বিপন্ন প্ৰজাতি

বিপন্ন প্ৰজাতি (ইংৰাজী: Endangered species; EN) বা বিলুপ্তপ্ৰায় প্ৰজাতি হৈছে প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা থকা কিছুমান জীৱ প্ৰজাতি যিবোৰক আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে। বিপন্ন হৈছে IUCN'ৰ বন্য জীৱসমষ্টিৰ সংৰক্ষণ স্থিতি সম্পৰ্কীয় পৰিকল্পনাত ঘোৰ সংকটজনক (CR)ৰ পাছতেই স্থান প্ৰাপ্ত দ্বিতীয় বৃহৎ বিভাগ।

সংৰক্ষণ স্থিতি
Bufo periglenes, the Golden Toad, was last recorded on May 15, 1989
বিলুপ্ত
  • বিলুপ্ত (EX)
  • অৰণ্যত বিলুপ্ত (EW)
  • (তালিকা)
  • (তালিকা)
সংকটজনক
  • (তালিকা)
  • (তালিকা)
  • (তালিকা)
কম সংকটজনক
  • সংকটাসন্ন (NT)
  • সংৰক্ষণ নিৰ্ভৰ
  • ন্যূনতম সংকটজনক (LC)
  • (তালিকা)
  • (তালিকা)

অন্যান্য শ্ৰেণী
  • অপৰিমিত তথ্য (DD)
  • অমূল্যাঙ্কিত (NE)
  • (তালিকা)

সম্পৰ্কীয় বিষয়

আই ইউ চি এন ৰঙা তালিকাৰ বিভাগসমূহৰ চমুনাম (সংস্কৰণ ৩.১, ২০০১)

২০১২ চনৰ আই ইউ চি এন ৰঙা তালিকাত সমগ্ৰ বিশ্বৰ ৩০৭৯টা প্ৰাণী আৰু ২৬৫৫টা উদ্ভিদ প্ৰজাতিক বিপন্ন (EN) হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। ১৯৯৮ চনত এই সংখ্যা আছিল ক্ৰমে, ১১০২ আৰু ১১৯৭।

বহু ৰাষ্ট্ৰই সংৰক্ষণ-নিৰ্ভৰ প্ৰজাতিসমূহৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে: যেনে, চিকাৰ নিষিদ্ধকৰণ।

আই ইউ চি এন ৰঙা তালিকা

আই ইউ চি এন ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহৰ লৈখিক চিত্ৰ।

প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮)দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহ:

কম সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ
বিপন্ন প্ৰজাতি  ন্যূনতম সংকটজনক (LC or LR/lc), সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
বিপন্ন প্ৰজাতি  সংকটাসন্ন (NT or LR/nt), অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰৱণতা দেখা গৈছে।
বৰ্তমান ৰঙা তালিকাৰ অন্তৰ্ভুক্ত নহয় সংৰক্ষণ নিৰ্ভৰ (LR/cd), বিশেষ আৱাস বা বিশেষ শ্ৰেণীৰ জীৱ যিবোৰ বিশেষ পৰিকল্পনা অনুহৰি সংৰক্ষণ কৰা হৈছে, অন্যথা সংকটজনক বিভাগত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।
সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ
বিপন্ন প্ৰজাতি  অসুৰক্ষিত (VU), প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
বিপন্ন প্ৰজাতি  বিলুপ্তপ্ৰায় (EN), প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
বিপন্ন প্ৰজাতি  ঘোৰ সংকটজনক (CR), প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
অন্যান্য বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড
(সংস্কৰণ ৩.১)
বিৱৰণ
বিপন্ন প্ৰজাতি  অৰণ্যত বিলুপ্ত (EW), বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্য সদস্য জীয়াই আছে।
বিপন্ন প্ৰজাতি  অপৰিমিত তথ্য (DD), কোনটো বিভাগৰ অন্তৰ্ভুক্ত হব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
বিপন্ন প্ৰজাতি  অমূল্যাঙ্কিত (NE), আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।
বিপন্ন প্ৰজাতি  সংকটাসন্ন (PE), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
বিপন্ন প্ৰজাতি  অৰণ্যত সংকটাসন্ন (PEW), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
ন্যূনতম সংকটাসন্ন (PLC), আই ইউ চি এনৰ হালধীয়া তালিকাৰ এটা বিভাগ। সংকটাসন্ন বিভাগৰ এটা উপ-বিভাগ।
বিপন্ন প্ৰজাতি  বিলুপ্ত (EX), এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।

