বৰনদী অভয়াৰণ্য

বৰনদী অভয়াৰণ্য (ইংৰাজী: Bornadi Wildlife Sanctuary) হিমালয়ৰ পাদদেশত আৰু ভূটানৰ সীমান্তত ওদালগুৰি জিলা আৰু বাক্সা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ পশ্চিম সীমান্তইদি বৈ যোৱা বৰনদী নৈৰ নামেৰে এই অভয়াৰণ্যৰ নামকৰণ কৰা হৈছে।

বৰনদী অভয়াৰণ্য
(Bornadi Wildlife Sanctuary)
মানচিত্ৰত বৰনদী অভয়াৰণ্য (Bornadi Wildlife Sanctuary)ৰ অৱস্থিতি
বৰনদী অভয়াৰণ্য
অসমত বৰনদী অভয়াৰণ্যৰ অৱস্থিতি
অৱস্থান ওদালগুৰি জিলা আৰু বাক্সা জিলা, অসম, ভাৰত
নিকটতম চহৰ টংলা
স্থানাংক 26°48′21″N 91°44′25″E / 26.80583°N 91.74028°E / 26.80583; 91.74028 91°44′25″E / 26.80583°N 91.74028°E / 26.80583; 91.74028
মাটিকালি 26.22 বৰ্গ কি.মি. (2,62,20,000 বৰ্গ মিটাৰ)
প্ৰতিস্থা ১৯৮০
কৰ্তৃপক্ষ পৰিৱেশ আৰু বনবিভাগ, অসম চৰকাৰ

ইতিহাস

এই বনাঞ্চলক ১৯৮০ চনত মূলত: হিছপিড হেয়াৰ (Hispid Hare) আৰু নল গাহৰিৰ প্ৰতিৰক্ষা প্ৰদানৰ উদেশ্যে অভয়াৰণ্য ৰূপে স্বীকৃতি দিয়া হয়।.

ভূটান সীমান্তৰ হিমালয়ৰ পাদদেশৰ ৰজাগড় অঞ্চলত বৰনদী অভয়াৰণ্য অৱস্থিত। অভয়াৰণ্যখনে প্ৰায় ২৬,২২ বৰ্গকিলোমিটাৰ অঞ্চল আগুৰি আছে। পূৰ্বতে অভয়াৰণ্যখন দৰং জিলাত আছিল। বৰ্তমান ই বিটিএডিৰ অন্তৰ্গত বাক্সা জিলা আৰু ওদালগুৰি জিলাত অন্তৰ্ভুক্ত হৈছে।

১৯৪২ চনতে বৰনদী বনাঞ্চলক ‘বৰনদী সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হয়। অসম চৰকাৰে নলগাহৰি আৰু খাগৰিকটা শহাৰ বাসস্থানৰ সংৰক্ষণৰ বাবে ১৯৮০ চনৰ ২২ আগষ্টত এক জাননীৰ জৰিয়তে বৰনদীক অভয়াৰণ্যলৈ উন্নীত কৰে। অভয়াৰণ্যখন মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত। পৃথিৱীৰ মানচিত্ৰত বৰনদী ২৬°৪৮ উত্তৰ অক্ষাংশ আৰু ৯১.৪৫ পূৰ্ব দ্ৰাঘিমাংশত অৱস্থিত।

ভৌগিলিক বিৱৰণ

বৰনদী অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২৬.২২ বৰ্গকিলোমিটাৰ ইয়াৰ পশ্চিমদিশে বৰনদী নামৰ নৈ বৈ গৈছে। এই বনাঞ্চল মঙলদৈ চহৰ আৰু গুৱাহাটীৰ পৰা প্ৰায় ৭০ আৰু ১৩০ কিমি দূৰত্বত অৱস্থিত।

জলবায়ু

বৰনদী অভয়াৰণ্যৰ জলবায়ু উপ-ক্ৰান্তীয় (sub-tropical) ধৰণৰ।

জৈৱবৈচিত্ৰ্য

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

বৰনদী অভয়াৰণ্য ইতিহাসবৰনদী অভয়াৰণ্য ভৌগিলিক বিৱৰণবৰনদী অভয়াৰণ্য জলবায়ুবৰনদী অভয়াৰণ্য জৈৱবৈচিত্ৰ্যবৰনদী অভয়াৰণ্য তথ্যসূত্ৰবৰনদী অভয়াৰণ্য বাহ্যিক সংযোগবৰনদী অভয়াৰণ্যইংৰাজী ভাষাওদালগুৰি জিলাবাক্সা জিলাভূটানহিমালয়

🔥 Trending searches on Wiki অসমীয়া:

অসম চাহদশাৱতাৰভাষাএ পি জে আব্দুল কালামৱিকিধ্ৰুৱবাদচীনা সাম্যবাদী বিপ্লৱঅৰুণ শৰ্মালেছবিয়ানভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাজয়মতী কুঁৱৰী (নাটক)তথ্যপোহৰবুলু ফিল্মঅশোক বনভূমি প্ৰদূষণসময়ভৌতিক সংস্কৃতিলিংগভিত্তিক অধ্যয়নঅসমৰ জনগোষ্ঠীফ্ৰান্সলাভলীনা বৰগোহাঁইশ্ৰীকৃষ্ণকীৰ্তনবাণ ৰঙ্গমঞ্চঅজন্তা গুহাসমূহঅন্তৰীপ (উপন্যাস)লাক্সেমবাৰ্গউমানন্দডিব্ৰুগড় জিলাআনন্দৰাম ঢেকিয়াল ফুকনবাণীকান্ত কাকতিআইনামভাৰতৰ উপৰাষ্ট্ৰপতিবায়ু প্ৰদূষণবিহুৰ খাদ্যপঞ্জাৱ এণ্ড সিন্ধ বেংকচুটিগল্পমৃত্যুলোকবিশ্বাসচৰাইভাষা-বিজ্ঞান (গ্ৰন্থ)কম্পিউটাৰঅসমৰ সাধুকথাঅনন্ত কন্দলিমনোবিজ্ঞানচৰ্যাপদবেণুধৰ শৰ্মাৰামধেনু (আলোচনী)মোৱামৰীয়া বিদ্ৰোহঅসমীয়া ভাষাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাপৰিৱেশবাদইন্দ্ৰা নূয়ীবেদদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাসাঁচিগছদৰিদ্ৰতাপদ্মনাথ গোহাঞি বৰুৱাঅসমৰ পৰম্পৰাগত খেল-ধেমালিভাৰতীয় শিল্পকলাএলক'হলৰীমা দাসভাৰত ৰত্ননগাঁও কুইজ ফ'ৰামবিশ্ব থিয়েটাৰ দিৱসনেতাই ধুবুনী ঘাটমাধৱ কন্দলিইটাখুলিৰ ৰণতিৱা জনগোষ্ঠী🡆 More