ব্ৰহ্মগুপ্ত

ব্ৰহ্মগুপ্ত (সংস্কৃত: ब्रह्मगुप्त) (খ্ৰীষ্টপূৰ্ব ৫৯৮- ?) আছিল এজন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ। হৰ্ষবৰ্ধনৰ ৰাজত্বত তেখেত উজ্জ্বয়িনীৰ জ্যোতিষ্ক পৰিদৰ্শন কেন্দ্ৰৰ অধ্যক্ষ্য আছিল। তেখেতে নিজে লিখি যোৱা মতে তেখেতৰ জন্মবৰ্ষ খ্ৰীষ্টপূৰ্ব ৫৯৮। চাৱড়া ৰাজবংশৰ শাসনকালত ভিল্লামালা (এতিয়াৰ ভিনমাল) তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম ব্যাগ্ৰহমুখ। তেওঁলোকৰ ধৰ্ম আছিল শৈৱ।

গণিত আৰু জ্যোতিৰ্বিজ্ঞান লৈ এখেতে "ব্ৰহ্মস্ফুট সিদ্ধান্ত" (৬২৮ খ্ৰীষ্টাব্দ) নামৰ এখন গ্ৰন্থ ৰচনা কৰে। ইয়াৰ একাংশত অখণ্ড সংখ্যা, ভগ্নাংশৰ ব্যৱহাৰ, সমান্তৰ শ্ৰেণী, ঐকিক, ত্ৰিৰাশিক, সৰল সুতকছা, সৰল ৰৈখিক, ক্ষেত্ৰৰ পৰিমিতি, ঘনফল আৰু ত্ৰিকোণমিতিৰ চৰ্চা কৰা হৈছে। আন এটা অংশত নক্ষত্ৰৰ অৱস্থান নিৰ্ণয় পদ্ধতিৰ আলোচনা কৰা হৈছে। ব্ৰহ্মস্ফুট সিদ্ধান্ত ৭২২ খ্ৰীষ্টাব্দত আৰবী ভাষালৈও অনুদিত হয়।

তেখেতৰ অনৱদ্য উপহাৰ, তেখেতে শূণ্য আৱিষ্কাৰ কৰিছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

সংস্কৃত

🔥 Trending searches on Wiki অসমীয়া:

হিমা দাসঅসমৰ তেল শোধনাগাৰবৰদলৈ ট্ৰফীসিংহঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতভঠেলিব্ৰহ্মগুপ্তমৌখিক সাহিত্যদুৰ্গাবৰ কায়স্থভাৰতৰ ৰাষ্ট্ৰপতিমাহৰম্বাছঅসমীয়া যুক্তাক্ষৰস্বচ্ছ ভাৰত অভিযানবড়ো সাহিত্য সভাৰামএচিদ বৰষুণবৰদৈচিলাজাপিমৌখিক লোকসাহিত্যঅখণ্ড সংখ্যাভাৰত-ইউৰোপীয় ভাষা পৰিয়ালবৰাইল পৰ্বতভট্টদেৱৰ গদ্যশৈলীৰংঘৰকয়লাখিলঞ্জীয়া লোকচৰ্যাপদবৌদ্ধ দৰ্শনআবেগপদ্মা-পুৰাণবেদৰামমোহন ৰায়দৰ্শনবৃত্তমিচিং জনগোষ্ঠীবিঘাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহবলহাঁচতিডিগবৈ তেল শোধনাগাৰঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাআইনামকাৰ্বি জনগোষ্ঠীৰীমা দাসমনোমতীৰমজানচাহপাঠ পৰিকল্পনাপৰিমেয় সংখ্যামিৰি জীয়ৰীশামুককুমাৰ ভাস্কৰ বৰ্মাচৰিত পুথিঅসমৰ জাতীয় গীতনিৰ্ম্মল ভকতসপ্তকাণ্ড ৰামায়ণশিৱসাগৰ পুখুৰীভটিমালেখকবাৰ্ট্ৰেণ্ড ৰাছেলঅসমৰ চিত্ৰকলাৰ ইতিহাসম'হৰ শিঙৰ পেঁপাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)দেউৰী জনগোষ্ঠীঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাহস্তমৈথুনঅসমৰ চলচ্চিত্ৰআহোম জনগোষ্ঠীৱিকিপিডিয়ানগাঁও কুইজ ফ'ৰামগুণাভিৰাম বৰুৱাপূৰবী বৰমুদৈখেলমা জনগোষ্ঠীঊষা🡆 More