চিত্ৰ সম্ভাৰ

লগতে চাওক

  • ARKive
  • Biodiversity
  • Cobthorn Trust
  • Critically Endangered
  • Endangered plants of Europe
  • Endangered Species Act
  • Ex-situ conservation
  • Extinction
  • Holocene extinction
  • Habitat fragmentation
  • Hawaiian honeycreeper conservation
  • In-situ conservation
  • IUCN Red List
    • Critically Endangered species
    • Endangered animal species
  • The Last Paradises: On the Track of Rare Animals (1967 film)
  • List of endangered species in India
  • List of endangered species in North America
  • List of National Wildlife Refuges established for endangered species
  • Overexploitation
  • NatureServe conservation status
  • Rare species
  • Red Data Book of the Russian Federation
  • Red-listed / Blue-listed
  • Threatened species
  • United States Fish and Wildlife Service list of endangered species
  • World Conference on Breeding Endangered Species in Captivity as
    an Aid to their Survival (WCBESCAS)
  • World Conservation Union (IUCN)
  • World Wide Fund for Nature (WWF)

গ্ৰন্থ পঞ্জী

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

বিপন্ন প্ৰজাতি আই ইউ চি এন ৰঙা তালিকাবিপন্ন প্ৰজাতি চিত্ৰ সম্ভাৰবিপন্ন প্ৰজাতি লগতে চাওকবিপন্ন প্ৰজাতি গ্ৰন্থ পঞ্জীবিপন্ন প্ৰজাতি তথ্য সংগ্ৰহবিপন্ন প্ৰজাতি বাহ্যিক সংযোগবিপন্ন প্ৰজাতিIUCN Red Listইংৰাজী ভাষাপ্ৰজাতি (জীৱবিদ্যা)সংৰক্ষণ স্থিতি

🔥 Trending searches on Wiki অসমীয়া:

পদাৰ্থৰ অৱস্থাছিৰিমাভো বন্দৰনাইকেখ্ৰীষ্টান ধৰ্মউদ্বিগ্নতাপ্ৰদূষণশব্দ প্ৰদূষণকামৰূপ জিলাযোগ দৰ্শনচৰিত পুথিতোলনি বিয়াচিত্ৰা মণ্ডলবিষুৱ ৰেখাভাষাবিজ্ঞানতিনিচুকীয়া জিলামাৰ্ঘেৰিটা মহকুমাছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ছক্ৰেটিছবিশ্বনাথ চাৰিআলিবাংলাদেশঅসম গণ পৰিষদগ্ৰহমহেশ্বৰ নেওগনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯অযোধ্যা (পৌৰাণিক নগৰ)পঞ্চায়তী ৰাজফলৰ তালিকাকৰতল কমল কমল দল নয়নমহেন্দ্ৰ বৰাহুঁচৰিদীৰ্ঘেশ্বৰী দেৱালয়লুই পেষ্ট'ৰগাখীৰআৰবী ভাষাপৰিমেয় সংখ্যামহাদেশঅসমৰ কাঁহ শিল্পশব্দ (অভিধান)সম্পাদনাহৰপ্পাবসন্ত ঋতুউৎসৱযোগেশ দাসগগৈযক্ষ্মাৰঙিয়া ৰেলৱে সংমণ্ডলনাৰীহেম বৰুৱাবতৰআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যাচামেলি মেমচা'বপ্ৰাকৃতিক সম্পদঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিনেপোলিয়ন বোনাপাৰ্টনলবাৰীডুবি তাম্ৰলিপি আৰু ছীলচ্যু-খ্ৰুং-ফাগৱেষণালিখন পদ্ধতিবিহু নৃত্যমাজুলীভাৰতত মহিলাৰ স্বাস্থ্যকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমানচিত্ৰঘৰচিৰিকালোকবিশ্বাসৰামধেনু (আলোচনী)এৰী ৰেচমব্যষ্টিবাদী অৰ্থনীতিইণ্টাৰনেটভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যযোৰহাট জিলাহেমকোষশেলাইবুৰঞ্জী🡆 More