য়াহু!

য়াহু! এক ৱে'ব সেৱা প্ৰদানকাৰী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্নিয়াৰ চানীভেইলত অৱস্থিত। ই অ'থ ইন্‌ক'ৰ্প'ৰেচনৰ জৰিয়তে ভেৰিজ'ন কমিউনিকেচন্‌ছৰ মালিকানাধীন। মূল য়াহু! কোম্পানীটো জেৰী য়াং আৰু ডেভিদ ফিল'ই ১৯৯৪ চনত খুলিছিল আৰু ১৯৯৫ চনৰ ২ মাৰ্চত কাম আৰম্ভ হৈছিল। ১৯৯০ দশকৰ প্ৰাথমিক ইণ্টাৰনেট যুগত য়াহুৱে এক অগ্ৰণী ভূমিকা পালন কৰিছিল।

য়াহু! (Yahoo!)
Wiki অসমীয়াWikipedia logo soft2i
ইউ আৰ এল yahoo.com
প্ৰকাৰ ৱে'ব প'ৰ্টেল
পঞ্জীয়ন বৈকল্পিক
ভাষা es-us
স্বত্বাধিকাৰী ভেৰিজ'ন
প্ৰতিস্থাপক
  • জেৰী য়াং
  • ডেভিড ফিল'
স্থাপিত জানুৱাৰী ১৯৯৪; ৩০ বছৰ  আগতে (1994-01)
কৰ্মক্ষেত্ৰ Worldwide
কৰ্মচাৰীৰ সংখ্যা 8,600 (March 2017)
ৰাজহ $5.17 billion
এলেক্সা স্থান steady 6 (Global, January 2018)
বৰ্তমান স্থিতি সক্ৰিয়

য়াহু ৱে'ব প'ৰ্টেল, চাৰ্ছ ইঞ্জিন আৰু আন সেৱা যেনে য়াহু! ডিৰেক্টৰী, য়াহু! মেইল, য়াহু! নিউজ, য়াহু! ফাইনান্স, য়াহু! গ্ৰুপ্‌ছ, য়াহু! এন্সাৰ্ছ, বিজ্ঞাপন, অনলাইন মেপিং, ভিডিঅ' শ্বেয়াৰিং আৰু ইয়াৰ ছ'ছিয়েল মিডিয়া ৱে'বছাইটৰ বাবে জনাজাত আছিল। এটা সময়ত ই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় ছাইটসমূহৰ এটা আছিল। তৃতীয় পক্ষৰ ৱে'ব এনালাইটিক ছাইট এলেক্সা আৰু ছিমিলাৰৱে'বৰ মতে প্ৰতি মাহে ৭০০ কোটিতকৈও অধিক পৃষ্ঠা দৰ্শনেৰে ২০১৬ চনত য়াহু! বিশ্বৰ সকলোতকৈ বেছি পঢ়া বাতৰি আৰু মিডিয়া ৱে'বছাইট আৰু ষষ্ঠ জনপ্ৰিয় ৱে'বছাইট আছিল।

২০০০ চনমানৰ পৰা য়াহু!ৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ ধৰে। ২০১৭ চনত ভেৰিজ'ন কমিউনিকেচন্‌ছে য়াহুৰ বেছিভাগ ইণ্টাৰনে'ট ব্যৱসায় ৪৪৮ কোটি ডলাৰত কিনি লয়। আলিবাবা গোট আৰু যাহু! জাপানৰ নিকিনা অংশ য়াহুৰ উত্তৰসূৰী কোম্পানী Altaba-ৰ হাতলৈ যায়।

তথ্যসূত্ৰ

Tags:

ইণ্টাৰনেট

🔥 Trending searches on Wiki অসমীয়া:

আহোম জনগোষ্ঠীক্ৰিকেটছ'ভিয়েট সংঘমৃণাল কলিতাবায়ু প্ৰদূষণৰজনীকান্ত বৰদলৈউপভাষাযোগেশ দাসজল প্ৰদূষণঅৰুণোদইঅসমীয়া ভাষাৰ শব্দসম্ভাৰঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবিয়া নামআনন্দৰাম বৰুৱাবড়ো ভাষাজাভাঅযোধ্যা (পৌৰাণিক নগৰ)শব্দ প্ৰদূষণআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাকলিতা জনগোষ্ঠীপৰিমেয় সংখ্যাকাৰ্বি জনগোষ্ঠীচাচনি মেৰবিললিংগ (জৈৱিক)ব্ৰহ্মপুত্ৰ উপত্যকাপ্ৰাক-ইতিহাসইন্দিৰা মিৰিদশৰথবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমহেশ্বৰ নেওগভাৰত-ইউৰোপীয় ভাষা পৰিয়ালবহনক্ষম উন্নয়নৰ লক্ষ্যগড়গাঁওব'হাগ বিহুআহোম বিবাহ পৰম্পৰাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাযতি-চিনজামুগুৰিহাটক্ষডিমাছা জনগোষ্ঠীচক্ৰধ্বজ সিংহ (নাটক)কুলিপাতকীৰ্তন-ঘোষাবাজেটলক্ষ্মীনন্দন বৰাসন্ধিব-দ্বীপভাৰতীয় জাতীয় কংগ্ৰেছঅভিযাত্ৰীচৰিত পুথিবাৰ ভূঞাসন্ধ্যাৰাগ (চলচ্চিত্ৰ)উদ্ভিদচাহৰজনীগন্ধাঅসম চাহপৰিস্থিতি বিজ্ঞানমানৱ উন্নয়ন সূচকসংঘাতব’হাগঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাশিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহকনকলতা বৰুৱাধতুৰাবাল্মীকিতোলনি বিয়াদেউৰী জনগোষ্ঠীউদয় শংকৰআহোম ৰাজ্যঅসম সাহিত্য সভাভাৰত ৰত্ন🡆 More