ভ্ৰান্তি

যিবোৰ কূট গণিতৰ ভুল প্ৰয়োগ বা ভুল যুক্তিৰ বাবে হয়, সেইবোৰক কূট বুলি নকৈ ভ্ৰান্তি বা বিভ্ৰাট বা ফেলাচী (ইংৰাজী: Fallacy) বুলি কোৱা হয়। ভ্ৰান্তিবোৰ সৃষ্টি হয় আপাততঃ যুক্তিযুক্ত যেন লগা কিছুমান ভুল ব্যাখ্যাৰ পৰা। তৰ্কশাস্ত্ৰ আৰু ব্যাখ্যানত ভ্ৰান্তি বা বিভ্ৰাট হৈছে এক অশুদ্ধ তৰ্ক (argument) যাৰ প্ৰয়োগৰ পৰিণাম যুক্তিৰ মান্যতাহীনতা, নিষ্ফলতা আৰু অসাৰতা। যুক্তি-বিভ্ৰাট দুই ধৰণে হ’ব পাৰে – বিযুক্তি (formal fallacies) আৰু অত্যুক্তি (informal fallacies) অথবা বক্তব্যৰ সামঞ্জস্যহীনতা।

বিযুক্তি সমূহ

  • উপস্থাপনৰ বিভ্ৰাট (Propositional fallacies)
  • আংকিক মানজনীত বিভ্ৰাট (en:Quantification fallacies)
    • চিৰন্তন অস্তিত্বমানক বিভ্ৰাট (Existential fallacy)
  • সমত্বমানক বিভ্ৰাট (en:Formal syllogistic fallacies)
  • অনিশ্চয়তাৰ প্ৰত্যাহ্বান ( এইটোৱেই হব লাগে কিয়নো এইটো হব পাৰে যেন লাগে ) Appeal to probability
  • বিভ্ৰাট ভিত্তিক তৰ্ক Argument from fallacy
  • আধাৰ হাৰ সম্পৰ্কীয় বিভ্ৰাট Base rate fallacy
  • সংযুক্তিৰ ফলত সৃষ্ট বিভ্ৰাট Conjunction fallacy
  • মুখাধাৰী ব্যক্তি সম্পৰ্কীয় বিভ্ৰাট Masked man fallacy (illicit substitution of identicals)

অনুমানতান্ত্ৰিক বিভ্ৰাটসমূহ

Syllogistic fallacies

কথাৰ খেলিমেলি বা বক্তব্যৰ সামঞ্জস্যহীনতা

অনাহক একাকাৰসমূহ

চালে বেৰে কোবোৱা অপলাপসমূহ

লগতে চাওক

  1. কূট
  2. ভ্ৰম
  3. মিছলীয়া কূট

তথ্য সংগ্ৰহ

Tags:

ভ্ৰান্তি বিযুক্তি সমূহভ্ৰান্তি কথাৰ খেলিমেলি বা বক্তব্যৰ সামঞ্জস্যহীনতাভ্ৰান্তি লগতে চাওকভ্ৰান্তি তথ্য সংগ্ৰহভ্ৰান্তিইংৰাজী ভাষাকূটতৰ্ক (তৰ্কশাস্ত্ৰ)তৰ্কশাস্ত্ৰযুক্তি

🔥 Trending searches on Wiki অসমীয়া:

দশাৱতাৰইজৰাইলঅৰ্থনীতিচৰ্যাপদচৰাইমাধৱদেৱকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅভিযাত্ৰীআলি হাইদৰচীনা-তিব্বতীয় ভাষাএইপিনে কি আছে ? (গল্প সংকলন)অসমৰ বয়ন শিল্পদেওধনী নৃত্যবাণীকান্ত ৰচনাৱলীমাতৃ দিৱসৱিকিপিডিয়াৰ তালিকাগগনাভাৰতহেঙুল আৰু হাইতালঅসমৰ শাক-পাচলিৰ তালিকাৰবীন্দ্ৰনাথ ঠাকুৰশিৱসাগৰৰ শিৱদৌলঅসম মাধ্যমিক শিক্ষা পৰিষদঅসমত দেখা পোৱা সাপবোৰলক্ষ্মীনাথ বেজবৰুৱাপাঠ্যক্ৰমঅসমৰ গামোচাঅসমীয়া সাহিত্যমামণি ৰয়ছম গোস্বামীভ্ৰমণ সাহিত্যশিৱ পুৰাণমৌ-মাখিপালি ভাষাইতিহাসএছিয়াভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকানৱকান্ত বৰুৱাঅসমৰ পুৰণি স্থাপত্যসমোচ্চাৰিত শব্দনিৰুপমা বৰগোহাঞিজৈৱ বৈচিত্ৰ্যশ্ৰীমদ্ভগৱতগীতাকুমাৰীত্বযোৰহাটঅগ্নিগড়যোগেশ দাসচাহেবপুৰাৰ বৰষুণপ্ৰদূষণঅলিম্পিকশিৱসাগৰপূৰ্ণ স্বৰাজঢেঁকীয়াপতীয়া বাঘদ্বিতীয় বিশ্বযুদ্ধযোৰহাট জিলাশীতল যুদ্ধবেটুপাতপাৰ চৰাইঅসমৰ নদীসমূহৰ তালিকাউৎসৱবাণীকান্ত কাকতিবসন্ত ঋতুপাকস্থলীনাগৰিকত্বলভিতামুখমৈথুনপ্ৰাকৃতিক সম্পদনাগামিজভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহদুধনৈশ্ৰীমন্ত শংকৰদেৱসাতবাহন ৰাজবংশউত্তৰ-পূব ভাৰতমিয়া খলিফাবৰপেটা জিলাসৌৰ শক্তিহোলোঙাপাৰ গিবন অভয়াৰণ্য🡆 More