শালস্তম্ভ ৰাজবংশ

শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে। তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে। এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ একৈশজন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক ম্লেছৰাজ বোলা হৈছে। ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক। কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল। এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল।

কামৰূপ ৰাজ্য
শালস্তম্ভ বংশ
শালস্তম্ভ ৰাজবংশ
৬৫০ খ্ৰীষ্টাব্দ–৯৯০ খ্ৰীষ্টাব্দ শালস্তম্ভ ৰাজবংশ
ৰাজধানী হাৰুপেশ্বৰ (বৰ্তমানৰ তেজপুৰৰ ওচৰত)
ধৰ্ম হিন্দু ধৰ্ম
চৰকাৰ Monarchy
মহাৰাজধিৰাজ
 - ৬৫০ – ৬৭৫ খ্ৰীষ্টাব্দ শালস্তম্ভ
 - ৮১৫ – ৮৩৫ খ্ৰীষ্টাব্দ হজ্জৰবৰ্মা
 - ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ ত্যাগসিংহ
ইতিহাস
 - স্থাপিত ৬৫০ খ্ৰীষ্টাব্দ
 - পতন ৯৯০ খ্ৰীষ্টাব্দ
Warning: Value specified for "continent" does not comply

কিছুমান বুৰঞ্জীবিদৰ মতে, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালে এওঁলোকক দক্ষিণ আৰু পূব দিশে খেদি পঠিয়ায়। পাছত এই বংশৰ কোনো লোকে পূবে শদিয়াচুতীয়া ৰাজ্য আৰু দক্ষিণে ডিমাপুৰত কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।

ৰজাসকল

ক্ৰম ৰজা কাৰ্য্যকাল
শালস্তম্ভ ৬৫০ – ৬৭০ খ্ৰীষ্টাব্দ
বিজয় বা বিগ্ৰহ স্তম্ভ
হৰ্ষদেৱ বা হৰ্ষবৰ্মন ৭২৫ – ৭৪৫ খ্ৰীষ্টাব্দ
বলবৰ্মন
প্ৰালম্ভ বা শালম্ভ
হৰ্জৰবৰ্মন ৮১৫ – ৮৩২ খ্ৰীষ্টাব্দ
বনমাল বৰ্মাদেৱ ৮৩২ – ৮৫৫ খ্ৰীষ্টাব্দ
জয়মালা বা বীৰ বাহু ৮৫৫ - ৮৬০ খ্ৰীষ্টাব্দ
বলবৰ্মন (তৃতীয়) ৮৬০ - ৮৮০ খ্ৰীষ্টাব্দ
১০ ত্যাগসিংহ ৯৭০ - ৯৯০ খ্ৰীষ্টাব্দ

পতন

শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পায়।

তথ্য সংগ্ৰহ

গ্ৰন্থ সংযোগ

Tags:

শালস্তম্ভ ৰাজবংশ ৰজাসকলশালস্তম্ভ ৰাজবংশ পতনশালস্তম্ভ ৰাজবংশ তথ্য সংগ্ৰহশালস্তম্ভ ৰাজবংশ গ্ৰন্থ সংযোগশালস্তম্ভ ৰাজবংশতেজপুৰভগদত্তৱিকিপিডিয়া:উদ্ধৃতিৰ প্ৰয়োজন

🔥 Trending searches on Wiki অসমীয়া:

তগৰৱিকিপিডিয়ালক্ষ্মীধৰ শৰ্মাঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫শব্দ (অভিধান)বৈচাগুশ্ৰী সূৰ্য পাহাৰলখিমপুৰ জিলালাচিত বৰফুকনঅসমৰ মহকুমাসমূহৰ তালিকামামণি ৰয়ছম গোস্বামীমৌখিক ইতিহাসআয়ুৰ্বেদবেক্টেৰিয়াঅসমীয়া সাহিত্যকছাৰী ৰাজ্যবংগ বিভাজন (১৯০৫)মণিৰাম দেৱান (চলচ্চিত্ৰ)জীৱনৰ বাটতঅৰ্কিডমূৰাৰা, ৰঙিয়াসংঘাতশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ভাষাবিজ্ঞানধুবুৰী (লোকসভা সমষ্টি)বিষ্ণুপ্ৰসাদ ৰাভালীলা গগৈপ্লেটোগণতন্ত্ৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগসোৱণশিৰি নদীঋকবেদশব্দ প্ৰদূষণচৰাইদেউ জিলাদৈনিক বাতৰিপ্ৰাকৃতিক সম্পদঅসমীয়া খাদ্যাভ্যাসসংগীতশিশু সাহিত্যযতীন বৰাইণ্টাৰনেটপাইথেগাৰাছনিৰ্মলপ্ৰভা বৰদলৈছক্ৰেটিছঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদতৎসমআফগানিস্তানবিল গেট্‌ছডিমাছা জনগোষ্ঠীকমলাকান্ত ভট্টাচাৰ্য্যজীৱজেং বিহুতলাতল ঘৰমহাসাগৰআৱাহন (আলোচনী)বিহুৰ সাজ-পোচাক আৰু অলংকাৰবানপানীচন্দ্ৰকুমাৰ আগৰৱালাবিবাহহিউমাছসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাকোষ (জীৱবিজ্ঞান)অসমীয়া জাতিপৰিৱেশ বিজ্ঞানঅণুবীক্ষণ যন্ত্ৰকৰউইলিয়াম শ্বেইকছপীয়েৰ🡆 More