বলকান অঞ্চল

বলকান অঞ্চল ( ইংৰাজী: The Balkans ) বুলি দক্ষিণ-পূৱ ইউৰোপৰ এটা ঐতিহাসিক অঞ্চলক বুজায়। ইয়াৰ পূবে কৃষ্ণ সাগৰ, পশ্চিমে এড্ৰিয়াটিক সাগৰ, দক্ষিণে ভূমধ্য সাগৰ। ডানিউব, সাভা আৰু কুপা নদীকেইখনে এই অঞ্চলৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰে। বুলগেৰিয়াৰ পৰা পূব ছাৰ্বিয়ালৈকে বিস্তৃত বলকান পৰ্বতমালাৰ নামেৰে এই অঞ্চলটোৰ নাম লোৱা হৈছে। বলকান অঞ্চলৰ আয়তন প্ৰায় ৫,৫০,০০০ বৰ্গ কিলোমিটাৰ। এই অঞ্চলত প্ৰায় ৫৫ লাখতকৈয়ো অধিক লোকৰ বসতি ৷

বলকান অঞ্চল
বলকান অঞ্চলৰ বৰ্তমানৰ ৰাজনৈতিক মানচিত্ৰ। বলকানা মূল অংশ বুলি গণ্য কৰা দেশসমূহক সেউজীয়া ৰঙেৰে চিহ্নিত কৰা হৈছে আৰু যিবোৰ দেশক আগতে বলকানৰ অংশ বুলি গণ্য কৰা হৈছিল সেইবোৰক পাতল সেউজীয়া ৰঙেৰে চিহ্নিত কৰা হৈছে।

ঐতিহাসিকভাৱে বলকান আছিল অট্টোমান সাম্ৰাজ্যৰ বা উসমানীয় সাম্ৰাজ্যৰ ইউৰোপীয় অংশ।

তলত উল্লেখ কৰা দেশসমূহক বলকান অঞ্চলৰ অন্তৰ্গত বুলি ধৰা হয়:

  • আলবেনিয়া
  • বচনিয়া আৰু হাৰ্জেগোভিনা
  • বুলগেৰিয়া
  • ক্ৰ'ৱেচিয়া
  • মণ্টেনিগ্ৰো
  • গ্ৰীচ
  • মেচিডোনিয়া
  • ছাৰ্বিয়া
  • ক'ছ'ভ'
  • ৰোমানিয়া
  • শ্লোভেনিয়া

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ৰঘুনাথ দাস মহন্তজ্ঞানপীঠ বঁটাদশাৱতাৰসেউজ গৃহ প্ৰভাৱ২৮ মাৰ্চমাৰিয়া মণ্টেছৰীজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ইউনিয়ন বেংক অৱ ইণ্ডিয়াইয়াণ্ডাবু সন্ধিপুতলা নাচআনন্দৰাম ঢেকিয়াল ফুকনবিশেষ শিক্ষাঅসমীয়া বৰ্ণমালাবিহুৰ খাদ্যবঙালী ভাষাকলাজবাগ্‌ধ্বনিঅসম চুক্তিঅসমীয়া সাহিত্যত মালিতানীলমণি ফুকন (কনিষ্ঠ)বাঁহী (আলোচনী)সোণোৱাল কছাৰীঅসমলৈ মুছলমান সকলৰ প্ৰবজনএমিবাহিচাপবিদ্যাঅসমৰ বনৌষধিকলিতা জনগোষ্ঠীকাঞ্চন (উপন্যাস)কৃষ্ণভৰবেগজাতীয়তাবাদলক্ষ্মীধৰ শৰ্মাচিলাৰায়ইয়াত এখন অৰণ্য আছিললোকচিকিৎসাভাৰতীয় নাগৰিকত্ব আইনমৌলিক সংখ্যাদক্ষিণপাট সত্ৰআৰ্যভট্টস্বদেশী আন্দোলনপৰিৱেশ তন্ত্ৰদীপলিনা ডেকাজেৰুজালেমপবিতৰা অভয়াৰণ্যহিমন্ত বিশ্ব শৰ্মাউদ্বিগ্নতাবাজেটপিয়লি বৰুৱাম’বাইল ফোনঅসমৰ জিলাসমূহসদৌ অসম ছাত্ৰ সন্থাগদ্যকেন্দ্ৰীয় শাসিত অঞ্চলমালিতাগণিতঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকালিংগভিত্তিক অধ্যয়নঅগ্নিগড়হয়গ্ৰীৱ মাধৱ মন্দিৰআকাশী গংগা জলপ্ৰপাততেজপুৰবৰ্মণ ৰাজবংশঅসমৰ কাঁহ শিল্পকেঁচুমিচিং জনগোষ্ঠীশোভা ব্ৰহ্মসাঁথৰনৰোৱা সত্ৰবৰহমথুৰিডিম্পু বৰুৱাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰভূপেন হাজৰিকাৰ সাহিত্যকলঅৰবিন্দ ৰাজখোৱা (লেখক)ব’হাগবাঁহীডিমাছা ভাষা🡆 More