মানৱজাতিৰ ইতিহাস

বিশ্বৰ ইতিহাস হৈছে পৃথিৱী নামৰ গ্ৰহত বসবাস কৰা মানৱজাতিৰ ইতিহাস, গ্ৰহ হিচাপে পৃথিৱীৰ ইতিহাস নহয়। মানুহৰ ইতিহাস মূলত প্ৰস্তৰ যুগৰ পৃথিৱীৰ সময়ৰ পৰা আৰম্ভ হয়। আদিম যুগৰ পৰা প্ৰাপ্ত সকলো প্ৰত্নতাত্ত্বিক আৰু লিখিত ইতিহাসৰ আওতাভুক্ত। যদিও লিখন পদ্ধতি আবিষ্কাৰৰ আগতেই সভ্যতাৰ নিদৰ্শন পোৱা গৈছে, তথাপি লিখন পদ্ধতিৰ আবিষ্কাৰৰ মাধ্যমেৰেই প্ৰাচীন প্ৰামাণ্য ইতিহাসৰ আৰম্ভ হয়।। পস্তৰ যুগৰ পৰা প্ৰাক ঐতিহাসিক যুগৰ সূচনা ঘটে। তাৰ পিছত মানৱ সভ্যতা নৱপ্ৰস্তৰ যুগত প্ৰৱেশ কৰে আৰু শিল্প বিপ্লৱৰ সূচনা ঘটে। নৱপ্ৰস্তৰ যুগৰ বিপ্লৱে উদ্ভিদ আৰু পশুৰ গৃহপালন আৰু উন্নত কৃষিপদ্ধতিৰ আবিস্কাৰ মানৱ সভ্যতাৰ এক অনন্য নিদৰ্শন ৰূপে চিহ্নিত। কৃষিৰ উন্নয়নৰ লগে লগে মানুহে অঘৰী জীৱন ত্যাগ কৰি স্থায়ীভাবে বসবাস কৰিবলৈ লয়। তথাপি বহু সমাজত অঘৰী জীৱনব্যৱস্থা বৰ্তী থাকে, বিশেষকৈ ভৌগোলিকভাবে বিচ্ছিন্ন আৰু আবাদযোগ্য উদ্ভিদ প্ৰজাতিৰ অভাৱ থকা অঞ্চলবোৰত। কৃষি পৰা প্ৰাপ্ত খাদ্য নিৰাপত্তা আৰু অধিক উৎপাদনৰ ফল মানৱ গোষ্ঠীবোৰৰ আকাৰ ধীৰে ধীৰে বৃদ্ধি পায় আৰু ডাঙৰ সামাজিক প্ৰতিষ্ঠানৰ জন্ম দিয়ে। যোগাযোগ ব্যবস্থাৰ উন্নয়নেও এইক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।

মানৱজাতিৰ ইতিহাস
ইতিহাসৰ তিনি প্ৰতীক: বালিঘড়ী, কিতাপ আৰু মানচিত্ৰ

তথ্য সংগ্ৰহ

Tags:

ইতিহাসগ্ৰহনৱপ্ৰস্তৰ যুগপৃথিৱীপৃথিৱীৰ ইতিহাসপ্ৰস্তৰ যুগপ্ৰাক-ইতিহাসশিল্প বিপ্লৱ

🔥 Trending searches on Wiki অসমীয়া:

উদাৰনৈতিকতাবাদবহুকোষী জীৱপৰ্যাবৃত্ত তালিকাশিৱসাগৰঅস্বাভাৱিক মনোবিজ্ঞানৰাজনৈতিক দলবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনশিশু সাহিত্যঅসম আন্দোলনব্ৰহ্মগুপ্তশকুন্তলাপুঁজিবাদপতঞ্জলিৰ যোগসূত্ৰকলাহিমাংশু প্ৰসাদ দাসবিহু নৃত্যপদ্মধৰ চলিহাধ্যান চান্দমৌ-মাখিনগাঁও জিলাকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলবিহুৰ বাদ্যযন্ত্ৰবিশ্ব মেলেৰিয়া দিৱসভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকামোৰ জীৱন সোঁৱৰণগৱেষণাভাষাবিজ্ঞানউদ্ভিদগোলকীকৰণনৱ-বৈষ্ণৱ ধৰ্মআহোম জনগোষ্ঠীঁ (চন্দ্ৰবিন্দু)কৃষ্ণকান্ত সন্দিকৈইয়াণ্ডাবু সন্ধিহেমচন্দ্ৰ গোস্বামীগৌতম বুদ্ধকথা কবিতাঅসমীয়া শিশু আলোচনীসমূহৰ তালিকাঅসমৰ তেল শোধনাগাৰবিহুপদ (ব্যাকৰণ)ভাৰতৰ সংৰক্ষণ ব্যৱস্থাচিলাৰায়অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাযোগেশ দাসসমাজবাদআকাশবাণী গুৱাহাটীচ'মাংকানপাইথেগাৰাছশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘদৰ্শনআলেকজেণ্ডাৰলভিতাপ্ৰদূষণৱিকিপিডিয়ামদন কামদেৱ দেৱালয়ভঠেলিভাৰতৰ ইতিহাসকবিতামৈদামউপভাষাশ্ৰীমন্ত শংকৰদেৱপথৰুঘাটৰ ৰণৰেখাবৃত্তযৌগিক সংখ্যাসংখ্যাৰ প্ৰকাৰসমূহৰ তালিকাঅনুবাদব্ৰহ্মপুত্ৰ উপত্যকাএৰিষ্ট'টলআপংম'হৰ শিঙৰ পেঁপাএহাত ডাবাপৰিমেয় সংখ্যাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকা🡆 More