অৰৰিয়া জিলা: বিহাৰৰ এখন জিলা

87°28′12″E / 26.13°N 87.47°E / 26.13; 87.47

অৰৰিয়া জিলা ভাৰতবিহাৰ ৰাজ্যত অৱস্থিত এখন জিলা। অৰৰিয়া এই জিলাখনৰ সদৰ ঠাই। জিলাখনৰ মাটিকালি ২,৮৩০ বৰ্গ কিলোমিটাৰ। এই জিলা পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত।

অৰৰিয়া জিলা
—  বিহাৰৰ জিলা  —
অৰৰিয়া জিলা: বিহাৰৰ এখন জিলা
বিহাৰ ৰাজ্যত অৰৰিয়া জিলাৰ অৱস্থান
বিহাৰ ৰাজ্যত অৰৰিয়া জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য বিহাৰ
সংমণ্ডল পূৰ্ণিয়া
সদৰ অৰৰিয়া
মাটিকালি
 - মুঠ ২,৮৩০ কি.মি. 
(১,০৯২.৭ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ২৮,১১,৫৬৯ জন
 - জনঘনত্ব ৯৯৩.৫ প্ৰতি বৰ্গ কি.মি. 
(২,৫৭৩.১ প্ৰতি বৰ্গ মাইল)
জনগাঁথনি
 - সাক্ষৰতা 53.53%(2011)
 - লিংগ অনুপাত 100
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
প্ৰধান ঘাইপথ NH 57
ৱেবছাইট araria.bih.nic.in

ইতিহাস

১৯৬৪ চনত অৰৰিয়া পূৰ্ণিয়া জিলাৰ এটা মহকুমাৰূপে গঠিত হয়। ১৯৯০ চনৰ জানুৱাৰী মাহত এই মহকুমাটোক পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত এখন পৃথক জিলাৰূপে স্বীকৃতি দিয়া হয়।

জনগাঁথনি

অৰৰিয়া জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতাংশ
হিন্দু
  
৫৬.৬৮%
মুছলিম
  
৪২.৯৫%
খ্ৰীষ্টান
  
০.১৫%
অন্য
  
০.১৪%
জৈন
  
০.০৭%
শিখ
  
০.০১%
বৌদ্ধ
  
০.০১%

২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৰিয়া জিলাৰ জনসংখ্যা ২,৮১১,৫৬৯জন। ইয়াৰ লিংগ অনুপাত হৈছে ১০০০জন পুৰুষৰ বিপৰীতে ৯২১ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৫৫.১%।

২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৰিয়া জিলাৰ জনসংখ্যাৰ ৪৪.৯০% হিন্দী, ২৮.৭১% উৰ্দু, ২০.৫৭% মৈথিলী, ২.১৭% বঙালী, ২.১০% মাল্টো আৰু ১.০৫% চাঁওতালিভাষী লোক।

তথ্য সংগ্ৰহ

Tags:

ভৌগলিক স্থানাংক পদ্ধতি

🔥 Trending searches on Wiki অসমীয়া:

পাঁচালীজয়মতী (২০০৬ চলচ্চিত্ৰ)ধ্বনিবিজ্ঞানৰূপনাথ ব্ৰহ্মবৰদলৈ ট্ৰফীলক্ষ্মীনাথ বেজবৰুৱাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদানীলমণি ফুকন (জ্যেষ্ঠ)অসমৰ ৰাজ্যপালসকলৰ তালিকাসমাজবাদআজান পীৰফুলগুৰি ধেৱাসাহিত্য সমালোচনাৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯মহাভাৰতভাৰতপালি ভাষাশ্ৰী সূৰ্য পাহাৰপৰিৱেশবাদঅসমৰ নগৰ-মহানগৰসমূহৰ তালিকাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাশক্তিৰ সংৰক্ষণশীলতাকপৌ ফুলসংস্কৃত ভাষাআইনামআকাশী গংগা জলপ্ৰপাতসূৰ্যবসন্ত ঋতুঅসমত দেখা চৰাইবোৰলেখকঅসমৰ পৰম্পৰাগত সাজ- পাৰসাংখ্য দৰ্শনবলসদৌ অসম ছাত্ৰ সন্থাকাঞ্চন (উপন্যাস)শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমীয়া সাহিত্যধাতুযৌতুকচন্দ্ৰকুমাৰ আগৰৱালাপৰিয়ালউত্তৰ-পূব ভাৰতসাত বিহুনাৰীজোনবিৰি (অলংকাৰ)কৰম পূজাঅসমৰ পুৰণি স্থাপত্যবড়োলেণ্ডকাৰেংঘৰ২০২২ ফিফা বিশ্বকাপৰুদ্ৰ কন্দলীচেন্ট্ৰেল বেংক অৱ ইণ্ডিয়ানাহৰউৎসেচকব্যাকৰণমামণি ৰয়ছম গোস্বামীবিহু যোজনা আৰু বিহু নামলোকবিশ্বাসবকুল ফুলৰ দৰেমাঘ বিহুজালিয়ানৱালাবাগৰ হত্যাকাণ্ডদেও লাংখুইগদ্যমে ডাম মে ফিৰাজ্যসভাগণতন্ত্ৰঅম্বিকাগিৰি ৰায়চৌধুৰীফৰাচী বিপ্লৱগঙ্গা নদীশিক্ষাপিয়লি বৰুৱাভটিমাভৰবেগচুতীয়া ৰাজ্য🡆 More