গেছ

গেছ বা গেছীয় অৱস্থা হৈছে পদাৰ্থৰ চাৰিটা মৌলিক অৱস্থাৰ ভিতৰত এটা (আন তিনিটা অৱস্থা হৈছে কঠিন, তৰল আৰু প্লাজমা)।

এটা বিশুদ্ধ গেছ এটা পদাৰ্থৰ পৰমাণু (যেনে নিয়নৰ দৰে সম্ভ্ৰান্ত গেছ), এবিধ পৰমাণুৰ দ্বাৰা গঠিত মৌল (যেনে অক্সিজেন), বা বিভিন্ন পৰমাণুৰ দ্বাৰা যৌগ (যেনে কাৰ্বন ডাই অক্সাইড)ৰে গঠিত হ'ব পাৰে। বায়ুৰ দৰে গেছৰ মিশ্ৰণত বিভিন্ন ধৰণৰ বিশুদ্ধ গেছ থাকে। গেছক তৰল আৰু কঠিন পদাৰ্থৰ পৰা পৃথক কৰা পক্ৰিয়াটো হ’ল মৌলিক গেছীয় কণাবোৰৰ বিস্তৃত পৃথকীকৰণ। এই পৃথকীকৰণৰ ফলত সাধাৰণতে মানুহৰ বাবে অদৃশ্য এটা ৰংহীন গেছৰ উৎপন্ন কৰে।

পদাৰ্থৰ গেছীয় অৱস্থা তৰল আৰু প্লাজমা অৱস্থাৰ মাজত থাকে, ইয়াৰে প্লাজমা অৱস্থাই গেছৰ সৰ্বোচ্চ উষ্ণতাৰ সীমা নিৰ্ধাৰণ কৰে। উষ্ণতা ৰেখা তলৰ ফালে অৱক্ষয়ী কোৱাণ্টাম গেছবোৰ থাকে আৰু এই গেছবোৰ ক্ৰমান্বয়ে অধ্যয়নৰ বিষয় হিচাপে গুৰুত্ব লাভ কৰি আহিছে। অতি কম উষ্ণতালৈ অতি শীতল কৰা উচ্চ ঘনত্বৰ পাৰমাণৱিক গেছবোৰক পৰিসংখ্যাগত আচৰণ অনুসৰি ব’ছ গেছ বা ফাৰ্মি গেছ হিচাপে শ্ৰেণীভুক্ত কৰা হয়।

মৌলিক গেছ

মান উষ্ণতা আৰু চাপ (STP)ত সুস্থিৰ দ্বি-পৰমানুবিশিষ্ট হোম’নিউক্লিয়াৰ অণু হিচাপে পোৱা একমাত্ৰ ৰাসায়নিক মৌলসমূহ হ’ল হাইড্ৰ’জেন (H2), নাইট্ৰ’জেন (N2), অক্সিজেন (O2), আৰু দুটা হেল’জেন: ফ্ল’ৰিন (F2) আৰু ক্ল’ৰিন (Cl2)। এক পৰমানুবিশিষ্ট সম্ভ্ৰান্ত গেছ – হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar), ক্ৰিপ্টন (Kr), জেনন (Xe), আৰু ৰেডন (Rn)ৰ সৈতে একেলগে এই গেছবোৰক "মৌলিক গেছ" বুলি কোৱা হয়।

তথ্য সংগ্ৰহ

Tags:

তৰল পদাৰ্থপ্লাজমা

🔥 Trending searches on Wiki অসমীয়া:

মানৰ অসম আক্ৰমণঅসমৰ ৰাজ্যিক প্ৰতীকসমূহহেম বৰুৱা (ত্যাগবীৰ)কোষ (জীৱবিজ্ঞান)কাৰ্ল মাৰ্ক্সতামোলৰাভা জনগোষ্ঠীঅসমীয়া লিপিৰ বুৰঞ্জীশকুন্তলা (চলচ্চিত্ৰ)ব’হাগবাঁহীশ্ৰীকৃষ্ণকীৰ্তনগণতন্ত্ৰইউনিক’ডযোগ দৰ্শনঢোলমোৱামৰীয়া বিদ্ৰোহবড়োলেণ্ডহোমাৰভাৰতীয় টকাকীৰ্তন-ঘোষাউদাৰনৈতিকতাবাদ২৫ এপ্ৰিলমোহনদাস কৰমচান্দ গান্ধীঅৰূপা পটংগীয়া কলিতামানৱ শৰীৰভাইৰাছকেশৱ মহন্তআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঋণাত্মক অখণ্ড সংখ্যাএকচেটীয়া বজাৰনৱ-বৈষ্ণৱ ধৰ্মযোৰানামহোমেন বৰগোহাঞিসংগীতমোপিন উত্‍সৱপদ্মধৰ চলিহাভাৰতীয় সাহিত্যভাৰত-চীন যুদ্ধৰাজহুৱা ক্ষেত্ৰনিৰুপমা বৰগোহাঞিসন্ধিউপনিষদমৰুদ্যানঅসম আন্দোলনগৱেষণাধানসতীঅসম চুক্তিশিৱসাগৰ জিলাশৰাইঘাটৰ যুদ্ধস্বামী বিবেকানন্দমূলা গাভৰুএ পি জে আব্দুল কালামগণিতঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাতগৰঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাকৃষিঅসহযোগ আন্দোলনহেমকোষবেলি ফুলমাধৱ কন্দলিবিষ্ণুৰাম মেধিশকুন্তলাহলায়ুধকামৰূপী লিপিদিনঅসমীয়া ভাষামামণি ৰয়ছম গোস্বামীৰ উপন্যাসইয়াত এখন অৰণ্য আছিলজলবায়ুআৱাহন (আলোচনী)অসমৰ পোক - পৰুৱাগৰু বিহু🡆 More