্দ পুষ্য বৰ্মা
 - ৫১৮ – ৫৪২ খ্ৰীষ্টাব্দ ভূতি বৰ্মা
 - ৬০০ - ৬৫০ খ্ৰীষ্টাব্দ ভাস্কৰ বৰ্মন
কাল Classical India
 - স্থাপিত ৩৫০ খ্ৰীষ্টাব্দ
 - পতন ৬৫৫ খ্ৰীষ্টাব্দ
Warning: Value specified for "continent" does not comply
বৰ্মণ ৰাজবংশ
বৰ্মণ ৰাজবংশ
পুষ্যবৰ্মা ৩৫০–৩৭৪
সমুদ্ৰবৰ্মা ৩৭৪–৩৯৮
বলবৰ্মা ৩৯৮–৪২২
কল্যাণ বৰ্মা ৪২২–৪৪৬
গণপতি বৰ্মা ৪৪৬–৪৭০
মহেন্দ্ৰ বৰ্মা ৪৭০–৪৯৪
নাৰায়ণ বৰ্মা ৪৯৪–৫১৮
ভূতি বৰ্মা ৫১৮–৫৪২
চন্দ্ৰমুখ বৰ্মা ৫৪২–৫৬৬
১০ স্থিত বৰ্মা ৫৬৬–৫৯০
১১ সুস্থিত বৰ্মা ৫৯০–৫৯৫
১২ সুপ্ৰতিস্থিত বৰ্মা ৫৯৫–৬০০
১৩ কুমাৰ ভাস্কৰ বৰ্মা ৬০০–৬৫০
১৪ অৱন্তী বৰ্মা ৬৫০–৬৫৫

বংশ

তেওঁলোকক কেতিয়াবা নৰক বংশৰ বুলি কোৱা হয়। কাৰণ, তেওঁলোকৰ বংশৰ তথ্যসমূহ নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্তৰ লগত সাদৃশ্য দেখা যায়।

ৰজাসকল

পুষ্যবৰ্মা মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিল। বৰ্মণ বংশী ৰজাসকলৰ মাজত ভাস্কৰ বৰ্মাই প্ৰসিদ্ধ আছিল। পুষ্যবৰ্মা আৰু ভাস্কৰ বৰ্মাৰ মাজত এই বংশৰ এঘাৰজন ৰজাই ৰাজত্ব কৰিছিল। ৰজাসকলৰ নাম একাদিকক্ৰমে হৈছে:

ক্ৰম ৰজা কাৰ্য্যকাল পূৰ্বপুৰুষ ৰাণী
পুষ্য বৰ্মা ৩৫০ - ৩৭৪ ভগদত্তৰ বংশধৰ বুলি চিনাকি অজ্ঞাত
সমুদ্ৰবৰ্মা ৩৭৪ - ৩৯৮ পুষ্য বৰ্মাৰ পুত্ৰ দত্তদেৱী
বল বৰ্মা ৩৯৮ - ৪২২ সমুদ্ৰবৰ্মাৰ পুত্ৰ ৰত্নাৱতী
কল্যাণ বৰ্মা ৪২২ - ৪৪৬ বল বৰ্মা গন্ধৰ্বৱতী
গণপতি বৰ্মা (গণেন্দ্ৰ বৰ্মা) ৪৪৬ - ৪৭০ কল্যাণ বৰ্মা য়জনাৱতী
মহেন্দ্ৰ বৰ্মা (সুৰেন্দ্ৰ বৰ্মা) ৪৭০-৪৯৪ গণপতি বৰ্মা সুব্ৰতা
নাৰায়ন বৰ্মা ৪৯৪ - ৫১৮ মহেন্দ্ৰ বৰ্মা দেৱৱতী
ভূতি বৰ্মা (মহাভূতি বৰ্মা) ৫১৮ - ৫৪২ নাৰায়ন বৰ্মা বিজনায়াৱতী
চন্দ্ৰমুখ বৰ্মা ৫৪২ - ৫৬৬ ভূতি বৰ্মা ভাগৱতী
১০ স্থিত বৰ্মা ৫৬৬ - ৫৯০ চন্দ্ৰমুখ বৰ্মা নয়নাদেৱী
১১ সুস্থিত বৰ্মা (মৃগাঙ্ক) ৫৯০ - ৫৯৫ স্থিত বৰ্মা শ্যামদেৱী
১২ সুপ্ৰতিস্থিত বৰ্মা ৫৯৫ - ৬০০ সুস্থিত বৰ্মা অজ্ঞাত
১৩ ভাস্কৰ বৰ্মা ৬০০ - ৬৫০ সুপ্ৰতিস্থিত বৰ্মাৰ ভাতৃ অজ্ঞাত
১৪ অৱন্তী বৰ্মা ৬৫০ - ৬৫৫ অজ্ঞাত অজ্ঞাত

