হোজাই জিলা: ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা

হোজাই অসমৰ ৩৫খন জিলাৰ ভিতৰত নতুন জিলা। ১৫ আগষ্ট ২০১৫ চনত হোজাই জিলা গঠন কৰা হয়। হোজাই নৱগঠিত হোজাই জিলাৰ সদৰ। নগাঁও জিলাৰ তিনিখন তহচিল হোজাই, ডবকা আৰু লংকাক একত্ৰিত কৰি হোজাই জিলা গঠন কৰা হয়।

হোজাই জিলা
—  অসমৰ জিলা  —
হোজাই জিলা: নামৰ উৎপত্তি, জন গাঁথনি, ৰাজনীতি
অসমত হোজাইৰ অৱস্থান
অসমত হোজাইৰ অৱস্থান
দেশ হোজাই জিলা: নামৰ উৎপত্তি, জন গাঁথনি, ৰাজনীতি ভাৰত
ৰাজ্য অসম
সদৰ হোজাই
মহকুমা
চৰকাৰ
 - লোকসভা সমষ্টি নগাঁও লোকসভা সমষ্টি
 - বিধানসভা সমষ্টি যমুনামুখ, হোজাই, লামডিং
জনসংখ্যা (২০১১)
 - মুঠ ৯,৩১,২১৮ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।

নামৰ উৎপত্তি

মধ্যযুগত হোজাই ডিমাচা-কছাৰী ৰাজ্যৰ অংশ আছিল। আহোম বুৰঞ্জী মতে, ডিমাচা-কছাৰী ৰাজ্য দিখৌ নদীৰ পৰা কলং নদী পৰ্যন্ত বিস্তৃত আছিল। হোজাইত বসবাসকাৰী ডিমাচা-কছাৰী সকল "হোজাই- কছাৰী" নামে জনাজাত আছিল। "হোজাই" ডিমাচা উপজাতিৰ এক বংশ বা গোষ্ঠী সম্ভৱত হোজাই নাম "হোজাই" গোষ্ঠীৰ নামৰ পৰা আহিছে।

জন গাঁথনি

২০১১ চনৰ লোকপিয়ল মতে তিনিটা ৰাজহ চক্ৰ সংলগ্ন নৱগঠিত হোজাই জিলাৰ মুঠ জনসংখ্যা ৯,৩১,২১৮ জন। তাৰে ভিতৰত ৪৯,৯৫৬৫জন মুছলমান আৰু ৪২,৪০৬৫জন হিন্দু। অৰ্থাৎ হোজাই জিলাৰ জনসংখ্যাৰ মুছলমানৰ শতকৰা হাৰ ৫৩.৬৫% আৰু হিন্দুৰ শতকৰা হাৰ ৪৫.৫৩% । ডবকা ৰাজহ চক্ৰৰ মুছলমানৰ জনসংখ্যাৰ শতকৰা হাৰ প্ৰায় ৮৭% । হোজাই জিলাৰ আন দুটা ৰাজহ চক্ৰ হিন্দুপ্ৰধান। ২০০১ চনত বৰ্তমান হোজাই জিলাৰ জনসংখ্যা আছিল ৭৪,৪৭৯১জন; তাৰে ভিতৰত ৩৭,৪২০৫জন মুছলমান আৰু ৩৬,৫১৮০জন হিন্দু। অৰ্থাৎ হোজাই জিলাত হিন্দুৰ জনসংখ্যাৰ হাৰ আছিল ৪৯.০৩% আৰু মুছলমান আছিল ৫০.২৪% । হোজাই জিলাত ২০০১ চনৰ পৰা ২০১১ চনলৈ জনসংখ্যা ২৫.০৩% বৃদ্ধি হৈছে।

