পূব খাছী পাৰ্বত্য জিলা: মেঘালয়ৰ জিলা

পূব খাছী পাৰ্বত্য (ইংৰাজী: East Khasi Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ শ্বিলঙত অৱস্থিত। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৮২৫,৯২২ জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ আটাইতকৈ জনবহুল জিলা আছিল।

পূব খাছী পাৰ্বত্য জিলা
পূব খাছী
—  মেঘালয়ৰ জিলা  —
পূব খাছী পাৰ্বত্য জিলা: ইতিহাস, ভূগোল, বিভাগ
মেঘালয়ৰ পূব খাছী পাৰ্বত্য জিলাৰ অৱস্থান
মেঘালয়ৰ পূব খাছী পাৰ্বত্য জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মেঘালয়
স্থাপিত
মুখ্যালয় শ্বিলং
মাটিকালি
 - মুঠ ২,৭৫২ কি.মি. 
(১,০৬২.৬ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৮,২৫,৯২২ জন
 - জনঘনত্ব ৩০০.১ প্ৰতি বৰ্গ কি.মি. 
(৭৭৭.৩ প্ৰতি বৰ্গ মাইল)
জনগাঁথনি
 - সাক্ষৰতাৰ হাৰ ৮৫.৭%
 - লিঙ্গ অনুপাত ১০০৮
সময় অঞ্চল IST (গ্ৰী.মা.স.+05:30)
Major highways NH-44, NH-40
ৱেবছাইট east%20khasi%20hills.jpg

ইতিহাস

১৯৭৬ চনৰ ২৮ অক্টোবৰত খাছী পাৰ্বত্য জিলাক পূব আৰু পশ্চিম খাছী পাৰ্বত্য জিলা হিচাপে বিভক্ত কৰা হৈছিল। ১৯৯২ চনৰ ৪ জুনত পূব খাছী পাৰ্বত্য জিলাক পূব খাছী পাৰ্বত্য জিলা আৰু ৰি-ভৈ জিলা হিচাপে দুখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছিল।

ভূগোল

শ্বিলং পূব খাছী পাৰ্বত্য জিলাৰ জিলা সদৰ। এই জিলাখনৰ আয়তন ২৭৫২ বৰ্গ কিলোমিটাৰ।

বিভাগ

প্ৰশাসনিক বিভাগসমূহ

পূব খাছী পাৰ্বত্য জিলাখন আঠটা ব্লকত বিভক্ত:

নাম মুখ্যালয় জনসংখ্যা স্থিতি
Khatarshnong Laitkroh Mawjrong
পূব খাছী পাৰ্বত্য জিলা: ইতিহাস, ভূগোল, বিভাগ 
Mawkynrew Mawkynrew
পূব খাছী পাৰ্বত্য জিলা: ইতিহাস, ভূগোল, বিভাগ 
Mawphlang Mawphlang
পূব খাছী পাৰ্বত্য জিলা: ইতিহাস, ভূগোল, বিভাগ 
Mawryngkneng Mawryngkneng
পূব খাছী পাৰ্বত্য জিলা: ইতিহাস, ভূগোল, বিভাগ 
Mawsynram Mawsynram
পূব খাছী পাৰ্বত্য জিলা: ইতিহাস, ভূগোল, বিভাগ 
Mylliem Mylliem
পূব খাছী পাৰ্বত্য জিলা: ইতিহাস, ভূগোল, বিভাগ 
Pynsursla Pynsursla
পূব খাছী পাৰ্বত্য জিলা: ইতিহাস, ভূগোল, বিভাগ 
Shella Bholaganj Cherrapunjee
পূব খাছী পাৰ্বত্য জিলা: ইতিহাস, ভূগোল, বিভাগ 

