জ্যামিতি ব্যাস

জ্যামিতিত বৃত্তৰ ব্যাস (ইংৰাজী: Diameter) হ’ল এডাল কেন্দ্ৰগামী সৰলৰেখা যাৰ প্ৰান্তবিন্দু দুটা পৰিধিৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম জ্যা। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়। Diameter শব্দটো গ্ৰীক ভাষাৰ διάμετρος (diametros) শব্দটোৰ পৰা আহিছে, ই "diagonal of a circle" বুজায়, য'ত δια- (dia-) ৰ অৰ্থ হ'ল "across, through" আৰু μέτρον (metron)ৰ অৰ্থ হ'ল "a measure। "

ব্যাস
জ্যামিতি ব্যাস
চিত্ৰত জ্যা, ব্যাস, ব্যাসাৰ্ধ, স্পৰ্শক আৰু ছেদক

অধিক ব্যৱহাৰিক ক্ষেত্ৰত এই সৰলৰেখাৰ দৈৰ্ঘ্যক (মাপক) ব্যাস বোলা হয়, কিয়নো যিকোনো এটা বৃত্তৰ সকলো ব্যাসৰ দৈৰ্ঘ্যৰ মাপেই সমান, এই মাপ বৃত্তটোৰ ব্যাসাৰ্ধৰ দুগুণ। ই বৃত্তৰ পৰিধিৰ কোনো এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ হ'ব পৰা দূৰত্বৰ সৰ্বোচ্ছ মান। গোলক এটাৰ পৃষ্ঠৰ দুটা বিন্দুৰ মাজৰ সৰ্বোচ্ছ দুৰত্বকো ব্যাস বুলি কোৱা হয়। বৃত্তৰ ব্যাস d আৰু পৰিধি C হ'লে C=πd.

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বিশ্ব পশু চিকিৎসা দিৱসছুনামিঅসমভৌতিক সংস্কৃতিনাৰীবাদকামৰূপ ৰাজ্যঅসমত দেখা পোৱা মাছৰ তালিকাআৰ্যভট্টমৰাণ জনগোষ্ঠীদীনবন্ধু (চলচ্চিত্ৰ)পৰিৱেশ তন্ত্ৰভৰখ্ৰীষ্টান ধৰ্মভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাআলোক তন্তুদীপলিনা ডেকাদেৱদাৰুশিৱসাগৰআগ্নেয়গিৰিখোলডিম্পু বৰুৱামৌখিক লোকসাহিত্যমাদাৰ টেৰেছাসাত বিহুআনন্দৰাম ঢেকিয়াল ফুকনবানপানী২০২২ ফিফা বিশ্বকাপ২৯ এপ্ৰিলখৰ্গেশ্বৰ তালুকদাৰমুদ্ৰাসন্ধিদৈনিক বাতৰিমাঘনোৱা দ’লগোৱালপাৰা জিলাপৃথিৱীনৰসিংহ (উদ্ভিদ)বল্লভভাই পেটেলতোলনি বিয়াপ্ৰতিমা (কাব্য গ্ৰন্থ)দক্ষিণপাট সত্ৰঅসমীয়া ব্যাকৰণভ্ৰাম্যমাণ থিয়েটাৰবাঁহ পূজানৱকান্ত বৰুৱাবন্দে মাতৰম্‌হেম বৰুৱাৰংবং তেৰাংকিৰাটহোলোংঅসমীয়া প্ৰতিদিনঅসমৰ ইতিহাসঅসম লোকসেৱা আয়োগলেছবিয়ানশিক্ষাৰ অধিকাৰনামেৰি ৰাষ্ট্ৰীয় উদ্যানমহেশ্বৰ নেওগবিহুগীতকাৰ্ল মাৰ্ক্সঅনিৰুদ্ধদেৱচিত্ৰলেখা উদ্যানআহোম জনগোষ্ঠীছট পূজাশোণিতপুৰ জিলাপদুমসংস্কৃত ভাষাবিদ্যুৎস্বামী বিবেকানন্দবিয়া নামঅসমৰ বাঁহ-বেতৰ শিল্পমণিকূটহেমচন্দ্ৰ গোস্বামীতিতাবৰ মহকুমা🡆 More