তহচিল  অনুযায়ী হোজাই জিলাৰ ধৰ্মীয় তথ্য 
তহচিল সৰ্বমুঠ হিন্দু মুছলমান  হিন্দু % মুছলমান %
হোজাই ২২৮৫৩০ ১৩৫৩৭৭ ৯২৫৯০ ৫৯.২৪% ৪০.৫২%
ডবকা ৩০৩৭৬৭ ৩৭৮৭২ ২৬৫৩৬৬ ১২.৪৭% ৮৭.৩৫%
লংকা ৩৯৮৯২১ ২৫০৮১৬ ১৪১৬০৯ ৬২.৮৭% ৩৫.৫০%
জিলা-২০১১ ৯৩১২১৮ ৪২৪০৬৫ ৪৯৯৫৬৫ ৪৫.৫৩% ৫৩.৬৫%
জিলা-২০০১ ৭৪৪৭৯১ ৩৬৫১৮০ ৩৭৪২০৫ ৪৯.০৩% ৫০.২৪%

ৰাজনীতি

হোজাই জিলাত তিনিখন বিধানসভা সমষ্টি আছে। এই কেইখন হ'ল-

  • যমুনামুখ
  • হোজাই
  • লামডিং

হোজাই জিলা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।

তথ্য সংগ্ৰহ

বহিসংযোগ

Tags:

হোজাই জিলা নামৰ উৎপত্তিহোজাই জিলা জন গাঁথনিহোজাই জিলা ৰাজনীতিহোজাই জিলা তথ্য সংগ্ৰহহোজাই জিলা বহিসংযোগহোজাই জিলাহোজাই

🔥 Trending searches on Wiki অসমীয়া:

মামণি ৰয়ছম গোস্বামীৰ উপন্যাসবিশ্ব বাণিজ্য সংস্থাঅম্বুবাচীব্ৰহ্মপুত্ৰ উপত্যকা৩০ মাৰ্চতোলনি বিয়াপাইথেগাৰাছৰামধেনুবৰপেটানীলমণি ফুকন (কনিষ্ঠ)গণিতঅসমীয়া লোকসাহিত্যহয়গ্ৰীৱ মাধৱ মন্দিৰভূমি প্ৰদূষণঁ (চন্দ্ৰবিন্দু)জন গণ মনচন্দ্ৰপ্ৰভা শইকীয়ানীগুণমালাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)শৰৎচন্দ্ৰ গোস্বামীকামৰূপ ৰাজ্যবৰদলৈ ট্ৰফীঅসমৰ চলচ্চিত্ৰনতুন দিল্লীবুঢ়ী আইৰ সাধুহাজং জনগোষ্ঠীলিংগসপ্তকাণ্ড ৰামায়ণশক্তিৰ সংৰক্ষণশীলতাবাঁহীধেমাজি জিলামোহনদাস কৰমচান্দ গান্ধীপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰস্বদেশী আন্দোলনচৈয়দ আব্দুল মালিকপঞ্জাবী ভাষাভাৰতৰ উচ্চতম ন্যায়ালয়মোধেশ্বৰী মাতাসদৌ অসম ছাত্ৰ সন্থাবাহৰেইনৰ নাৰীসংগীত নাটক একাডেমী বঁটাব্যাকৰণতলাতল ঘৰবগীবিল দলংমহাভাৰতস্বামী বিবেকানন্দতথ্যঅৰ্পণা কোঁৱৰবলঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাধ্ৰুৱবাদঅশোকৰ অনুশাসনলাচিত বৰফুকনভীমৰাও ৰামজী আম্বেদকাৰনামদাঙৰ শিলৰ সাঁকোৰংঘৰভাৰতৰ ৰাষ্ট্ৰপতিসংস্কৃত ভাষালাক্সেমবাৰ্গনতুন শৰাইঘাট দলংকোষ (জীৱবিজ্ঞান)অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলআৰ্যভট্টবিয়া নামকপিলীপৰীয়া সাধুএলক'হলফলঊষাচীনা সাম্যবাদী বিপ্লৱবৰহমথুৰিগুৱাহাটী উচ্চ ন্যায়ালয়ভাৰত ৰত্নফিফা বিশ্বকাপভাৰতত বাল্য বিবাহ🡆 More