বধিৰতা

শ্ৰৱণ বিসংগতি বা বধিৰতা (ইংৰাজী: Hearing loss; hard of hearing, anacusis, বা hearing impairment বুলিও কোৱা হয়।) হৈছে আংশিক বা সম্পূৰ্ণভাৱে শ্ৰৱণ ক্ষমতা লুপ্ত হৈ যোৱা। ই এখন বা দুয়োখন কাণৰ ক্ষেত্ৰত হ'ব পাৰে। ইয়াৰ ফলত শিশুসকলৰ ভাষা শিক্ষণত আৰু বয়স্কসকলৰ বিভিন্ন কাৰ্যত অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ বাবেই কিছুমান লোক, বিশেষকৈ বয়সস্থ সকল, নিঃসংগতাত ভুগিব লগা হয়। বধিৰ বুলিলে সাধাৰণতে কমকৈ শুনা নাইবা একেবাৰে নুশুনা লোক সকলক বুজোৱা হয়।

শ্ৰৱণ বিসংগতি
A stylized white ear, with two white bars surrounding it, on a blue background.
শ্ৰৱণ বিসংগতি আৰু শ্ৰৱণৰ অসুবিধাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতীক
শ্ৰেণীবিভাজন আৰু বাহ্যিক উৎস
বিশেষ বৃত্তি (চিকিৎসাসেৱা) Otorhinolaryngology, audiology
ICD-10 H90H91
ICD-9-CM 389
ৰোগৰ আধাৰতথ্য 19942
মেড্‌লাইন প্লাছ 003044
eমেডিচিন article/994159
MeSH D034381

বিভিন্ন কাৰণৰ বাবে শ্ৰৱণ ক্ষমতা লুপ্ত হ'ব পাৰে: বংশগত, বয়স বৃদ্ধি, কোলাহলৰ প্ৰভাৱ, কিছুমান সংক্ৰমণ, জন্মৰ জটিলতা, আৰু বিভিন্ন ঔষধ তথা বিষাক্ৰিয়া আদি। এটা সাধাৰণ সংক্ৰমণজনিত বধিৰতা হৈছে chronic ear infections। ৰুবেলাৰ দৰে গৰ্ভাৱস্থাৰ বিভিন্ন সংক্ৰমণেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। শ্ৰৱণ পৰীক্ষাত এখন কাণে কমেও ২৫ ডেচিবল শব্দ শুনিবলৈ অক্ষম হ'লে বধিৰতা নিশ্চিত কৰা হয়। নৱজাতকৰ শ্ৰৱণ পৰীক্ষা অতি প্ৰয়োজনীয় বুলি গণ্য কৰা হয়।

অৰ্ধ বধিৰতা প্ৰতিৰোধ কৰিব পৰা যায়। ইয়াৰ বাবে প্ৰতিষেধক প্ৰদান, গৰ্ভাৱস্থাত উপযুক্ত প্ৰতিপালন, কোলাহলৰ পৰা আঁতৰি থকা, আৰু কিছুমান নিৰ্দিষ্ট ঔষধৰ ব্যৱহাৰ কৰা হয়। কোলাহল নিয়ন্ত্ৰণৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই যুৱচামৰ personal audio player ব্যৱহাৰৰ সীমা দৈনিক এক ঘণ্টা অনুমোদন জনাইছে। শিশুসকলৰ বধিৰতা আগতীয়াকৈ চিনাক্তকৰণ আৰু শুশ্ৰূষা প্ৰদান অতি গুৰুত্বপূৰ্ণ। বিভিন্ন hearing aids, sign language, cochlear implants আৰু subtitles অতি উপকাৰী। Lip reading হৈছে অন্য এক প্ৰকাৰৰ উপযোগী কৌশল। পৃথিৱীৰ বিভিন্ন প্ৰান্তত শ্ৰৱণ সহায়ত যন্ত্ৰ ব্যৱহাৰ কৰা হয়।

সমগ্ৰ বিশ্বজুৰি বধিৰতাৰ বাবে প্ৰায় ১০% ৱোক প্ৰভাৱিত হৈছে। ইয়াৰ ফলত প্ৰায় ৫% (৩৬০ৰ পৰা ৬৩৮ নিযুত) লোকৰ অক্ষমতা সৃষ্টি হৈছে আৰু অন্য ১২৪ নিযুত লোক অক্ষমতা আশংকা কৰা হৈছে। ইয়াৰে প্ৰায় ৬৫ নিযুত লোকৰ বধিৰতা শিশু অৱস্থাতেই আৰম্ভ হোৱা। Sign language কব পৰা সকলৰ বেছিভাগেই Deaf cultureৰ সদস্য আৰু তেওঁলোকে নিজকে কোনো ৰোগাক্ৰান্ত বুলি ভবাৰ সলনি পৃথক গুণসম্পন্ন বুলিহে ভাবে, আৰু এনে বহু সদস্যই বধিৰতাৰ চিকিৎসা কৰাৰ বিৰোধিতা কৰে।

তথ্য সংগ্ৰহ

বৰ্গীকৰণ

Tags:

ইংৰাজী ভাষাভাষা

🔥 Trending searches on Wiki অসমীয়া:

ধ্যান চান্দজোনাকী (আলোচনী)বুৰঞ্জীআন্তঃৰাষ্ট্ৰীয় ধ্বনিলিপিতথ্যজোৰোণদ্বিতীয় বিশ্বযুদ্ধচি++শোণিতপুৰ জিলাশ্ৰীমন্ত শংকৰদেৱঅম্বুবাচীঅসমৰ পৰম্পৰাগত খেল-ধেমালিৰাইমনা ৰাষ্ট্ৰীয় উদ্যানড়নগাঁও জিলাৰেখাতলাতল ঘৰজল সংৰক্ষণকাঞ্চন (উপন্যাস)সংস্কৃতিজাতনামশেলাইবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যসংবিধান দিৱস (ভাৰত)লিখন পদ্ধতিউচ্চ ৰক্তচাপআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাবৰপেটা (লোকসভা সমষ্টি)হস্তীবিদ্যাৰ্ণৱআমঘৰচিৰিকাচন্দ্ৰকুমাৰ আগৰৱালাকিতাপভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাবাগ্‌ধ্বনিমূৰাৰা, ৰঙিয়ামহামায়া ধামঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাথমাছ আলভা এডিচনঅসমৰ ৰাজ্যপালসকলৰ তালিকাব'হাগ বিহুঅগ্নিগড়আৰবী ভাষাভাষাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনব্যৱস্থাপনাচামেলি মেমচা'ববাঁহীজুবিন গাৰ্গকছাৰী ৰাজ্যভলিবলবহুকোষী জীৱপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যকোণঅসম সাহিত্য সভাব্ৰিটিছ ৰাজকলাখাৰগুৱাহাটীপ্ৰথম বিশ্বযুদ্ধজ্ঞানপীঠ বঁটাঅসমৰ জিলাসমূহমাৰ্ঘেৰিটা মহকুমামহেশ্বৰ নেওগসালোক সংশ্লেষণঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদকমলাবাৰী সত্ৰশ্বিলংইণ্টাৰনেটজীৱনৰ বাটতবাল্য বিবাহফাকে জনগোষ্ঠীকথা কবিতামাধৱদেৱঅসমীয়া কবিতা🡆 More