গৌৰৱ গগৈ: ভাৰতীয় ৰাজনীতিক

গৌৰৱ গগৈ (ইংৰাজী: Gaurav Gogoi) (জন্ম ৪ ছেপ্তেম্বৰ ১৯৮২) এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমান লোকসভাৰ সাংসদ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য আৰু লোকসভাত অসমৰ কলিয়াবৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।

গৌৰৱ গগৈ
লোকসভাৰ সাংসদ
কলিয়াবৰ (লোকসভা সমষ্টি)
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১ ছেপ্তেম্বৰ ২০১৪
পূৰ্বসূৰী দীপ গগৈ
অসম বিধানসভাৰ বিধায়ক
কলিয়াবৰ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১ ছেপ্তেম্বৰ ২০১৪
পূৰ্বসূৰী দীপ গগৈ
ব্যক্তিগত তথ্য
জন্ম ৪ ছেপ্টেম্বৰ, ১৯৮২ (৪১ বছৰ)
দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী এলিজাবেথ কলবাৰ্ণ গগৈ
মাতৃ ডলি গগৈ
পিতৃ তৰুণ গগৈ
শিক্ষানুষ্ঠান নিউয়ৰ্ক বিশ্ববিদ্যালয়, ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়, দিল্লী
২ জানুৱাৰী, ২০১২-ৰ তথ্য

পৃষ্ঠভূমি

গৌৰৱ গগৈৰ জন্ম হয় ১৯৮২ চনৰ ৪ ছেপ্তেম্বৰত দিল্লীত। তেওঁৰ পিতৃ তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ২০১৬ চনলৈ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শাসনত আছিল। গগৈয়ে দিল্লীৰ ছেন্ট কলম্বাছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ পৰা বি টেক ডিগ্ৰী লাভ কৰিছিল। তাৰ পিছত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা প্ৰশাসনিক শিক্ষা গ্ৰহণ কৰে।

ৰাজনৈতিক জীৱন

গগৈ ২০১৪ চনৰ মাৰ্চত চনত কংগ্ৰেছ দলৰ পৰা মনোনীত হয় কলিয়াবৰ (লোকসভা সমষ্টি)ৰ বাবে। তাৰ পিছত তেওঁ লোকসভা নিৰ্বাচনত সৰ্বমুঠ ৪,৪৩,৩১৫ ভোট লাভ কৰি বিজয়ী হয় আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়।

তথ্য উৎস

Tags:

অসমইংৰাজী ভাষাকলিয়াবৰতৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছলোকসভা

🔥 Trending searches on Wiki অসমীয়া:

বিৰিঞ্চি কুমাৰ বৰুৱাশেলাইমই আৰু নেফামনোবিজ্ঞানসমাজবাদজল সংৰক্ষণজোনাকী (আলোচনী)ৰমন্যাসবাদনেলছন মেণ্ডেলাজৈৱ বৈচিত্ৰ্যমাইলছ ব্ৰনছনকামৰূপ ৰাজ্যভাৰতৰ ৰাষ্ট্ৰপতিপদ্মধৰ চলিহাকালিদাসমৃণাল কলিতাঅসমীয়া যুক্তাক্ষৰহয়গ্ৰীৱ মাধৱ মন্দিৰপৰ্যটনবৃত্তনীলমণি ফুকন (জ্যেষ্ঠ)শৰাইঘাটৰ যুদ্ধপৰিৱেশ অধ্যয়নদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানচ্যু-খ্ৰুং-ফাঅসমৰ জনগোষ্ঠীগাঁও পঞ্চায়তঘৰইন্দিৰা মিৰিসিন্ধু সভ্যতাপূৰ্ণ স্বৰাজসাপকিতাপবাগ্‌ধ্বনিচৈয়দ আব্দুল মালিক২৫ এপ্ৰিলউইলিয়াম শ্বেইকছপীয়েৰইষ্ট ইণ্ডিয়া কোম্পানীযক্ষ্মাকছাৰী ৰাজ্যজয়মতী কুঁৱৰীছ'ভিয়েট সংঘঅসমৰ পৰম্পৰাগত খেল-ধেমালিবিহুৰ বাদ্যযন্ত্ৰতৎসমভাষাজেং বিহুমূৰাৰা, ৰঙিয়াবাল্য বিবাহঢ়কীৰ্তন ঘোষা সংকলনআওৰাবিষুৱ ৰেখামোগল সাম্ৰাজ্যপ্ৰাক-ইতিহাসমহেশ্বৰ নেওগঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাকলাখাৰশ্বিলংপৰিৱেশ বিজ্ঞানউগ্ৰতাৰা দেৱালয়বাঁহীৰুদ্ৰেশ্বৰ দেৱালয়অংকনিৰ্মলপ্ৰভা বৰদলৈসাত বিহুৰঙিয়া ৰেলৱে সংমণ্ডলযোগেশ দাসলীলা গগৈবিষ্ণুপ্ৰসাদ ৰাভাচামেলি মেমচা'বতেজ🡆 More