ফাৰেনহাইট

ফাৰেনহাইট হ'ল তাপমাত্ৰা পৰিমাপৰ স্কেল, যিটো ১৭২৪ চনত প্ৰস্তাব কৰা হয় আৰু জাৰ্মান পদাৰ্থবীদ ডেনিয়েল গেব্ৰিয়েল ফাৰেনহাইট (১৬৮৬–১৭৩৬)ৰ নামানুসৰি নামকৰণ কৰা হয়। বৰ্তমান বিশ্বৰ অধিকাংশ দেশত তাপমাত্ৰা পৰিমাপৰ বাবে ছেলছিয়াছ স্কেল ব্যৱহৃত হৈছে। যুক্তৰাষ্ট্ৰ সহ কিছু দেশ যেনেঃ ব্ৰাজিলত এতিয়াও ফাৰেনহাইট স্কেল ব্যৱহৃত হৈ আছে।

ফাৰেনহাইট
এটা থাৰ্মমিটাৰ, যাৰ বাহিৰৰ বৃত্তাকাৰ স্কেল ফাৰেনহাইট একক আৰু ভিতৰৰ স্কেলটো ছেলছিয়াছ এককত লিখা

Tags:

ব্ৰাজিলযুক্তৰাষ্ট্ৰ

🔥 Trending searches on Wiki অসমীয়া:

ঢেঁকীবুলু ফিল্মমাধৱী লতাব’হাগলোকাচাৰজৈৱ বৈচিত্ৰ্যহিন্দু ধৰ্মঅসমৰ বাঁহ-বেতৰ শিল্পহৰণ (গণিত)বিজ্ঞাপনকুলিঅসমৰ লোকবাদ্যজেং বিহুতগৰমাছসতী সাধনীতেজপুৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাকীৰ্তন-ঘোষাজীৱনীগান্ধাৰীঅসমীয়া উপন্যাসগণৰাজ্য দিৱস (ভাৰত)লীলা গগৈশদিয়াৰংঘৰপঞ্চায়তী ৰাজশিক্ষাঅৰ্জুন ভঞ্জনমহেঞ্জোদাৰোচিপাহী বিদ্ৰোহ ১৮৫৭মহামায়া ধামনেতাই ধুবুনী ঘাটসংস্কৃত ভাষাহীৰেন গোহাঁইঅম্বিকাগিৰি ৰায়চৌধুৰীনামনি অসমভট্টদেৱমামণি ৰয়ছম গোস্বামীৰ উপন্যাসধাতু আৰু অধাতুপঞ্চভুজভাৰতৰ ইতিহাসগুৱাহাটীচিৰ চেনেহী মোৰ ভাষা জননীভাৰত-আৰ্য ভাষা পৰিয়ালগোলকীকৰণমৃত্যুৰাজিয়া চুলতানাগুৱাহাটী (লোকসভা সমষ্টি)খামটি জনগোষ্ঠীপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যভূৱন মোহন বৰুৱাজল সংৰক্ষণবিবাহসাহিত্যইজৰাইলহীৰেন ভট্টাচাৰ্যএকলব্যবৰগীতশৰাইঘাটৰ যুদ্ধপাৰিজাত হৰণ নাটআন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিঅসমৰ ধান খেতিৰ সঁজুলিসমূহবানপানীবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণঅসমত দেখা পোৱা মাছৰ তালিকাভাৰতীয় ভাষাউত্তৰ-পূব ভাৰতওজাপালিব্ৰজাৱলী ভাষাকোকৰাঝাৰ (লোকসভা সমষ্টি)🡆 More