দ্য চাইনপ'ষ্ট

দ্য চাইনপ'ষ্ট (পূৰ্বতে দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট) ইংৰাজী ৱিকিপিডিয়াৰ বাতৰি কাকত। ৱিকিপিডিয়া সমাজৰ দ্বাৰা চালিত এই অনলাইন সাপ্তাহিক বাতৰিকাকতখন ৱিকিপিডিয়াৰ সদস্যসকলৰ সহায়ত প্ৰকাশ কৰা হয়। বাতৰি কাকতখনত ৱিকিপিডিয়া সমাজ, ৱিকিপিডিয়া সম্বন্ধীয় ঘটনা, আৰ্ব্ৰিটেচন কমিটীৰ ৰুলিংসমূহ ৱিকিমিডিয়া ফাউণ্ডেচনৰ ঘটনাৱলী, আৰু আন আন ৱিকিপিডিয়া সম্বন্ধীয় প্ৰকল্পৰ বিষয়ে বাতৰি আদি প্ৰকাশ কৰা হয়।

এই কাকতক জানুৱাৰী ২০০৫ চনত ৱিকিপিডিয়া প্ৰশাসক মাইকেল স্ন'ৱে প্ৰতিষ্ঠা কৰিছিল। পূৰ্বতে দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট নামেৰে জনাজাত এই কাকতখনৰ নাম চুটি কৰি দ্য চাইনপ'ষ্ট কৰা হ'ল। স্ন'ৱে ফেব্ৰুৱাৰী ২০০৮ চনত তেওঁৰ নাম ৱিকিমিডিয়া ব'ৰ্ড অৱ ট্ৰাষ্টীজত যোগ হোৱালৈকে বৰঙনি আগবঢ়ায়।

বুৰঞ্জী

দ্য চাইনপ'ষ্ট 
Signpost founder Michael Snow later chaired the Wiki Foundation's Board of Trustees.

সমল

দ্য চাইনপ'ষ্টত ৱিকিপিডিয়া, ৱিকিমিডিয়া ফাউণ্ডেচন আৰু অন্যান্য ৱিকিপিডিয়া সম্বন্ধীয় প্ৰকল্পৰ বিষয়ে লেখা প্ৰকাশ কৰা হয়। কাকতখন বিনামূলিয়াকৈ বিতৰণ কৰা হয়। পাঠকসকলে ই-মেইল যোগে বা ৱিকিপিডিয়া একাউণ্ট থাকিলে নিজৰ বাৰ্তা পৃ্ষ্ঠাৰ যোগে নতুন প্ৰকাশৰ জাননী লাভ কৰিব পাৰে। সাধাৰণতে এই কাকত প্ৰতি সপ্তাহত প্ৰকাশ কৰা হয়।

আদৰণি

বিভিন্ন সময়ত দ্য নিউ য়ৰ্ক টাইমছ, ৱিকিপিডিয়া:দ্য মিচিং মেনুৱেল গ্ৰন্থ, ফৰ্চুন, দ্য ৰেজিষ্টাৰ আদিত দ্য চাইনপ'ষ্টক "মক্ড আপ নিউজপেপাৰ", "ইফ য়ু এক্সপেক্ট টু কণ্টিনিউ এডিটিং এট ৱিকিপিডিয়া ফৰ এনি লেংঠ অৱ টাইম, বাই অল মিন্স চাবস্ক্ৰাইব টু দ্য ৱিকিপিডিয়া চাইনপ'ষ্ট", "ৱিকিপিডিয়াজ ইন্সাইডাৰ নিউজপেপাৰ", "ৱিকিপডিয়াজ অউন প্লাকি নিউজলেটাৰ" আদি আখ্যা দিয়া হৈছে।

তথ্য সংগ্ৰহ

Tags:

দ্য চাইনপ'ষ্ট বুৰঞ্জীদ্য চাইনপ'ষ্ট সমলদ্য চাইনপ'ষ্ট আদৰণিদ্য চাইনপ'ষ্ট তথ্য সংগ্ৰহদ্য চাইনপ'ষ্ট

🔥 Trending searches on Wiki অসমীয়া:

গুৰু আসনদামোদৰ দেৱতথ্যবাণিজ্যবানপানীঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকানাগৰিকত্ববনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনযৌন সংগমপাঠ পৰিকল্পনাবতৰনামচিংনীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাকামৰূপ ৰাজ্যশুৱালকুছিশক্তিহনুমানআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰঅসমৰ চিত্ৰকলাৰ ইতিহাসকলপ্ৰশান্ত মহাসাগৰবিশ্ব বেংকলেটিন ভাষাপাচন তন্ত্ৰভেঁকুৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাবিশেষ শিক্ষাদৈনিক বাতৰিবৰগীতসূৰ্যছুনামিমিৰি জীয়ৰীচাইকেলঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাসাঁথৰমৌৰ্য সাম্ৰাজ্যমণিকৰ্ণেশ্বৰ দেৱালয়ৰাতি বিহুযাদৱ পায়েংমৌ-মাখিবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যগুগলসুশোভন সোনু ৰায়ব্ৰহ্মপুত্ৰ নদমণিৰাম দেৱান (চলচ্চিত্ৰ)কলাগোৱালপৰীয়া লোকগীতসত্যনাথ বৰাঅসমীয়া খাদ্যাভ্যাসঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাজয়মতী কুঁৱৰীঅসমৰ বাঁহ-বেতৰ শিল্পৰাষ্ট্ৰসংঘকপৌ ফুলঅসমীয়া যুক্তাক্ষৰনামঘোষাবহল ব্যাকৰণকম্পিউটাৰনাৰীবাদত্ৰিপিটকভাৰতত মহিলা শিক্ষাহেমকোষতিৱা জনগোষ্ঠীউইলিয়াম শ্বেইকছপীয়েৰসঁফুৰা (শিশু আলোচনী)আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাবেক্টেৰিয়াপদ্মনাথ গোহাঞি বৰুৱাইয়াত এখন অৰণ্য আছিলবিপন্ন প্ৰজাতিমহাদেশঅৰ্জুন ভঞ্জনশীতল যুদ্ধমৌলিক সংখ্যাহিন্দু ধৰ্ম🡆 More