কাৰ্বন ডাই অক্সাইড

কাৰ্বন ডাই অক্সাইড (ৰাসায়নিক সংকেত CO2) হৈছে পৃথিৱীৰ বায়ুমণ্ডলৰ প্ৰায় ০.০৩৫ শতাংশ আগুৰি থকা (সাধাৰণ অৱস্থাত) এবিধ আম্লিক গেছ। এটা কাৰ্বন (C) পৰমাণু আৰু দুটা অক্সিজেন (O2) পৰমাণু লগ হৈ এই গেছ গঠন হয়।

এই গেছ জীৱমণ্ডলৰ বাবে অতি প্ৰয়োজন। এই গেছৰ মাধ্যমেৰে উদ্ভিদ আৰু প্ৰাণীৰ মাজৰ এক জৈৱিক সম্পৰ্ক চলি থাকে। উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড (প্ৰাণীৰ দ্বাৰা নিৰ্গত) গ্ৰহণ কৰে আৰু বৰ্জিত দ্ৰব্য হিছাপে অক্সিজেন এৰি দিয়ে (ৰাতিৰ ভাগত)। তদুপৰি কাৰ্বনযুক্ত পদাৰ্থ দহন কৰিলে এই গেছ উৎপন্ন হয়। অগ্নেয়গিৰি উদ্গীৰণ, সামুদ্ৰিক শেলাই, কিছুমান ভেঁকুৰ আৰু সহজিৱই প্ৰাণীৰ পৰাও এই গেছ নিৰ্গত হয়।

এই গেছে ভূ-পৃষ্ঠৰপৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুণ্ডলৰ লগতে ভূ-পৃষ্ঠতো জীৱৰ বাবে উপযুক্ত উত্তাপ বিৰাজ কৰাত সহায় কৰে। অক্সিজেনৰ সৈতে এক নিৰ্দিষ্ট অনুপাত ৰক্ষা কৰি বিভিন্ন অঞ্চলৰ বৰষুণৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ বৃদ্ধিত সহায় কৰে।

Tags:

অক্সিজেনকাৰ্বনপৃথিৱী

🔥 Trending searches on Wiki অসমীয়া:

হাঁচতিৰাজ্যসভাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগঅসমীয়া লিপিৰ বুৰঞ্জীবৰ্মণ ৰাজবংশইউনিক’ডসৌৰজগতবিশেষ শিক্ষালোকবিশ্বাসআলেকজেণ্ডাৰ গ্ৰাহাম বে'লজৱাহৰলাল নেহৰুখনিকৰ (নাট)অনুবাদমেঘালয়নদীপাইক প্ৰথাপঞ্চায়তী ৰাজপাইথেগাৰাছকম্পিউটাৰহয়গ্ৰীৱ মাধৱ মন্দিৰফাকুৱাপুৰুষোত্তম দাসবাল্য বিবাহগোলকীয় উষ্ণতা বৃদ্ধিমৌখিক ইতিহাসঅসমীয়া গীতি সাহিত্যগঙ্গা নদীদক্ষিণপাট সত্ৰপৃথিৱীকবিৰত্ন সৰস্বতীউমাচল শিলালিপিত্ৰিপুৰালিমাৰিক (কবিতা)বৃহস্পতি গ্ৰহএডৱাৰ্ড জেনাৰবানপানীকথা-ভাগৱতবেলি ফুলপুৰাণপ্ৰাকৃতিক সম্পদসতী সাধনীদুৰ্যোগবিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণঅসমৰ শাক-পাচলিৰ তালিকাসপ্তকাণ্ড ৰামায়ণমৌ-মাখিমৃত্যুমহাকাব্যহোমেন বৰগোহাঞিব্ৰহ্মপুত্ৰ উপত্যকানামচিংটুক্ৰেশ্বৰী দেৱালয়এশিঙীয়া গঁড়দেউলযোগাসনবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনএচিদ বৰষুণশ্ৰীকৃষ্ণকীৰ্তনযোৰানামজৈন ধৰ্মজ্যোতিপ্ৰসাদ আগৰৱালাডিব্ৰুগড় জিলাকাকৈজানা সংৰক্ষিত বনাঞ্চলঅৰূপা পটংগীয়া কলিতাফকৰা যোজনামিয়া খলিফাভাৰতীয় জনতা পাৰ্টিবিহুভাস্কৰ (প্ৰথম)ৰুক্মিণী হৰণ নাটৰামধেনু (আলোচনী)মেখেলা চাদৰ🡆 More