কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান

কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান হৈছে অসমত অৱস্থিত ভাৰতৰ সৰ্ববৃহৎ অৰ্কিড উদ্যান। গোলাঘাট জিলাৰ দুৰ্গাপুৰ গাঁৱত প্ৰায় ৬ একৰ এলেকাত বিস্তৃত উদ্যানখনে কাজিৰঙাৰ গৌৰৱ বহুগুণে বৃদ্ধি কৰিছে। উদ্যানখনত ৫০০ বিধ বনৰীয়া অৰ্কিড, ১৩২ টা প্ৰজাতিৰ টেঙা ফল আৰু শাক পাচলি, ৪৬ বিধ বাঁহ, ১২টা প্ৰজাতিৰ বেত আৰু আন বহুতো উদ্ভিদৰ লগতে বিভিন্ন প্ৰজাতিৰ স্থানীয় মাছ আছে।

অৰ্কিড

কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান 
উদ্যান খনত থকা অৰ্কিডৰ ছবি

পৃথিৱীত প্ৰায় ৩৫০০০ প্ৰকাৰৰ অৰ্কিড আছে ; যাৰ ভিতৰত ভাৰতত প্ৰায় ১৩১৪ টা প্ৰকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্ৰায় ৮৫০টা প্ৰকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্ৰজাতি পোৱা যায়। পৃথিৱীত প্ৰায় ৩৫০০০ প্ৰকাৰৰ অৰ্কিড আছে ; যাৰ ভিতৰত ভাৰতত প্ৰায় ১৩১৪ টা প্ৰকাৰ পোৱা যায় আৰু উত্তৰ-পূব ভাৰতত প্ৰায় ৮৫০টা প্ৰকাৰ পোৱা যায় আৰু কেৱল অসমত ৪০২ টা প্ৰজাতি পোৱা যায়। কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান হৈছে উত্তৰ-পূব ভাৰত অঞ্চলৰ পৰা সংগ্ৰহ কৰা ৬০০ তকৈও অধিক প্ৰজাতিৰ বন্য অৰ্কিডৰ বাসস্থান। দৰ্শনাৰ্থীসকলক প্ৰকৃতিৰ ওচৰলৈ লৈ যাবলৈ প্ৰাকৃতিক পৰিৱেশ প্ৰদান কৰাৰ বাবে এই ধুনীয়া অৰ্কিড সমূহ বন্য অৱস্থাৰ মাজত ৰখা হৈছে।

ধানৰ সংগ্ৰহালয়

কাজিৰঙা অৰ্কিড পাৰ্কত বিশেষজ্ঞৰ দলে চাউলৰ স্থানীয় নমুনা সংগ্ৰহ কৰিছে। তেওঁলোকে নমুনা সমূহৰ ইতিহাস সংগ্ৰহ কৰে আৰু ভাৰতৰ উত্তৰ-পূব অঞ্চলত খেতি কৰা ২০০ তকৈও অধিক প্ৰকাৰৰ চাউলৰ ভঁৰাল পৰিকল্পিতভাৱে নিৰ্মাণ কৰিছে।

মাছ সংৰক্ষণ

অসমৰ জাতীয় ঐতিহ্যৰ এটা অংশ মাছ বিভিন্ন কাৰণত নদী, বিল আৰু পুখুৰীৰ পৰা দ্ৰুতগতিত নাইকিয়া হৈ আহিছে। পৰীক্ষামূলকভাৱে কাজিৰঙা অৰ্কিড পাৰ্কৰ বিশেষজ্ঞৰ দলে কাজিৰঙা অৰ্কিড পাৰ্কৰ ভিতৰত থকা দুটা পুখুৰীত মাছৰ থলুৱা প্ৰজাতি সংগ্ৰহ আৰু বাছনি কৰিছিল আৰু সংৰক্ষণ কৰিছিল। উদ্যানখনত নৌকাবিহাৰৰ সুবিধাও উপলব্ধ।

লোক সংস্কৃতি অনুশীলন

কাজিৰঙা অৰ্কিড উদ্যানখনত অসমৰ স্থানীয় সংস্কৃতিৰ প্ৰচাৰৰ বাবে এটা কেন্দ্ৰও আছে। এই কলা সমূহ নিয়মীয়াকৈ আহি থকা পৰ্যটকসকলক দেখুওৱা হয়। কাজিৰঙা অৰ্কিড উদ্যানলৈ যোৱা পৰ্যটকসকলেও উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত খাদ্যৰ সোৱাদ লোৱাৰো সুযোগ পায়।

তথ্য উৎস

Tags:

কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান অৰ্কিডকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান ধানৰ সংগ্ৰহালয়কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান মাছ সংৰক্ষণকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান লোক সংস্কৃতি অনুশীলনকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যান তথ্য উৎসকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানঅসমঅৰ্কিডগোলাঘাট

🔥 Trending searches on Wiki অসমীয়া:

বিজ্ঞাপনকুলিশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহহিন্দু ধৰ্মমৰুদ্যানঅসমৰ মাছ ধৰা সঁজুলিহেম সৰস্বতীচৰ্যাপদআউনীআটী সত্ৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাগমধৰ কোঁৱৰ২৩ এপ্ৰিলথমাছ আলভা এডিচনপদ্মনাথ গোহাঞি বৰুৱাভাৰতৰ সংৰক্ষণ ব্যৱস্থাকছাৰী ৰাজ্যহেমচন্দ্ৰ গোস্বামীশাল গছপৰিৱেশ অধ্যয়নম'হৰ শিঙৰ পেঁপাশব্দ প্ৰদূষণযুগ্ম সংখ্যাদাঁতপৰিস্থিতি বিজ্ঞানসংশয় ব্যৱস্থাপনাকৰ'নাভাইৰাছ ৰোগ ২০১৯নেতাই ধুবুনী ঘাটপাৰিপাৰ্শ্বিক সংঘাতব’হাগঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসমৰ তেল শোধনাগাৰগোলাঘাট জিলাবাগ্‌ধ্বনিৰাজনীতিছ'ভিয়েট সংঘহনুমানঅসমৰ জাতীয় গীতসৌৰভ কুমাৰ চলিহাব্যৱস্থাপনাসমোচ্চাৰিত শব্দচামেলি মেমচা'বঅৰুণ শৰ্মাগোৱালপৰীয়া লোকগীতভূপেন হাজৰিকাৰ সাহিত্যশৰাইঘাটৰ যুদ্ধঅসমত দেখা পোৱা সাপবোৰৰুবুল মাউতআমেৰিকা যুক্তৰাষ্ট্ৰৰজনীগন্ধাদিখৌ নদীপাচনপদুমতথ্য প্ৰযুক্তিঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিগড়মূৰ সত্ৰজণ্ডিছদূৰদৰ্শন (চেনেল)অসমৰ ৰাজ্যপালসকলৰ তালিকাৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসমৌ-মাখিচৰকাৰঅসমীয়া যুক্তাক্ষৰগুৱাহাটী (লোকসভা সমষ্টি)আৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটামৃত্যুঞ্জয়কলাহলায়ুধজুবিন গাৰ্গঅন্নপ্ৰাশনবিচূৰ্ণীভৱনপিঠাজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ৰবীন্দ্ৰনাথ ঠাকুৰ🡆 More