পাইথন

পাইথন এটা বহুল ভাবে প্ৰচলিত উচ্চস্তৰীয় প্ৰগ্ৰামিং ভাষা। সচৰাচৰ পাইথনত লিখা ক'ড সমূহ অন্যান্য প্ৰগ্ৰামিং ভাষাত লিখা ক'ডতকৈ অত্যন্ত চমু আৰু নিকা হয়। পাইথনৰ সৃষ্টিকৰ্তা হৈছে গুইড' ভান ৰসাম। এই প্ৰগ্ৰামিং ভাষা প্ৰথমে ১৯৯১ চনত মুকলি কৰা হৈছিল।

পাইথন
পাইথন
প্ৰকাৰ অবজেক্ট অৰিয়েণ্টেদ, ইম্পাৰেটিভ, ফাংচনেল, প্ৰচিডিউৰেল, ৰিফ্লেকটিভ
সৃষ্টিৰ সময় ২০ ফেব্ৰুৱাৰী ১৯৯১; ৩৩ বছৰ আগত (1991-02-20)
সৃষ্টিকৰ্তা গুইড' ভান ৰসাম
বিকাশক Python Software Foundation
অপাৰেটিং চিষ্টেম Cross-platform
লাইচেঞ্চ Python Software Foundation License
ফাইল এক্সটেঞ্চন .py, .pyc, .pyd, .pyo (prior to 3.5), .pyw, .pyz (since 3.5)
ৱেবছাইট python.org
Wiki অসমীয়াWikibooks logo Python Programming at Wikibooks

উদাহৰণ

print "Hello Assam" 

উক্ত ক'ডফাকি চলালে Hello Assam দেখিবলৈ পোৱা যাব। এই ক'ডফাকি পাইথন-৩ 'ৰ বাবে তলত দিয়া ধৰণে লিখিব লাগিব:

print("Hello Assam") 

তথ্য সংগ্ৰহ

Tags:

প্ৰগ্ৰামিং ভাষাভাষা

🔥 Trending searches on Wiki অসমীয়া:

হেঙুল আৰু হাইতালশৰৎচন্দ্ৰ গোস্বামীনগাঁও জিলাহাবুংবাগৰুম্বাচন্দ্ৰকুমাৰ আগৰৱালাএকচেটীয়া বজাৰঅশোক ফুলঅসমীয়া সাহিত্যহেমকোষভাষাবুলু ফিল্মভীমৰাও ৰামজী আম্বেদকাৰগুৱাহাটীবিয়া নামনলবাৰী জিলাউদাৰনৈতিকতাবাদৰঘুনাথ চৌধাৰীনামদাঙৰ শিলৰ সাঁকোকৃষিগোলাঘাটহনুমানঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলসিন্ধু সভ্যতাআউনীআটী সত্ৰশিৱফকৰা যোজনাইন্দ্ৰা নূয়ীজৈন ধৰ্মপ্ৰথম বিশ্বযুদ্ধ৯ জুনউষ্ণতাললিত কলা একাডেমীভাৰতীয় নাগৰিকত্ব আইনসোণচাহেবপুৰাৰ বৰষুণসৌৰজগতভাৰত ৰত্নঅসমৰ শাক-পাচলিৰ তালিকাঅশোক স্তম্ভঅভিমন্যুআৰ্লিং হালান্ডমুহাম্মাদআইনামঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতমইনা পাৰিজাতবঙালী ভাষানৰোৱা সত্ৰশিৱ পুৰাণউটঅসমৰ চলচ্চিত্ৰস্বামী বিবেকানন্দমোগল সাম্ৰাজ্যনাৰী সবলীকৰণভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকাৰ্বি জনগোষ্ঠীনৱ-বৈষ্ণৱ ধৰ্মসাঁচিগছঅৰুণোদইনলিনীবালা দেৱীঅসমীয়া ভাষা আন্দোলনমৰাণ জনগোষ্ঠীহেমচন্দ্ৰ গোস্বামীবাইখো পূজাগোলকীয় নাগৰিকত্বঅসমীয়া লোক-সংস্কৃতিঅসমীয়া কবিতাৰ ইতিহাসপাঠ পৰিকল্পনাজেং বিহুঅসমীয়া গালি-গালাজভট্টদেৱবেংক অৱ মহাৰাষ্ট্ৰনিৰুপমা বৰগোহাঞি🡆 More