ভয়েজাৰ ১

ভয়েজাৰ ১ হৈছে নাছাই সৌৰজগতৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান। ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল। নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে ভয়েজাৰ প্ৰগ্ৰেম নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ। ভয়েজাৰ প্ৰগ্ৰেম ৰ অধীনৰ প্ৰথমখন মহাকাশযান আছিল ভয়েজাৰ ২, যিখন ভয়েজাৰ ১ উৎক্ষেপণৰ মাত্ৰ ১৬ দিন আগেয়ে উৎক্ষেপণ কৰা হৈছিল। ভয়েজাৰ ১ৰ মূল বিশেষত্বটোৱে হৈছে যে এইখন আজিৰ দিনত পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থকা মহাকাশযান। উৎক্ষেপণৰ দিন ধৰি যোৱা ৪০ বছৰতকৈও অধিক সময় এই মহাকাশযানখন নিৰন্তৰ চলনক্ষম হৈ আছে আৰু পৃথিৱীৰ পৰা ক্ৰমান্বয়ে আঁতৰি গৈ আছে। নাছাৰ 'ডিপ স্পেচ নেটৱৰ্ক'ৰ সহায়ত এতিয়াও ভয়েজাৰ ১ ৰ লগত বিজ্ঞানীসকলে সংযোগ ৰাখিছে।

ভয়েজাৰ ১
Model of a small-bodied spacecraft with a large, central dish and many arms and antennas extending from it
ভয়েজাৰ ১ মহাকাশযান খনৰ এক আৰ্হি
অভিযানৰ প্ৰকাৰ বহিঃ গ্ৰহীয়, হেলিঅ'স্ফেয়াৰ, আৰু আন্তঃনাক্ষত্ৰিক মাধ্যম অনুসন্ধান
নিয়ন্ত্ৰক নাছা / জেট প্ৰ'পালছন লেবৰেটৰী
COSPAR ID 1977-084A
SATCAT no. 10321
ৱেবছাইট voyager.jpl.nasa.gov
অভিযানৰ সময়
  • 46 years, 7 months and 19 days অতিবাহিত
  • গ্ৰহীয় অভিযান: ৩ বছৰ, ৩ মাহ, ৯ দিন
  • আন্তঃনাক্ষত্ৰিক অভিযান: 43 years, 4 months and 10 days অতিবাহিত (অভিযান অব্যাহত)
মহাকাশযানৰ বৈশিষ্টসমূহ
নিৰ্মাতা জেট প্ৰ'পালছন লেবৰেটৰী
উত্‍ক্ষেপিত ভৰ ৮২৫.৫ কেজি (১,৮২০ পাউণ্ড)
ক্ষমতা ৪৭০ ৱাট
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ Not recognized as a date. Years must have 4 digits (use leading zeros for years < 1000). UTC
ৰকেট টাইটান IIIE
উৎক্ষেপণ স্থলী কেপ কানাভেৰল লঞ্চ কমপ্লেক্স ৪১
Invalid value for parameter "type"
Invalid parameter ৫ মাৰ্চ, ১৯৭৯
"distance" should not be set for missions of this nature 3,49,000 km (2,17,000 মাইল)
Invalid value for parameter "type"
Invalid parameter ১২ নৱেম্বৰ, ১৯৮০
"distance" should not be set for missions of this nature 1,24,000 km (77,000 মাইল)
Invalid value for parameter "type"
Invalid parameter ১২ নৱেম্বৰ, ১৯৮০
"distance" should not be set for missions of this nature 6,490 km (4,030 মাইল)
ফ্লেগছিপ
← ভয়েজাৰ ২
গেলিলিঅ' →
 

তথ্য সূত্ৰ

Tags:

নাছাসৌৰজগত

🔥 Trending searches on Wiki অসমীয়া:

মানৱ ভূগোলনিউটনৰ গতিৰ সূত্ৰকৃত্ৰিম বুদ্ধিমত্তাঅসমৰ বিভিন্ন বঁটা আৰু পুৰস্কাৰকাৰেঙৰ লিগিৰীস্বামী বিবেকানন্দঅসমৰ মহকুমাসমূহৰ তালিকাবিশ্ব বেংকযোৰহাটচ'জুনছক্ৰেটিছজাপানপদ্মনাথ গোহাঞি বৰুৱাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাবিবাহৰাছিয়াগুণাভিৰাম বৰুৱাব্ৰাহ্ম সমাজমহেশ্বৰ নেওগশৰ্মা মন্ত্ৰীসভাজয়মতী কুঁৱৰীযৌন সংগমঅৰুণাচল প্ৰদেশনামচিংৱিকিপিডিয়াগুপ্ত সাম্ৰাজ্যকামাখ্যা মন্দিৰধৰ্মৰজনীকান্ত বৰদলৈসদৌ অসম ছাত্ৰ সন্থাকমলাকান্ত ভট্টাচাৰ্য্যঅশোকৰ অনুশাসনবিত্তীয় ব্যৱস্থামৈদামভূপেন্দ্ৰ সংগীতঈয়াৰুইঙ্গমসত্যনাথ বৰাৰঘুনাথ চৌধাৰীবহনক্ষম উন্নয়নৰ লক্ষ্যচুটিগল্প২০২২ ফিফা বিশ্বকাপঅসমৰ পুৰণি স্থাপত্যবিজ্ঞাপনসংখ্যাবিশ্ব খাদ্য কাৰ্যসূচীমে ডাম মে ফিপ্ৰেমচন্দভাৰতীয় সাহিত্যউপন্যাসভাৰতত মহিলা শিক্ষাকুচিয়া মাছঅসমৰ সত্ৰসমূহৰ তালিকাৰাজ্যসভাসংঘাতচৌদি আৰৱকুলিভাৰতত মহিলাৰ ৰাজনৈতিক অংশগ্ৰহণবেদচকুআন্তৰ্জাতিক নাৰী দিৱসঅসমৰ পৰম্পৰাগত খেল-ধেমালিভাৰতীয় ৰিজাৰ্ভ বেংকৰাতি বিহুসন্ধিশিৱসাগৰদৰং জিলাগ্ৰিডা নৃত্যগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাঁ (চন্দ্ৰবিন্দু)জয়সাগৰ পুখুৰীসৰ্বশিক্ষা অভিযানভৌতিক সংস্কৃতিঅসমৰ বাঁহ-বেতৰ শিল্পএমাজন (কোম্পানী)মহাসাগৰমৃণাল কলিতাআমৰলি টোপদীপা মা🡆 More