জনগাঁথনি

২০০১ চনৰ লোকপিয়ল অনুসৰি এই জিলাখনৰ জনসংখ্যা ৮২৫,৯২২ জন, যি প্ৰায় কমোৰস ৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ ডকোটা ৰাজ্যৰ সমান৷ ২০১১ চনত জনসংখ্যাৰ দিশৰ পৰা জিলাখনে ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত ৪৭৮তম স্থান লাভ কৰিছে। জিলাখনৰ জনসংখ্যাৰ ঘনত্ব ২৯২ জনবসতি প্ৰতি বৰ্গ কিল’মিটাৰতre (760 /sq mi)৷ ২০০১-২০১১ লৈকে ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ২৪.৬৮% । ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা আছিল ১০০৮ গৰাকী আৰু সাক্ষৰতাৰ হাৰ আছিল ৮৪.৭% ৷

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

আধিকাৰিক ৱেবছাইট

Tags:

পূব খাছী পাৰ্বত্য জিলা ইতিহাসপূব খাছী পাৰ্বত্য জিলা ভূগোলপূব খাছী পাৰ্বত্য জিলা বিভাগপূব খাছী পাৰ্বত্য জিলা জনগাঁথনিপূব খাছী পাৰ্বত্য জিলা তথ্য সংগ্ৰহপূব খাছী পাৰ্বত্য জিলা বাহ্যিক সংযোগপূব খাছী পাৰ্বত্য জিলাইংৰাজী ভাষাশ্বিলং

🔥 Trending searches on Wiki অসমীয়া:

অসমীয়া ভাষা উন্নতি সাধিনী সভাযৌন প্ৰৱেশক্ৰিয়ামৌখিক ইতিহাসসীতাঅগ্ন্যাশয়অসমৰ সমস্যাঅতুল চন্দ্ৰ হাজৰিকাগামখাৰুক্ৰিষ্টোফাৰ কলম্বাছজাতীয়তাবাদভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানঅসমৰ জনগোষ্ঠীষ্টিফেন হকিংপৰিমেয় সংখ্যাইতিহাসঅসমৰ পৰ্যটনস্থলসমূহৰ তালিকাকীৰ্তন ঘোষা সংকলনমিয়া খলিফাচ্যু-কা-ফাউত্তৰ-পূব ভাৰতকুশল কোঁৱৰঅসমীয়া যুক্তাক্ষৰনামনি অসমশিশু সাহিত্যকম্পিউটাৰনাগৰিকত্বমিচিং জনগোষ্ঠীৰ সাজপাৰভক্তি ৰত্নাকৰজামুগুৰিহাটগান্ধীবাদস্বাভাৱিক সংখ্যাউদ্ভিদপৰিৱেশ তন্ত্ৰনৱকান্ত বৰুৱাআহোম বিবাহ পৰম্পৰাঅৰূপা পটংগীয়া কলিতাপৰ্যাবৃত্ত তালিকাডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানদুৱাৰ (চলচ্চিত্ৰ)ধোদৰ আলিঅসমৰ ৰাজ্যিক প্ৰতীকসমূহইউৰোপিয়ান ইউনিয়নচেনাবৰ সোঁতলোকসভাৰ অধ্যক্ষকেতেকীতলাতল ঘৰঅসমৰ কাঁহ শিল্পকাছাৰ জিলাকাতি বিহুলক্ষ্মীনাথ বেজবৰুৱাউদাৰনৈতিকতাবাদপুথিভঁৰালপানীআজান পীৰদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাঅৰ্থনীতিঠেঙ্গাল কছাৰী জনগোষ্ঠীজয়সাগৰ পুখুৰীভূগোলবড়ো জনগোষ্ঠীকাৰ্বি জনগোষ্ঠীঈয়াৰুইঙ্গমশুৱালকুছিঅংকীয়া নাটকোণমাটিবাৰেচহৰীয়া ভাওনা মহোৎসৱদৌল গোবিন্দ মন্দিৰমিচিং জনগোষ্ঠীৰবীন্দ্ৰনাথ ঠাকুৰআনন্দৰাম ঢেকিয়াল ফুকনস্বামী বিবেকানন্দকেন্দ্ৰীয় শাসিত অঞ্চলপাচনউৎসৱ🡆 More