বৰ্মণ বংশৰ পতন

বৰ্মণ বংশৰ পতন হোৱাৰ পাছত সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে।

গ্ৰন্থ

তথ্য সংগ্ৰহ

Tags:

বৰ্মণ ৰাজবংশ বংশবৰ্মণ ৰাজবংশ ৰজাসকলবৰ্মণ ৰাজবংশ বৰ্মণ বংশৰ পতনবৰ্মণ ৰাজবংশ গ্ৰন্থবৰ্মণ ৰাজবংশ তথ্য সংগ্ৰহবৰ্মণ ৰাজবংশইংৰাজী ভাষাগুপ্ত সাম্ৰাজ্যপুষ্যবৰ্মা

🔥 Trending searches on Wiki অসমীয়া:

ছক্ৰেটিছঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাশক্তিবড়োলেণ্ডৰামদৰ্শনশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাছ'ভিয়েট সংঘশামুকলোকভাষাম'হৰ শিঙৰ পেঁপাঅসম আৰক্ষীসাহিত্যৰ সমাজতত্ত্বমাধৱ কন্দলিআৰ্দ্ৰতাওৰাং ৰাষ্ট্ৰীয় উদ্যানবৰপেটা সত্ৰনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯বসন্ত ৰোগশ্ৰীকৃষ্ণকীৰ্তনআইদেউ সন্দিকৈমৰুদ্যানগোৱালপাৰাপ্ৰাকৃতিক পৰিৱেশবিষ্ণুপ্ৰসাদ ৰাভাবিষুৱ ৰেখাগুৱাহাটীকীৰ্তন ঘোষা সংকলনঅসমীয়া গালি-গালাজউপভাষাকমলাবাৰী সত্ৰঅনাভেদী যৌনক্ৰিয়াঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাভাৰতীয় শিল্পকলালক্ষ্মীনন্দন বৰাখোলভট্টদেৱমাটিযতীন্দ্ৰ নাথ দুৱৰাঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদজীৱনীভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাচামগুৰি সত্ৰঅশ্বিনী কুমাৰ বৰুৱাপদ (ব্যাকৰণ)কাৰেঙৰ লিগিৰীঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫কৃষ্ণপায়ু সংগমপালি ভাষাখামটি ভাষাপাঠ পৰিকল্পনাচি++শব্দ (অভিধান)বৌদ্ধ ধৰ্মঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটাৰাসোৎসৱঅসমীয়া খাদ্যাভ্যাসঋণাত্মক অখণ্ড সংখ্যাঅৰূপা পটংগীয়া কলিতাদিখৌ নদীবিবাহভূমি প্ৰদূষণৰমন্যাসবাদবহনক্ষম উন্নয়নৰ লক্ষ্যউমাচল শিলালিপিহোমাৰশিক্ষা মনোবিজ্ঞানভাৰতৰ ইতিহাসশ্ৰীমন্ত শংকৰদেৱশাক-পাচলিঅসমৰ কাঁহ শিল্পবেক্টেৰিয়াজোৰোণভাৰতৰ উচ্চতম ন্যায়ালয়কুলি🡆 More