মিৰ: মহাকাশ কেন্দ্ৰ

মিৰ (ৰুছ: Мир, IPA: ; lit. peace or world) আছিল ১৯৮৬ চনৰ পৰা ২০০১ চনলৈকে মহাকাশত থকা মহাকাশ কেন্দ্ৰ। ইয়াক প্ৰথমে ছোভিয়েট ইউনিয়ন আৰু পাছত ৰাছিয়াই পৰিচালনা কৰিছিল। মিৰ আছিল প্ৰথম ম'জুলাৰ মহাকাশ কেন্দ্ৰ আৰু ইয়াক মহাকাশত যোৰা লগাই বনোৱা হৈছিলে ১৯৮৬ ৰ পৰা ১৯৯৬ চনৰ ভিতৰত। এটা সময়ত ই পৃথিৱীৰ কক্ষপথত থকা সকলোতকৈ ডাঙৰ কৃত্ৰিম উপগ্ৰহ আছিল। মহাকাশ কেন্দ্ৰটোত সূক্ষ্ম মধ্যাকৰ্ষণ সম্পৰ্কীয় গৱেষণাগাৰ আছিলে য'ত জীৱ-বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মহাকাশযান ইত্যাদি গৱেষণা কৰা হৈছিল। এইবোৰৰ মূল উদ্দেশ্য আছিলে মহাকাশত মানুহৰ স্থায়ী বসতি। মিৰ আছিল প্ৰথম দীৰ্ঘদিন ধৰি মহাকাশত থকা বাসোপযোগী গৱেকষণা-কেন্দ্ৰ। ই ৩৬৪৪ দিন ধৰি মানুহ থকাৰ এক ৰেকৰ্ড কৰিছিল; আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰই ২৩ অক্টোবৰ ২০১০ চনত এই ৰেকৰ্ড ভঙ্গ কৰে। ইয়াৰ আৰু এটা বেলেগ ৰেকৰ্ডো আছে। ভালেৰী পলিক'ভে ইয়াত ১৯৯৪ ৰ পৰা ১৯৯৫লৈকে ৪৩৭ দিন ১৮ঘণ্টা থাকি দীৰ্ঘসময়ৰ এককভাৱে মানুহৰ মহাকাশ উৰণৰ ৰেকৰ্ড স্থাপন কৰিছিল। মিৰে মুঠ জীৱন কাল ১৫ বছৰৰ ১২ বছৰ মহাকাশত আছিল। ই আছিল ইয়াৰ নিৰ্ধাৰিত সময় কালতকৈ তিনিগুণ অধিক সময়।

মিৰ: মহাকাশ কেন্দ্ৰ
মিৰৰ আলোকচিত্ৰ

সৃষ্টি

মিৰ অ'ৰবিটেল কম্‌প্লেক্সৰ কাম ১৯৭৬ চনত আৰম্ভ হয় য'ত ২৮০টা অনুষ্ঠান আৰু ২০ বিভিন্ন ছোভিয়েট মন্ত্ৰালয়ে ভাগ লৈছিল। ২০ ফেব্ৰুৱাৰী ১৯৮৬চনত ইউ আৰ-৫০০কে (প্ৰট'ন) ৰকেট উৎক্ষেপকে মিৰ নামৰ ক'ৰ ম'জুলটো (ইংৰাজী: Module) উৎক্ষেপন কৰে। ছোভিয়েট বাতৰি তথ্যমতে ম'জুলটোত ৬টা ডকিং প'ট আছিল।

তথ্য সংগ্ৰহ

Tags:

en:Help:IPA/Russianৰুছ ভাষা

🔥 Trending searches on Wiki অসমীয়া:

দৌল গোবিন্দ মন্দিৰঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাগণৰাজ্য দিৱস (ভাৰত)জ্যোতিপ্ৰসাদ ৰচনাৱলীনৰকাসুৰকীৰ্তন ঘোষা সংকলনআহোম-মোগলৰ সংঘৰ্ষঅৰ্থনীতিবড়ো ভাষাডিগবৈগ্ৰহবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনতেজপুৰপৰ্যটনকনকলতা বৰুৱাঅসমৰ সত্ৰসমূহৰ তালিকাভাৰত-আৰ্য ভাষা পৰিয়ালতাল (বাদ্যযন্ত্ৰ)কেঁচুসাৰস্বদেশী আন্দোলনআলি আঃয়ে লৃগাংঅনুবাদবনঘোষাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ত্ৰিপিটকগোৱালপৰীয়া লোকগীতপৰ্যাবৃত্ত তালিকাত্ৰিভুজপথেৰ পাঁচালীবহনক্ষম ভূমি ব্যৱস্থাপনাখ্ৰীষ্টান ধৰ্মঅসমীয়া সাহিত্যগোলাঘাট জিলাঅসম বিধানসভামহেশ্বৰ নেওগবৈচাগুশোণিতপুৰ জিলালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীঅসমীয়া জাতিপদুমকেশৱ মহন্তঅসমৰ বনৌষধিসংযুক্ত মুক্তি বাহিনী, অসমকাৰেঙৰ লিগিৰীপৃথিৱীভাৰতীয় সাহিত্যপৰিয়ালযতীন্দ্ৰ নাথ দুৱৰাব্যৱস্থাপনাছুনামিচৰিত পুথিমাৰ্ঘেৰিটা মহকুমামোৱামৰীয়া বিদ্ৰোহপিম্পৰা গুচোৱাকৃষ্ণকান্ত সন্দিকৈবিশ্ব মেলেৰিয়া দিৱসচুটিগল্পনেতাই ধুবুনী ঘাটমাটিৰসায়ন বিজ্ঞানঅসমীয়া ভাষাৰ শব্দসম্ভাৰহয়গ্ৰীৱ মাধৱ মন্দিৰশ্ৰী সূৰ্য পাহাৰগোলকীকৰণস্বৰাজপালি ভাষাকিতাপআধা লেখা দস্তাবেজঅযোধ্যা (পৌৰাণিক নগৰ)কৰ্কট ক্ৰান্তি🡆 More