সুস্থিত বৰ্মা

সুস্থিত বৰ্মা (ইংৰাজী: Susthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ একাদশতম ৰজা আছিল। তেওঁক শ্ৰী-মৃগাঙ্ক নামেৰেও জনা গৈছিল। এওঁ স্থিত বৰ্মা আৰু নয়নাদেৱীৰ পুত্ৰ আছিল। এওঁ ৫৯০ খ্ৰীষ্টাব্দৰ পৰা ৫৯৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত সুপ্ৰতিষ্ঠিত বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

বৰ্মণ ৰাজবংশ
সুস্থিত বৰ্মা
পুষ্যবৰ্মা ৩৫০–৩৭৪
সমুদ্ৰবৰ্মা ৩৭৪–৩৯৮
বলবৰ্মা ৩৯৮–৪২২
কল্যাণ বৰ্মা ৪২২–৪৪৬
গণপতি বৰ্মা ৪৪৬–৪৭০
মহেন্দ্ৰ বৰ্মা ৪৭০–৪৯৪
নাৰায়ণ বৰ্মা ৪৯৪–৫১৮
ভূতি বৰ্মা ৫১৮–৫৪২
চন্দ্ৰমুখ বৰ্মা ৫৪২–৫৬৬
১০ স্থিত বৰ্মা ৫৬৬–৫৯০
১১ সুস্থিত বৰ্মা ৫৯০–৫৯৫
১২ সুপ্ৰতিস্থিত বৰ্মা ৫৯৫–৬০০
১৩ কুমাৰ ভাস্কৰ বৰ্মা ৬০০–৬৫০
১৪ অৱন্তী বৰ্মা ৬৫০–৬৫৫

লগতে চাওক

লগতে পঢ়ক

Tags:

ইংৰাজী ভাষাবৰ্মণ ৰাজবংশস্থিত বৰ্মা

🔥 Trending searches on Wiki অসমীয়া:

ইছলামহাজোঅসমৰ মুখা শিল্পকুলধৰ শইকীয়াপুঁজিবাদযোৰহাট জিলাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবিশ্ব বৌদ্ধিক সম্পত্তি দিৱসকুলিফুলগুৰি ধেৱাঢোলভগদত্তগগৈলোকবিশ্বাসযাদৱ পায়েংআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিএলবাৰ্ট আইনষ্টাইনবাজেটগান্ধীবাদজামুগুৰিহাটভটিমাশ্ৰীমদ্ভগৱতগীতাভাৰতীয় দৰ্শনথাই ভাষাৰমন্যাসবাদভাৰতৰ প্ৰধানমন্ত্ৰীগুণাভিৰাম বৰুৱাকছাৰী ৰাজ্যকীৰ্তন ঘোষা সংকলনউপন্যাসবিৰিঞ্চি কুমাৰ বৰুৱাঅসমৰ সমস্যাঅণুবীক্ষণ যন্ত্ৰবিহু নৃত্যঅসমৰ কুঁহিলা শিল্পবিশ্বকোষশেলাইঅণুগল্পচিৰ চেনেহী মোৰ ভাষা জননীবাইখো পূজাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫মূৰাৰা, ৰঙিয়াশিৱসাগৰপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনৱিকিমিডিয়া ফাউণ্ডেশ্যনপদুমপদাৰ্থৰ অৱস্থাআলেকজেণ্ডাৰভবেন্দ্ৰ নাথ শইকীয়াগোলাঘাট জিলাৰাইমনা ৰাষ্ট্ৰীয় উদ্যাননীতি আয়োগবেক্টেৰিয়াঅসমৰ সত্ৰসমূহৰ তালিকাম'হৰ শিঙৰ পেঁপাঅন্তৰীপ (উপন্যাস)বহুকোষী জীৱসালোক সংশ্লেষণবিশেষ শিক্ষাব্যষ্টিবাদী অৰ্থনীতিহিমালয়বিহুগীতবৰপেটা৭ ফেব্ৰুৱাৰীইংলেণ্ডমানৰ অসম আক্ৰমণউপভাষাহীৰেন ভট্টাচাৰ্যগড়গাঁওনিমাতী কইনা🡆 More