ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ইংৰাজী: National Film Awards) ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়। এই বঁটাই পাছলৈ ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সন্মান হিচাপে চিহ্নিত হ’বলৈ আৰম্ভ কৰে।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
বঁটাৰ তথ্য
শ্ৰেণী চলচ্চিত্ৰ
বৰ্ণনা ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ বঁটা
প্ৰতিষ্ঠা ১৯৫৪
অন্তিমবাৰ প্ৰদান ২০১১
প্ৰদানকৰ্তা চলচ্চিত্ৰ মহোৎসৱৰ সঞ্চালক, ভাৰত


২০১২ চনলৈকে বঁটাসমূহ

এই বঁটাসমূহ পূৰ্বৰ বছৰৰ নিৰ্মাণ কৰা মনোনীত চলচ্চিত্ৰ সমূহক নিম্নোক্ত শ্ৰেণীসমূহৰ বাবে প্ৰদান কৰা হয় :

স্বৰ্ণ কমল পদক

ইংৰাজী নাম (Golden Lotus Award)

  • শ্ৰেষ্ঠ মনোনীত চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ পৰিচালনা
  • সামগ্ৰিকভাৱে বিনোদনধৰ্মী জনপ্ৰিয় চলচ্চিত্ৰ

  • শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ
  • নবাগত পৰিচালকৰ বাবে ইণ্ডিৰা গান্ধী বঁটা


লগতে চাওক


তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০১২ চনলৈকে বঁটাসমূহৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লগতে চাওকৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা তথ্যসূত্ৰৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বাহ্যিক সংযোগৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাইংৰাজী ভাষাচলচ্চিত্ৰভাৰতভাৰত চৰকাৰভাৰতীয় চলচ্চিত্ৰ

🔥 Trending searches on Wiki অসমীয়া:

সাত বিহুৰসায়ন বিজ্ঞানলোক-সংগীতইছলামৰঙিয়া ৰেলৱে সংমণ্ডলকম্পিউটাৰঅনুবাদবিল গেট্‌ছগুগলপঞ্চভুজচ'মাংকানভূমিস্খলনকমলাকান্ত ভট্টাচাৰ্য্যৰামগায়ন-বায়নসংক্ৰমণচৰাইদেউ জিলাআলোচনীঅসমৰ পুৰণি স্থাপত্যআৰবী ভাষাউপভাষাহেমকোষদ্বিতীয় বিশ্বযুদ্ধবিহুৰ বাদ্যযন্ত্ৰতোলনি বিয়াশৰাইঘাট দলংঅসমীয়া খাদ্যাভ্যাসইয়াণ্ডাবু সন্ধিভঠেলিমণিৰাম দেৱান (চলচ্চিত্ৰ)বিশেষ শিক্ষাআকাশবাণী গুৱাহাটীবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনউৎপাদন (অৰ্থনীতি)মাধৱী লতাযোগ দৰ্শনসূৰ্যকুমাৰ ভূঞাপাণিনিবৌদ্ধ ধৰ্মপ্ৰতিমা (কাব্য গ্ৰন্থ)জীৱনীমনোমতীপৰিৱেশ তন্ত্ৰহিমন্ত বিশ্ব শৰ্মামৌ-মাখিগান্ধাৰীনিৰ্মলপ্ৰভা বৰদলৈঘিলাধাৰী ঘাটৰ সন্ধিশৰাইঘাটৰ যুদ্ধপাৰিপাৰ্শ্বিক সংঘাতঅসমীয়া উপন্যাসঅসমহনুমানপাইক প্ৰথাজ্যোতিপ্ৰসাদ ৰচনাৱলীহিমাংশু প্ৰসাদ দাসজল প্ৰদূষণযৌগিক সংখ্যানাগৰিকত্ব (সংশোধনী) আইন, ২০১৯নীলমণি ফুকন (কনিষ্ঠ)অসমীয়া গীতি সাহিত্যঅম্বিকাগিৰি ৰায়চৌধুৰীপায়ু সংগমলক্ষ্মীনাথ বেজবৰুৱাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলৰামধেনুমাইলছ ব্ৰনছনদশাৱতাৰখাদ্য সুৰক্ষা🡆 More