চন্দ্ৰশেখৰ কম্বাৰ

চন্দ্ৰশেখৰ কম্বাৰ (কন্নড়: ಚಂದ್ರಶೇಖರ ಕಂಬಾರ; জন্ম: ২ জানুৱাৰী, ১৯৩৭) এজন প্ৰসিদ্ধ ভাৰতীয় কবি, নাট্যকাৰ, লোকসাহিত্যকাৰ, কানাড়া ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু হাম্পিৰ কৰ্ণাটক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য। তেওঁ ৱিনায়ক কৃষ্ণ গোকাক (১৯৮৩) আৰু ইউ আৰ অনন্তমূৰ্তিৰ পাছতে সাহিত্য অকাডেমিৰো সভাপতি।

চন্দ্ৰশেখৰ কম্বাৰ
চন্দ্ৰশেখৰ কম্বাৰ
২০১৩ চনত, বেংগালুৰুৰ এটি অনুষ্ঠানত কম্বাৰ
জন্ম ২ জানুৱাৰী, ১৯৩৭ (৮৭ বছৰ)
ঘৰাগেড়ী, বেলাগভি, ব'ম্বে প্ৰেছিডেন্সী, ব্ৰিটিছ ভাৰত
পেচা
কবি
  • নাট্যকাৰ
  • অধ্যাপক
মাতৃশিক্ষায়তন পি এইচ ডি, কৰ্ণাটক বিশ্ববিদ্যালয়
সময় ১৯৫৬ৰ পৰা বৰ্তমানলৈ
ধৰণ কল্প-সাহিত্য
উল্লেখযোগ্য বঁটা পদ্মভূষণ
জ্ঞানপীঠ বঁটা
সাহিত্য অকাডেমি বঁটা
পদ্মশ্ৰী
পম্পা এৱাৰ্ড
দাম্পত্যসংগী সত্যভামা
সন্তান ৰাজশেখৰ কম্বাৰ, জয়শ্ৰী কম্বাৰ, গীতা সতীশ, চত্ৰমা কম্বাৰ

বহুকেইটি খ্যাত-প্ৰখ্যাত বঁটাৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছে। ২০২১ চনত তেওঁক পদ্মভূষণ, ২০১১ চনত জ্ঞানপীঠ বঁটা, ১৯৯১ চনত সাহিত্য অকাডেমি বঁটা, ২০০১ চনত পদ্মশ্ৰী, কবীৰ সম্মান, কালিদাস সম্মান আৰু ২০০৪ চনত পম্পা বঁটা প্ৰদান কৰা হয়। ১৯৮৩ চনত তেওঁলৈ সংগীত নাটক একাডেমী বঁটা আৰু ২০২১ চনত সংগীত নাটক ফেল'শ্বিপ আগবঢ়োৱা হৈছিল। অৱসৰৰ পাছত কম্বাৰাক কানাড়া বিধান সভাৰ সদস্য ৰূপে মনোনীত কৰা হয়, য'ত তেওঁ নিজা হস্তক্ষেপেৰে উল্লেখযোগ্য অৱদান আগবঢ়ায়।

তথ্যসূত্ৰ

Tags:

কন্নড় ভাষা

🔥 Trending searches on Wiki অসমীয়া:

কেঁচুসাৰৰামদেৱকান্ত বৰুৱাশিল্প বিপ্লৱকনকলতা বৰুৱাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাশিক্ষাআয়ুৰ্বেদমামণি ৰয়ছম গোস্বামীৰ উপন্যাসবাংলাদেশ মুক্তিযুদ্ধৰ সময়ত ধৰ্ষণৰাষ্ট্ৰসংঘজন গণ মনগদ্যঅশোকৰ অনুশাসনঅসমীয়া লোক-সংস্কৃতিবৰপেটাচ'জুনমে ডাম মে ফিকামৰূপী উপভাষাগুপ্ত সাম্ৰাজ্যভট্টদেৱৰ গদ্যশৈলীকীৰ্তন-ঘোষাশদিয়াবিষ্ণুৰংঘৰকাল সংহতিআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাজাৰ্মানীঅসম আন্দোলনসমাজবাদগাঁওবুঢ়া (নাটক)পৰিৱেশ বিজ্ঞানছক্ৰেটিছইংলেণ্ডনৱকান্ত বৰুৱাভৌতিক সংস্কৃতিভাৰতীয় নাগৰিকত্ব আইনআলি আঃয়ে লৃগাংজৈৱিক কৃষিগণিতযোৰানামবাগ্‌ধ্বনিআনন্দৰাম বৰুৱাঅসমৰ মুখা শিল্পগণতন্ত্ৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিহৰি-হৰ যুদ্ধপদ (ব্যাকৰণ)বহনক্ষম উন্নয়নৰ লক্ষ্যকলেৰাকছাৰী ৰাজ্যইবাঁকু বিচুবিজ্ঞাপনকীৰ্তন ঘোষা সংকলনমহানাদপৰিয়ালসৌৰ শক্তিঅসমীয়া উপন্যাসৰামায়ণসাত বিহুডিব্ৰুগড় বিশ্ববিদ্যালয়এশিঙীয়া গঁড়ধাতু আৰু অধাতুআত্মসহায়ক গোটআল্লাহৰবীন্দ্ৰনাথ ঠাকুৰচলচ্চিত্ৰসৰুআইঅসমৰ বনৌষধিঅসম বিধানসভাঅসমৰ শাক-পাচলিৰ তালিকাঅভিধানজোনাকী (আলোচনী)মৃত্যুহেম বৰুৱাভাৰতৰ প্ৰধানমন্ত্ৰীঅসমৰ মন্ত্ৰ-সাহিত্য🡆 More