অৰিগামি

অৰিগামি, জাপানৰ (মূল জাপানী শব্দ, 'অৰি', অৰ্থ ভাঁজ কৰা, আৰু 'কামি', অৰ্থ কাগজ) এটা পাৰম্পৰিক কলা, য'ত কাগজ ভাঁজ কৰি বিভিন্ন আকৃতি সজা হয়। সপ্তদশ শতিকাত এই কলাৰ আৰম্ভণি হৈছিল আৰু ১৯০০ চনৰ পাছত ই জাপানৰ বাহিৰতো বিয়পি পৰে। অৰিগামি বৰ্তমানে এটা আধুনিক কলা। এই কলাত মূলতঃ কাগজ ভাঁজ কৰাৰ হে অনুমতি আছে, কাগজ কাটি বা আঠা লগাই সজা আকৃতিক অৰিগামিৰ ভিতৰত ধৰা নহয়।

অৰিগামি
অৰিগামিৰে সজা সাৰেং চৰাই
অৰিগামিৰে সাৰেং চৰাই এটা সজাৰ কৌশল ভিডিঅ'

অৰিগামিত মূলতঃ কেইটামানহে ভাঁজ কৰাৰ বিশেষ পদ্ধতি আছে। একে কেইটা ভাঁজকে বিভিন্ন ধৰণে লগলগাই বিভিন্ন আকৃতি সজা হয়। সাধাৰণতে এখন বৰ্গাকাৰ কাগজৰপৰা প্ৰায়ভাগ অৰিগামি আকৃতিৰ নিৰ্মাণ আৰম্ভ হয়। অৰিগামিৰ বাবে ব্যৱহৃত বিশেষ কাগজৰ এপিঠি ৰঙীন হয় আৰু আনটো ফাল সাধাৰণতে বগা ৰঙৰ হয়।

অৰিগামিৰ কৌশলবিলাক বস্তুবন্ধা, অভিআন্ত্ৰিক গঠন ইত্যাদিতো ব্যৱহাৰ কৰা হয়।

চিত্ৰ

কেইটামান বিভিন্ন ধৰণৰ অৰিগামিৰ চিত্ৰ:

তথ্য সমল

Tags:

কলাকাগজজাপান

🔥 Trending searches on Wiki অসমীয়া:

ৰাতি বিহুচ'তসিন্ধু সভ্যতাভাৰতৰ নিৰ্বাচন আয়োগধ্বনিবিজ্ঞানভূ-বিজ্ঞান১ এপ্ৰিলঅসমৰ নদীসমূহৰ তালিকাচকুকলাপাচন তন্ত্ৰবহনক্ষম উন্নয়নৰ লক্ষ্যহৰি-হৰ যুদ্ধপোৱামক্কাৰাজ্যসভামহো-হো উৎসৱবসন্ত ৰোগবিহুৰ বাদ্যযন্ত্ৰবিহুবাথৌ পূজাইৰাকসংস্কৃত ভাষাঅসমৰ মহকুমাসমূহৰ তালিকাঅন্নপ্ৰাশনলে'ভ লাণ্ডাউসংস্কৃত সাহিত্যআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাশ্ৰীমন্ত শংকৰদেৱৰুক্মিণী হৰণ নাটফুললোকসভাঅভিযন্তাৰুবুল মাউতবাণীকান্ত কাকতিনৱ-বৈষ্ণৱ ধৰ্মমনোমতীসাঁচিগছমাতৃভাষানিৰ্বাচনী বণ্ডভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যভূগোলমৌৰ্য সাম্ৰাজ্যশকুন্তলানগা জনগোষ্ঠীবাঁহীভাৰতৰ জাতীয় পতাকাহেম বৰুৱাসাহিত্য সমালোচনাগদ্যসৰ্বশিক্ষা অভিযানভাৰতীয় শিল্পকলাঅৰ্জুন ভঞ্জনচৰাইউপেন্দ্ৰনাথ গোস্বামীঅসমৰ পৰম্পৰাগত সাজ- পাৰমামণি ৰয়ছম গোস্বামীমহা মৃত্যুঞ্জয় মন্দিৰভাষাবিজ্ঞানপৰিয়ালশিক্ষা মনোবিজ্ঞানভাৰত মহাসাগৰগাঁওবুঢ়া (নাটক)আইন অমান্যতিৱা জনগোষ্ঠীপ্ৰাক্-ছক্ৰেটেছীয় দৰ্শনঅসমৰ ৰাজ্যিক প্ৰতীকসমূহএমাজন (কোম্পানী)জৈৱ বৈচিত্ৰ্যবতাহভাৰতৰ স্বাধীনতা আন্দোলনকৰ'নাভাইৰাছ ৰোগ ২০১৯ৰামায়ণশিৱসাগৰঅশোকৰ অনুশাসনহেমচন্দ্ৰ গোস্বামী🡆 More