বটা

বটা বা বটাঁ‌ (ইংৰাজী: Bota) অসমৰ সংস্কৃতিত ব্যৱহাৰ হোৱা এবিধ কাঁ‌হৰ সঁ‌জুলি। শব্দ ডট অৰ্গৰ মতে বটা হৈছে কটা তামোল বা নৈবেদ্য আদি থোৱা এবিধ শৰাইতকৈ চাপৰ ধাতুৰ পাত্ৰ৷ বিভিন্ন মাংগলিক কাম-কাজৰ লগতে অতিথি অভ্যৰ্থনা কৰিবলৈ তামোল-পাণ আগবঢ়াওঁ‌তে বটাৰ ব্যৱহাৰ হয়। কোনো কোনো ক্ষেত্ৰত পিতলেৰে সজা বটাও ব্যৱহাৰ হয়। সন্মানীয় লোকক বস্ত্ৰ আদি যাচি সন্মান প্ৰদৰ্শন কৰোঁতে বটাত আগবঢ়োৱা হয়। বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত দৰা-কইনা আৰু পৰিয়ালৰ লোকে শৰাই বা বটাত তামোল-পাণ, গুৱামুৰি আদি লৈ থাকি অভ্যাগতক আদৰণি জনোৱাৰ নিয়ম প্ৰচলিত। মাংগলিক অনুষ্ঠানৰ বাবে ৰাইজক নিমন্ত্ৰণ জনাবলৈ গ'লে বটাত তামোল-পাণ আগবঢ়োৱা হয়।

বটা
বটাত সজাই দিয়া তামোল-পাণ

বিৱৰণ

বটা এখনত দুটা ভাগ থাকে: এটা হৈছে ওপৰৰ কাঁ‌হীৰ দৰে ঘূৰণীয়া বহল অংশ আৰু এটা খুৰা বা ধাৰক। ধাৰকডাল তলফাললৈ বহলাই মেলখোৱা হয় যাতে বটাখন সমতল পৃষ্ঠত থিয় কৰাই ৰাখিব পৰা যায়। এই দুই অংশ সাধাৰণতে তামৰ গজালেৰে জোৰা লগোৱা হয়। বটাখন কাঁ‌হেৰে প্ৰস্তুত কৰা হয় আৰু কাঁ‌হীৰ দৰে অংশটোত বিভিন্নধৰণৰ নক্সা কাটি সজোৱা হয়। পিতলেৰে সজা বটাও সুলভ।

লোকগাথাত বটা

অ' নাজীতৰা ওলাই দেখা দিয়াহাতত পাণ-বটা লৈ ৰাইজক সেৱা কৰা।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

গামোচাজাহ্নু বৰুৱাকলীয়াভোমোৰা সেতুশব্দ (অভিধান)পাচন তন্ত্ৰশৰাইঘাট দলংঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫আমেৰিকা যুক্তৰাষ্ট্ৰশিৱ পুৰাণপাঠ পৰিকল্পনাশকুন্তলাWhat is A Dscr Loan?বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবড়ো ভাষাকৰম পূজাভাৰতৰ মুখ্য ন্যায়াধীশমনোবিজ্ঞানচিৰাং জিলাভৌতিক সংস্কৃতিউৎসৱমুহাম্মাদমোহনদাস কৰমচান্দ গান্ধীআইনামসংগীতখেলমা জনগোষ্ঠীমিৰি জীয়ৰীঅশোক বনঅসমৰ কাঁহ শিল্পঅসমৰ ৰাজ্যপালসকলৰ তালিকানীতি আয়োগসোণশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯পথেৰ পাঁচালীভাৰত-আৰ্য ভাষা পৰিয়ালছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)আহোম ৰাজ্যহস্তমৈথুনঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিমণিৰাম দেৱান (চলচ্চিত্ৰ)হিচাপবিদ্যাৰামধেনুকানাই বৰশী বোৱা শিলালিপিগুৱাহাটীসাঁচিগছভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫অসম বিধানসভাৰুবুল মাউতকম্পিউটাৰবড়োলেণ্ডঅসমত দেখা পোৱা মাছৰ তালিকামৌৰ্য সাম্ৰাজ্যভূমিদান প্ৰথালাভলীনা বৰগোহাঁইবাগ্‌ধ্বনিসদৌ অসম ছাত্ৰ সন্থাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহভঠেলিবিশ্ব বাণিজ্য সংস্থাঅসমৰ জিলাসমূহভাৰত ৰত্নপৰিৱেশ তন্ত্ৰচৰ্যাপদলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানৰুদ্ৰ কন্দলীশিল্প বিপ্লৱলেখকনগাঁওৰাজনীতিঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাৰামধেনু (আলোচনী)ফ্ৰান্সনাটকপাণিনিইছলাম🡆 More