সুপ্ৰতিস্থিত বৰ্মা

সুপ্ৰতিস্থিত বৰ্মা (ইংৰাজী: Supratisthita Varman) কামৰূপ ৰাজ্যৰ বৰ্মণ ৰাজবংশৰ দ্বাদশ ৰজা আছিল। এওঁ সুস্থিত বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৫৯৫ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। তেওঁৰ পিছত তেওঁৰ ভাতৃ ভাস্কৰ বৰ্মা উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

বৰ্মণ ৰাজবংশ
সুপ্ৰতিস্থিত বৰ্মা
পুষ্যবৰ্মা ৩৫০–৩৭৪
সমুদ্ৰবৰ্মা ৩৭৪–৩৯৮
বলবৰ্মা ৩৯৮–৪২২
কল্যাণ বৰ্মা ৪২২–৪৪৬
গণপতি বৰ্মা ৪৪৬–৪৭০
মহেন্দ্ৰ বৰ্মা ৪৭০–৪৯৪
নাৰায়ণ বৰ্মা ৪৯৪–৫১৮
ভূতি বৰ্মা ৫১৮–৫৪২
চন্দ্ৰমুখ বৰ্মা ৫৪২–৫৬৬
১০ স্থিত বৰ্মা ৫৬৬–৫৯০
১১ সুস্থিত বৰ্মা ৫৯০–৫৯৫
১২ সুপ্ৰতিস্থিত বৰ্মা ৫৯৫–৬০০
১৩ কুমাৰ ভাস্কৰ বৰ্মা ৬০০–৬৫০
১৪ অৱন্তী বৰ্মা ৬৫০–৬৫৫

লগতে চাওক

লগতে পঢ়ক

Tags:

ইংৰাজী ভাষাবৰ্মণ ৰাজবংশভাস্কৰ বৰ্মাসুস্থিত বৰ্মা

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া শিশু আলোচনীসমূহৰ তালিকাভাৰতকাৰেংঘৰভাইৰাছঅসমৰ মাছ ধৰা সঁজুলিঅসমীয়া ব্যাকৰণসংক্ৰমণৰাভা ভাষাযোগ দৰ্শনকৃষ্ণচূড়াসঁফুৰা (শিশু আলোচনী)ৱিকিমিডিয়া ফাউণ্ডেশ্যনঅসমৰ জাতীয় গীত২৪ এপ্ৰিলঅখণ্ড সংখ্যাসংবিধান দিৱস (ভাৰত)২৬ এপ্ৰিলআমঁ (চন্দ্ৰবিন্দু)গৌতম বুদ্ধহিউমাছবৃত্তপ্ৰাক-ইতিহাসনলবাৰী জিলাবিষ্ণুপ্ৰসাদ ৰাভাইন্দ্ৰআধুনিকতাবাদছক্ৰেটিছদৰ্শনক্ৰিকেটৰাজহুৱা ক্ষেত্ৰমৃত্যুপ্ৰশান্ত মহাসাগৰমৌ-মাখিপদুমসংঘাতভগদত্তপুৰাণমহেঞ্জোদাৰোশেলাইবহনক্ষম ভূমি ব্যৱস্থাপনাগড়মূৰ সত্ৰপাচনৰেখামানস ৰাষ্ট্ৰীয় উদ্যানকামাখ্যা মন্দিৰঘিলাধাৰী ঘাটৰ সন্ধিদীৰ্ঘেশ্বৰী দেৱালয়চৰিত পুথিশামুকঅসমীয়া সাহিত্যশ্ৰীকৃষ্ণকীৰ্তনঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাসুশোভন সোনু ৰায়মহামায়া ধামঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিহিমবাহঅসমত দেখা চৰাইবোৰমানৱ শৰীৰকোষ (জীৱবিজ্ঞান)হয়গ্ৰীৱ মাধৱ মন্দিৰবাংলাদেশশৰৎচন্দ্ৰ গোস্বামীঅসমৰ চলচ্চিত্ৰভাৰতীয় ৰেলভাৰতত মহিলা শিক্ষাতিৱা জনগোষ্ঠীজীৱদেউৰী জনগোষ্ঠীইণ্ডোনেছিয়াজীৱনীভাৰতৰ ৰাষ্ট্ৰপতিমেলেৰিয়াসংস্কৃত ভাষা🡆 More