আন্তৰ্জাতিক সাক্ষৰতা দিৱস

১৯৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (ইউনেস্কো)-ৱে ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে । ইয়াক ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল । ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰা । প্ৰত্যেক বছৰে আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰ দিনা ইউনেস্কোৱে বিশ্ববাসীক সাক্ষৰতা আৰু প্ৰাপ্তবয়স্ক শিক্ষাৰ কথা মনত পেলাব বিচাৰে । সমগ্ৰ বিশ্বজুৰি এই দিৱস পালন কৰা হয় ।

আন্তৰ্জাতিক সাক্ষৰতা দিৱস
সম্পূৰ্ণ নাম International Literacy Day
পালন কৰে বিশ্বজুৰি
প্ৰকাৰ ৰাষ্ট্ৰসংঘ
তাৰিখ ৮ ছেপ্টেম্বৰ
পৰৱৰ্তী তাৰিখ প্ৰতি বছৰৰ একে তাৰিখে
অৱধি ১ দিন
সংঘটন বাৰ্ষিক

তথ্য সংগ্ৰহ

আন্তজাৰ্তিক সাক্ষৰতা

Tags:

৮ ছেপ্টেম্বৰৰাষ্ট্ৰসংঘৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা

🔥 Trending searches on Wiki অসমীয়া:

স্বৰাজঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাফণী শৰ্মাউত্তৰ-পূব ভাৰতভাষাকলীয়াভোমোৰা সেতুঅসম চাহআৰতি ছাৰিনঅনুৰাধাৰ দেশদেওধনী নৃত্যতথ্যগান্ধীবাদজেৰুজালেমকুমাৰ ভাস্কৰ বৰ্মাহুঁচৰিচিত্ৰ-ভাগৱতঅজন্তা গুহাসমূহপৰিৱেশবাদচ'মাংকানসময়নগাঁও কুইজ ফ'ৰামএচিদ বৰষুণমৌন ওঁঠ মুখৰ হৃদয়অশোক স্তম্ভনাহৰফৰাচী বিপ্লৱৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘঈয়াৰুইঙ্গমশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ব'হাগ বিহুললিত কলা একাডেমীৰাম সৰস্বতীঅসমৰ সাধুকথাবড়ো জনগোষ্ঠীশৰৎচন্দ্ৰ গোস্বামীকপৌ ফুলঅসমৰ সাহিত্যিকসকলৰ তালিকাজিজিয়ানাথ-যোগী সম্প্ৰদায়চৰ্যাপদপৰিৱেশ অধ্যয়নভাৰতৰ সংবিধানহিন্দ স্বৰাজৰোমান সাম্ৰাজ্যজ্যোতিপ্ৰসাদ আগৰৱালাঅনন্ত কন্দলিকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকামৰূপ ৰাজ্যভাৰতীয় ৰিজাৰ্ভ বেংকআবেগডিগবৈ তেল শোধনাগাৰঅতুল চন্দ্ৰ হাজৰিকাচ'তআধুনিকতাবাদপাইক প্ৰথানীতি আয়োগসতীদাহ প্ৰথাজুবিন গাৰ্গবীৰবলকনকলতা বৰুৱামাটিৰ হিচাপইটো সিটো বহুতোহিমা দাসচাণক্যশক্তিৰ সংৰক্ষণশীলতাদৈনিক অসমঅসমীয়া ব্যাকৰণসপ্তকাণ্ড ৰামায়ণবিজ্ঞানসংস্কৃতিজয়মতী কুঁৱৰী (নাটক)যোৰানামপিঠাঅভিধান🡆 More