আন্তৰ্জাতিক মান সংস্থা: আন্তৰ্জাতিক সংস্থা

আন্তৰ্জাতিক মান সংস্থা (ইংৰাজী: International Organization for Standardization চমুকৈ ISO আৰু (ফৰাচী: Organisation internationale de normalisation, ৰুছ: Международная организация по стандартизации, tr.

আন্তৰ্জাতিক মান সংস্থা
Organisation internationale de normalisation
আন্তৰ্জাতিক মান সংস্থা: আন্তৰ্জাতিক সংস্থা
ইংৰাজী ভাষাত আইএচঅ’ৰ প্ৰতীক
প্ৰতিষ্ঠা ২৩ ফেব্ৰুৱাৰী, ১৯৪৭
ধৰণ এন জি অ
উদ্দেশ্য আন্তৰ্জাতিক মান নিৰ্ধাৰণ
প্ৰধান  কাৰ্যালয় জেনেভা, ছুইজাৰলেণ্ড
সদস্যপদ ১৬৫ জন সদস্য
আনুষ্ঠানিক  ভাষা ইংৰাজী, ফৰাছী আৰু ৰুছ
ৱেবছাইট www.iso.org
আন্তৰ্জাতিক মান সংস্থা: আন্তৰ্জাতিক সংস্থা
আন্তৰ্জাতিক মান সংস্থাৰ সদস্যসকল

আন্তৰ্জাতিক মান সংস্থাই নিজকে বেচৰকাৰী প্ৰতিষ্ঠান হিচাপে সংজ্ঞায়িত কৰে, যদিও মান প্ৰণয়ণৰ ক্ষমতা অতি বেছি আৰু ই প্ৰণয়ন কৰা অধিকাংশ মান চুক্তি বা জাতীয় পৰ্যায়ৰ প্ৰতিষ্ঠানৰ মাধ্যমেৰে আইনত পৰিনত হয়। এইকাৰনতে অধিকাংশ বেচৰকাৰী প্ৰতিষ্ঠানৰ তুলনাত আন্তৰ্জাতিক মান সংস্থা অনেকগুণে শক্তিশালী। বাস্তৱত চৰকাৰৰ লগত আন্তৰ্জাতিক মান সংস্থাৰ ঘনিষ্ঠ সম্পৰ্ক থাকে। ২০০৬ চন পৰ্যন্ত আইএচঅ’ৰ সদস্য সংখ্যা আছিল ১৫৮, যিবোৰৰ প্ৰত্যেকেই বিভিন্ন দেশক প্ৰতিনিধিত্ব কৰে।


আন্তৰ্জাতিক মান সংস্থাৰ লগত ইন্টাৰনেশ্যনেল ইলেকট্ৰোটেকনিকেল কমিশ্যনৰ (IEC), ওতঃপ্ৰোত সম্পৰ্ক আছে যিটো ইলেকট্ৰনিক পণ্যৰ মান নিয়ন্ত্ৰণৰ দায়িত্বত আছে। ইয়াৰ মূখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ, জেনেভাত অৱস্থিত।

তথ্যসূত্ৰ

সম্পৰ্কীয় গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাৰুছ ভাষা

🔥 Trending searches on Wiki অসমীয়া:

মহাসাগৰভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যঅসমীয়া ভাষাৰ শব্দসম্ভাৰডিমাছা জনগোষ্ঠীঅসমীয়া যুক্তাক্ষৰসুন্দৰীদিয়া সত্ৰনামনি অসমমৌখিক ইতিহাসবিশ্ব মেলেৰিয়া দিৱসঁ (চন্দ্ৰবিন্দু)লোকাচাৰপৰিসংখ্যাশামুকৰাইমনা ৰাষ্ট্ৰীয় উদ্যানকলাখাৰগড়গাঁওশ্ৰীকৃষ্ণকীৰ্তনৰঘুনাথ চৌধাৰীসমাজবাদইজৰাইলত্ৰিপিটকযুগ্ম সংখ্যাআলেকজেণ্ডাৰ গ্ৰাহাম বে'লঅসমৰ মন্ত্ৰ-সাহিত্যঢোলছুনামিভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাপ্ৰাকৃতিক পৰিৱেশসাধুকথাযোৰহাটআধুনিকতাবাদবেণুধৰ শৰ্মাপাঠ পৰিকল্পনাৰামউৎসৱৰাজিয়া চুলতানাপথেৰ পাঁচালীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলচিলাৰায়শিক্ষাশাল গছবিপন্ন প্ৰজাতিৰঙিয়া ৰেলৱে সংমণ্ডলঅসমৰ সাহিত্যিকসকলৰ তালিকাসংক্ৰমণচ্যু-খ্ৰুং-ফাস্বামী বিবেকানন্দঅস্বাভাৱিক মনোবিজ্ঞানশেৱালি ফুলভাৰতীয় জনতা পাৰ্টিপৰিৱেশ অধ্যয়নহীৰেন ভট্টাচাৰ্যকাৰ্বি জনগোষ্ঠীজেং বিহুবাণিজ্যজল প্ৰদূষণশূন্যমহাদেশকোষ (জীৱবিজ্ঞান)বিশ্ব বৌদ্ধিক সম্পত্তি দিৱসএহাত ডাবাঅৰ্কিডভলিবলবেটুপাতশৰৎচন্দ্ৰ গোস্বামীজাতীয়তাবাদঅৰুণোদইজাতনামঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগকামদেৱধ্যান চান্দঅসমীয়া ভাষা আন্দোলন🡆 More